• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰাণৰ বন্ধুক দেখি আনন্দত উত্ৰাৱল চিৰিয়াখানাত আৱদ্ধ সাৰচ, আৰিফক দেখিয়েই উৰিবলৈ চেষ্টা কৰাৰ ভিডিঅ’ ভাইৰেল…

প্ৰাণৰ বন্ধুক দেখি আনন্দত উত্ৰাৱল চিৰিয়াখানাত আৱদ্ধ সাৰচ, আৰিফক দেখিয়েই উৰিবলৈ চেষ্টা কৰাৰ ভিডিঅ’ ভাইৰেল…

3 years ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

2 minutes ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

29 minutes ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

57 minutes ago
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

2 hours ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

2 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

3 hours ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

4 hours ago
কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

5 hours ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

তৰমুজ খোৱাৰ সঠিক পদ্ধতি ৯৯% লোকে নাজানে, এটা ভুলে মাতিব বিপদ!

6 hours ago
শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

6 hours ago
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

7 hours ago
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰাণৰ বন্ধুক দেখি আনন্দত উত্ৰাৱল চিৰিয়াখানাত আৱদ্ধ সাৰচ, আৰিফক দেখিয়েই উৰিবলৈ চেষ্টা কৰাৰ ভিডিঅ’ ভাইৰেল…

editor by editor
April 11, 2023
in জীৱনশৈলী
0
প্ৰাণৰ বন্ধুক দেখি আনন্দত উত্ৰাৱল চিৰিয়াখানাত আৱদ্ধ সাৰচ, আৰিফক দেখিয়েই উৰিবলৈ চেষ্টা কৰাৰ ভিডিঅ’ ভাইৰেল…
0
SHARES
755
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আৰিফ আৰু সাৰছ পক্ষীটোৰ কাহিনী হয়তো নজনা মানুহ খুব কমেই ওলাব৷ মহম্মদ আৰিফৰ লগত বন্ধু হৈ পৰিছিল এটা সাৰচ পক্ষী। আৰিফ য’তেই যায় তালৈকে যায় পক্ষীটোৱে। এই ঘটনা আছিল উত্তৰ প্ৰদেশৰ। আমেথিৰ যুৱকজনে চৰাইটোক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি সুস্থ কৰি তুলিছিল। তাৰপাছতেই দুয়োৰে মাজত গঢ়ি উঠিছিল বন্ধুত্ব৷

লাহে লাহে আৰিফ আৰু সাৰছৰ বন্ধুত্ব গাঢ় হ’ল৷ আৰিফেও পক্ষীটোৰ সৈতে বিভিন্ন সময়ত ভিডিঅ’ শ্বেয়াৰ কৰিছিল সামাজিক মাধ্যমত। বন বিভাগে এই বিষয়ে জানিব পাৰিছিল তেতিয়াই চৰকাৰী পক্ষই সাৰচটোক আৰিফৰ পৰা পৃথক কৰি চিৰিয়াখানাত ৰাখিছিল আৰু আৰিফলৈকো বন্যপ্ৰাণী ৰখাৰ অপৰাধত জাননীও প্ৰেৰণ কৰিছিল। ইপিনে আৰিফৰ পৰা বিচ্ছিন্ন কৰি অনাৰ বাবে চিৰিয়াখানাত খোৱা বোৱা এৰি দিছিল পক্ষীটোৱে। বহুতে পক্ষীটোক মুকলি কৰি দিয়াৰ বাবে আহ্বান জনাইছিল চৰকাৰক। কিন্তু চৰকাৰে সিদ্ধান্ত কোনো কাৰণতে সলাই নল’লে৷

শেহতীয়াকৈ সাৰছ আৰু আৰিফৰ আন এক হৃদয়স্পৰ্শী ভিডিঅ’ পোহৰলৈ আহিছে। আৰিফে কানপুৰৰ চিৰিয়াখানলৈ গৈ পিঞ্জৰাৰ ভিতৰত আৱদ্ধ হৈ থকা সাৰছ পক্ষীটোক লগ কৰে৷ ভিডিঅ’টোত দেখা পোৱা গৈছে যে আৰিফক দেখি সৰাছটোৱে আনন্দত উৰি আহিব চেষ্টা কৰিছে। বাৰে বাৰে আৰিফৰ ওচৰলৈ আহিব বিচাৰিও বিফল হৈছে পক্ষীটো। এই ভিডিঅ’টোৱে পুনৰ আৰিফ আৰু পক্ষীটোৰ মাজত থকা আন্তৰিকতাৰ কথাই তুলি ধৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?
জীৱনশৈলী

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

May 26, 2026
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই
জীৱনশৈলী

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

May 26, 2026
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?
অপৰাধ

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

May 26, 2026
কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!
জীৱনশৈলী

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

May 26, 2026
Next Post
এটা সুযোগেই মাটিৰ পৰা আকাশলৈ লৈ গ’ল ৰিংকুক! ‘তথাপিও মই মাটিৰেই মানুহ’ বুলি কিয় ক’লে ৰিংকু সিঙে?

এটা সুযোগেই মাটিৰ পৰা আকাশলৈ লৈ গ’ল ৰিংকুক! ‘তথাপিও মই মাটিৰেই মানুহ’ বুলি কিয় ক’লে ৰিংকু সিঙে?

মৃত্যু এনেকৈয়ো আহে! কাৰ্যালয়লৈ গৈ থকা অৱস্থাতে পথ দুৰ্ঘটনাত থিতাতে নিহত সংবাদকৰ্মী মুস্তাক আলম

মৃত্যু এনেকৈয়ো আহে! কাৰ্যালয়লৈ গৈ থকা অৱস্থাতে পথ দুৰ্ঘটনাত থিতাতে নিহত সংবাদকৰ্মী মুস্তাক আলম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.