• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বন্ধন বেংকে উত্তৰ-পূৰ্বাঞ্চলত মুকলি কৰিলে সৰ্ববৃহৎ কাৰেন্সি চেষ্ট

বন্ধন বেংকে উত্তৰ-পূৰ্বাঞ্চলত মুকলি কৰিলে সৰ্ববৃহৎ কাৰেন্সি চেষ্ট

4 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

5 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

6 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

6 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

6 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

6 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

7 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

10 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

11 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

12 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

12 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

13 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বন্ধন বেংকে উত্তৰ-পূৰ্বাঞ্চলত মুকলি কৰিলে সৰ্ববৃহৎ কাৰেন্সি চেষ্ট

editor by editor
November 2, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, বাণিজ্য
0
বন্ধন বেংকে উত্তৰ-পূৰ্বাঞ্চলত মুকলি কৰিলে সৰ্ববৃহৎ কাৰেন্সি চেষ্ট
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বন্ধন বেংকে গুৱাহাটীত এটি সৰ্ববৃহৎ কাৰেন্সি চেষ্ট মুকলি কৰিছে৷ এতিয়ালৈকে যিকোনো বেংকিং প্ৰতিষ্ঠানত কৈ উত্তৰ-পূৰ্বাঞ্চলত এইটো সৰ্ববৃহৎ কাৰেন্সি চেষ্ট। এইটো বেঙ্কৰ দ্বিতীয় কাৰেন্সি চেষ্ট। ই-বেংকক অঞ্চলটোৰ শাখা আৰু এটিএমৰ বাবে নগদ ব্যৱস্থাপনাত সহায় কৰিব। এই কাৰেন্সি চেষ্টয়ে নগদ টকা (কাৰেন্সি নোট) যোগানৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক বিত্তীয় পৰিস্থিতিতন্ত্ৰক সহায় কৰিব।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যবাহী সঞ্চালক জোছ জে কাট্টুৰ, উত্তৰ-পূৱ ৰাজ্যসমূহৰ আঞ্চলিক সঞ্চালক, ভাৰতীয় ৰিজাৰ্ভ বেংক গুৱাহাটী, সঞ্জীৱ সিংহ , বন্ধন বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল গুৱাহাটীৰ কাৰেন্সি চেষ্ট উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে।

অসমত, বন্ধন বেংকৰ বৰ্তমান গ্ৰাহকৰ সংখ্যা প্ৰায় ২৬ লাখ। ৪৭২ টাতকৈও অধিক বেংকিং আউটলেটৰ এটি বিশাল নেটৱৰ্কৰ জৰিয়তে বন্ধন বেংকে অসমৰ লোকসকলৰ বেংকিং প্ৰয়োজনীয়তা পূৰণ কৰি আহিছে। বেংকে চলিত বিত্তীয় বৰ্ষত সমগ্ৰ ভাৰতত ৫৫১ টা নতুন শাখা খুলিব, যাৰ ভিতৰত ২০ টা শাখা অসমত খোলা হ’ব।

বন্ধন বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষে এই অনুষ্ঠানত কয়, ‘অসম বহু বছৰ ধৰি বন্ধন বেংকৰ বাবে এক গুৰুত্বপূৰ্ণ বজাৰ হৈ আহিছে। ৰাজ্যখনত ২৬ লাখৰো অধিক গ্ৰাহকৰ বিশ্বাস আৰু মৰম লাভ কৰিছে বন্ধন বেংকে। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাকী অংশৰো গুৰুত্বপূৰ্ণ বিতৰণে গুৱাহাটীক কাৰেন্সি চেষ্টৰ বাবে এটি গুৰুত্বপূৰ্ণ স্থানলৈ পৰিণত কৰি তুলিছে। এই কাৰেন্সি চেষ্ট মুকলি কৰাটো অসম আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উন্নয়নৰ প্ৰতি বন্ধন বেংকৰ প্ৰতিশ্ৰুতিৰ এক প্ৰমাণ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক
ভাৰত

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

September 8, 2026
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক
বাণিজ্য

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

September 8, 2026
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ
অসম

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

September 8, 2026
Next Post
সমাধান দিয়ক, পত্নীৰ মাৰপিটৰ পