• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এখন গাঁও। ১৮ বছৰ হ’লে পুত্ৰ সন্তানেও এৰিবলগীয়া হয় গাঁও

পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এখন গাঁও। ১৮ বছৰ হ’লে পুত্ৰ সন্তানেও এৰিবলগীয়া হয় গাঁও

5 years ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

6 hours ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

6 hours ago
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

7 hours ago
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

7 hours ago
২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

8 hours ago
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

9 hours ago
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

9 hours ago
বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

10 hours ago
ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

11 hours ago
ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

11 hours ago
সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

12 hours ago
চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এখন গাঁও। ১৮ বছৰ হ’লে পুত্ৰ সন্তানেও এৰিবলগীয়া হয় গাঁও

editor by editor
January 8, 2021
in বিবিধ
0
পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এখন গাঁও। ১৮ বছৰ হ’লে পুত্ৰ সন্তানেও এৰিবলগীয়া হয় গাঁও
0
SHARES
25.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কেনিয়াৰ এখন ভিতৰুৱা গাঁও চাম্বৰু৷ এই গাঁৱত চাম্বৰু আদিবাসীসকলে বাস কৰে৷ বিশ্বৰ অন্যান্য প্ৰান্তৰ আদিবাসী মহিলাসকলৰ দৰেই চাম্বৰু মহিলাসকলো সমাজৰ পিছপৰা শ্ৰেণীত আছিল৷ তেওঁলোকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ‍্য কৰা হৈছিল৷ চাম্বৰু পুৰুষতান্ত্ৰিক সমাজে মহিলাসকলক প্ৰায় নিজৰ ইচ্ছামতে ব‍্যৱহাৰ কৰিছিল৷ কিছু সামাজিক কু-প্ৰথাৰ বাবে মহিলাসকলক যৌনাংগ হানি কৰা হৈছিল৷ জোৰ কৰি নাবালিকাক বিয়াও দিয়া হৈছিল৷ আনকি একাধিক পুৰুষৰ ধৰ্ষণৰ বলি হৈছিল মহিলাসকল৷ মহিলাসকলৰ কথা শুনাৰ বাবে কোনো নাছিল৷ আনকি স্বামীৰ ইচ্ছা হ’লে স্ত্ৰীক হত্যাও কৰিব পাৰিছিল৷ মহিলাসকলৰ বাবে এনেধৰণৰ নিষ্ঠুৰ আছিল পুৰুষতান্ত্ৰিক সমাজখন৷ এনেধৰণৰ নিৰ্যাতন সহ্য কৰি কৰি এসময়ত মহিলাসকল বিদ্ৰোহী হৈ উঠিছিল আৰু তাৰ পাছতেই গঢ়ি উঠিছিল মহিলাসকলৰ এখন গাঁও ‘উমোজা’৷ যিখন গাঁৱত পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ৷ ১৯৯০ চনত ৰেবেকা ললুচলু নামৰ নিৰ্যাতিতা মহিলা বিতাড়িত আৰু কেইবাগৰাকী মহিলাক লৈ এই পুৰুষমুক্ত গাঁও গঢ়ি তোলা হৈছিল৷ ৰেবেকা নিজেও এগৰাকী নিৰ্যাতিতা আছিল৷ চাম্বৰুত নিযুক্ত সেনাই নিৰ্যাতন চলাইছিল মহিলাসকলৰ ওপৰত৷ যেতিয়াই তেতিয়াই মহিলাসকলক জোৰ জবৰদস্তি লৈ গৈ ধৰ্ষণ কৰিছিল৷ একে সময়তে প্ৰায় ডেৰ হাজাৰ চাম্বৰু মহিলা ধৰ্ষিতা হৈছিল৷ সেই