• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
VFX নহয়, এয়া সঁচাকেই! ‘কিছি কি ভাই কিছি কি জান’ ৰ প্ৰচাৰত ছাৰ্ট খুলি প্ৰমাণ দিলে ভাইজানে

VFX নহয়, এয়া সঁচাকেই! ‘কিছি কি ভাই কিছি কি জান’ ৰ প্ৰচাৰত ছাৰ্ট খুলি প্ৰমাণ দিলে ভাইজানে

3 years ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

1 minute ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

45 minutes ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

3 hours ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

3 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

4 hours ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

5 hours ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

5 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

7 hours ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

7 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

8 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

9 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

VFX নহয়, এয়া সঁচাকেই! ‘কিছি কি ভাই কিছি কি জান’ ৰ প্ৰচাৰত ছাৰ্ট খুলি প্ৰমাণ দিলে ভাইজানে

editor by editor
April 11, 2023
in জীৱনশৈলী, বিনোদন, ভাৰত
0
VFX নহয়, এয়া সঁচাকেই! ‘কিছি কি ভাই কিছি কি জান’ ৰ প্ৰচাৰত ছাৰ্ট খুলি প্ৰমাণ দিলে ভাইজানে
0
SHARES
232
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ছবিত দেখুওৱা ছলমানৰ চেহেৰা প্ৰকৃত চেহেৰা নহয়। এয়া ভিএফএক্সৰহে বাহাদুৰি বুলি বহুতেই মন্তব্য কৰিছে। এই মন্তব্যৰ প্ৰত্তুত্ত্যৰ দিছে ছলমান খানে। ‘কিছি কি ভাই কিছি কি জান’ ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ পাছতেই এই কথাৰ প্ৰত্তুত্ত্যৰ দিছে ছলমান খানে। ছবিখনৰ প্ৰচাৰৰ বাবে মুম্বাইৰ এক অনুষ্ঠানত হাজিৰ হৈছিল ভাইজান ছলমান। অনুষ্ঠানতেই হঠাতেই ছাৰ্ট খুলি পেলাই ছলমানে। ছাৰ্ট খোলা মাত্ৰকেই হুলস্থুলীয়া পৰিবেশে বিৰাজ কৰে। ছাৰ্ট খোলাৰ পাছতেই ছলমানে আৰম্ভ কৰে কাহিনী। তেওঁ কয়, ‘এয়া ভিএফএক্স যেন দেখিছে নেকি? প্ৰথম চাৰিটা পেক মোৰ আগৰে পৰাই আছে। এই দুটা চিনেমাৰ বাবে বনাইছো। অৰ্থাৎ চিনেমাৰ বাবেই মই ছিক্স পেক বনাইছিলো।’

That’s confidence level and proving haters wrong. No VFX sheer body building ❤️❤️. #SalmanKhan𓃵 #KisiKaBhaiKisiKiJaan #KisiKaBhaiKisiKiJaanTrailer

https://t.co/aogOzplZqX

— Being Abhi (@Being_Abhi_23) April 10, 2023

৫৭ বছৰ বয়সতো বডী ধৰি ৰাখিছে ছলমানে সেই কথা সোমবাৰৰ বিশেষ অনুষ্ঠানত প্ৰমাণ দিয়ে ভাইজানে। সম্পাদনাৰ কাৰচাজি নহয়, পৰ্দাত যি দেখিছে সেয়া সঁচা। ‘কিছি কি ভাই কিছি কি জান’ ছবিৰ ‘ইয়েনতম্মা’ গীতটো মুক্তিৰ পাছতেই ছলমানৰ বডীক লৈ চলিছিল চৰ্চা। ইফালে গীতটোত ছলমানে কৰা নাচক লৈয়ো আপত্তি একাংশৰ। কিয়নো নাচৰ সময়ত ছলমানে ধুঁতিৰ ভিতৰত হাত সোমোৱাই নৃত্য কৰিছিল। এয়া দক্ষিণৰ সংস্কৃতিক অপমান কৰা হৈছে বুলি প্ৰকাশ কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ শিৱৰামকৃষ্ণণ।

একাধিকবাৰ ভাইজানক প্ৰাণনাশৰ ভাবুকি দি অহাৰ বাবে শেহতীয়াকৈ তেওঁ ক্ৰয় কৰিছে এখন বুলেট প্ৰুফ বাহনো। সোমবাৰে ‘কিছি কি ভাই কিছি কি জান’ ছবিৰ ট্ৰেলাৰ মুকলিৰ অনুষ্ঠানতো বুলেটপ্ৰুফ গাড়ীতেই আহিছে ছলমান খান। সেই বুলেটপ্ৰুফ গাড়ীখনৰ দাম প্ৰায় ১ কোটি টকা। ইফালে ছলমানে ছাৰ্ট খোলাৰ লগে লগেই একাংশই লিখিছে, ‘জুই, ইয়াকেই কয় আত্মবিশ্বাস’, ইত্যাদি ইত্যাদি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ
বিনোদন

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

July 28, 2026
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট
ৰাজনীতি

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

July 28, 2026
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!
ভাৰত

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

July 28, 2026
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ
বিনোদন

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

July 28, 2026
Next Post
আকৌ যুদ্ধ! ইজৰাইলী সেনাৰ হাতত ৰমজান মাহতেই প্ৰাণ হেৰুৱালে মুছলমান কিশোৰে

আকৌ যুদ্ধ! ইজৰাইলী সেনাৰ হাতত ৰমজান মাহতেই প্ৰাণ হেৰুৱালে মুছলমান কিশোৰে

প্ৰাণৰ বন্ধুক দেখি আনন্দত উত্ৰাৱল চিৰিয়াখানাত আৱদ্ধ সাৰচ, আৰিফক দেখিয়েই উৰিবলৈ চেষ্টা কৰাৰ ভিডিঅ’ ভাইৰেল…

প্ৰাণৰ বন্ধুক দেখি আনন্দত উত্ৰাৱল চিৰিয়াখানাত আৱদ্ধ সাৰচ, আৰিফক দেখিয়েই উৰিবলৈ চেষ্টা কৰাৰ ভিডিঅ’ ভাইৰেল...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.