• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যু এনেকৈয়ো আহে! কাৰ্যালয়লৈ গৈ থকা অৱস্থাতে পথ দুৰ্ঘটনাত থিতাতে নিহত সংবাদকৰ্মী মুস্তাক আলম

মৃত্যু এনেকৈয়ো আহে! কাৰ্যালয়লৈ গৈ থকা অৱস্থাতে পথ দুৰ্ঘটনাত থিতাতে নিহত সংবাদকৰ্মী মুস্তাক আলম

3 years ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

37 minutes ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

1 hour ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

2 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

2 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

3 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

3 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

4 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

4 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

6 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

7 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

7 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মৃত্যু এনেকৈয়ো আহে! কাৰ্যালয়লৈ গৈ থকা অৱস্থাতে পথ দুৰ্ঘটনাত থিতাতে নিহত সংবাদকৰ্মী মুস্তাক আলম

editor by editor
April 12, 2023
in অসম
0
মৃত্যু এনেকৈয়ো আহে! কাৰ্যালয়লৈ গৈ থকা অৱস্থাতে পথ দুৰ্ঘটনাত থিতাতে নিহত সংবাদকৰ্মী মুস্তাক আলম
0
SHARES
435
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মহানগৰীত শোকাৱহ পথ দুৰ্ঘটনা।
বশিষ্ঠত চিটি বাছৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে এগৰাকী সংবাদকৰ্মীৰ।
স্কুটী আৰু চিটি বাছৰ মাজত হোৱা সংঘৰ্ষত থিতাতে নিহত সংবাদ কৰ্মী মুস্তাক আলমৰ।
গুৱাহাটীৰ এটা ডিজিটেল সংবাদ মাধ্যমত কৰ্মৰক আছিল সংবাদ কৰ্মী মুস্তাক।
জানিব পৰা মতে, সংবাদ কৰ্মীগৰাকীয়ে পুৱা As-01DU-5612 নম্বৰৰ স্কুটীৰে কাৰ্যালয়লৈ গৈ থকা সময়তে পিছফালৰ পৰা খুন্দা মাৰে As-01HC3639নম্বৰৰ তীব্ৰবেগী চিটি বাছখনে।
ভয়ংকৰ দুৰ্ঘটনাত পথৰ ওপৰত উফৰি পৰা মুস্তাক আলমৰ মূৰৰ ওপৰেৰে উঠি যায় চিটি বাছখনৰ চকা।
ফলত থিতাতে মৃত্যু ঘটে যুৱকজনৰ।
দুৰ্ঘটনাৰ পিছত আৰক্ষীয়ে আটক কৰে অভিযুক্ত বাছ চালকজনক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান
অসম

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

October 3, 2026
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?
অসম

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

October 3, 2026
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
Next Post
মদ খাই ঢলং-পলং কৈ মঞ্চত নুঠিব! মদ খাবলৈ মন গ’লে ঘৰতে খাওক, বিহু পেণ্ডেলত মদ নাখাবঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

মদ খাই ঢলং-পলং কৈ মঞ্চত নুঠিব! মদ খাবলৈ মন গ’লে ঘৰতে খাওক, বিহু পেণ্ডেলত মদ নাখাবঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

উত্তৰ পূবৰ মণিপুৰত প্ৰথমবাৰৰ বাবে মিছ ইণ্ডিয়া ফেমিনা২০২৩ ৰ গ্ৰেণ্ড ফাইনেল! ৩০ প্ৰতিযোগীৰ মাজত উজলিছে অসমৰ অনুষ্কা লেখাৰু

উত্তৰ পূবৰ মণিপুৰত প্ৰথমবাৰৰ বাবে মিছ ইণ্ডিয়া ফেমিনা২০২৩ ৰ গ্ৰেণ্ড ফাইনেল! ৩০ প্ৰতিযোগীৰ মাজত উজলিছে অসমৰ অনুষ্কা লেখাৰু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.