দলত আছিল ৰেবেকা ললুচলু৷ এনে আশ্ৰয়হীন ১৫ গৰাকী মহিলাক লৈ আশ্ৰয় দিয়া হ’ল ‘উমোজা’ গাঁৱত৷ এই গাঁৱত কেৱল মাত্ৰ মহিলাৰ কথাই চলে৷ বহু অন্তঃসত্বা মহিলাই আশ্ৰয় লাভ কৰে এই গাঁৱত৷ কিন্তু যদি পুত্ৰ সন্তানৰ জন্ম হয় তেতিয়াহ’লে ১৮ বছৰলৈকে সেই সন্তান ‘উমোজা’ গাঁৱত থকাৰ অনুমতি পায়৷ ১৮ বছৰৰ পিছত গাঁৱ এৰিবলগীয়া হয় সন্তানটিয়ে৷ ‘উমোজা’ মহিলাসকলৰ সকলো ঠাইলৈ যোৱাৰ অনুমতি আছে৷ বজাৰ কৰিব পাৰে, ঘূৰিব পাৰে, ফুৰিব পাৰে, সকলো কৰিব পাৰে মহিলাসকলে৷ এতিয়া এই গাঁওখন সমগ্ৰ বিশ্বৰ আকৰ্ষণৰ ঠাই হৈ পৰিছে৷ পৰ্যটকৰ অন‍্যতম আকৰ্ষণৰ স্থান হৈ পৰিছে ‘উমোজা’৷ পৰ্যটন শিল্প গঢ়ি উঠাৰ ফলত তেওঁলোকৰ উপাৰ্জনৰ পথ মুকলি হয়৷ সমস্ত দিশৰ পৰা স্ব-নিৰ্ভৰ হৈ পৰে মহিলাসকল৷ ‘উমোজা’ৰ সমান্তৰালভাৱে পুৰুষসকলেও এখন গাঁও গঢ়ি তুলি পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছিল৷ পৰ্যটকসকলৰ বাবে ‘উমোজা’লৈ নাযায় আৰু মহিলাসকলৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰে তাৰ চেষ্টা চলাইছিল পুৰুষসকলে৷ কিন্তু পুৰুষ গাঁৱৰ সেই পৰিকল্পনা সাৰ্থক নহ’ল৷ ‘উমোজা’ৰ বৃদ্ধি পোৱা জনপ্ৰিয়তা পুৰুষসকলৰ বাবে হিংসাৰ কাৰণ হৈ পৰিছিল৷ একাধিকবাৰ ‘উমোজা’ত আক্ৰমণ কৰি ঘৰ-বাৰী ভাঙি পেলাইছিল পুৰুষসকলে৷ মাটি-বাৰী দখল কৰাৰো চেষ্টা কৰিছিল পুৰুষসকলে৷ কিন্তু সফল নহ’ল পুৰুষ গাঁও৷ কাৰণ এই খবৰ বিয়পি পৰাৰ লগে লগে ‘উমোজা’বাসীৰ বাবে সহায় কৰিবলৈ আগবাঢ়ি আহিল কেনিয়াৰ সংস্কৃতি মন্ত্ৰালয়৷ অৰ্থৰে সহায় আগবঢ়োৱাৰ লগতে মহিলাসকলক প্ৰশিক্ষণো দিয়া হয়৷ শেহতীয়াকৈ চাম্বাৰুৰ পুৰুষসকলক ‘উমোজা’ত প্ৰৱেশৰ অনুমতি দিয়া হৈছে৷ কিন্তু কেৱল মাত্ৰ ফুৰি ঘূৰি অহাৰ বাবেহে৷ নিশা যাপনৰ কোনো অনুমতি দিয়া নাই পুৰুষসকলক৷ ২০১৫ চনত লোকগণনা হৈছিল গাঁওখনত৷ সেই অনুযায়ী ৪৭ গৰাকী মহিলা আৰু কেইটামান শিশু আছিল গাঁওখনত৷ ‘উমোজা’ত শিশুসকলৰ বাবে এখন বিদ‍্যালয়ো নিৰ্মাণ হৈছে৷ ২০১৫ চনত কেনিয়ালৈ আহিছিল বাৰাক ওবামা৷ ‘উমোজা’ৰ এই গাঁৱত ঘূৰি আপ্লুত হৈছিল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ
জীৱনশৈলী

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

January 28, 2026
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন
জীৱনশৈলী

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

January 28, 2026
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?
জীৱনশৈলী

দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

January 28, 2026
২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?
জীৱনশৈলী

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

January 28, 2026
Next Post
গুৱাহাটীৰ ৰাজপথত এইবোৰ কাৰ ফটো?

গুৱাহাটীৰ ৰাজপথত এইবোৰ কাৰ ফটো?

আদালতে কিয় নাকচ কৰিলে অখিল গগৈৰ জামিন আৱেদন?

আদালতে কিয় নাকচ কৰিলে অখিল গগৈৰ জামিন আৱেদন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.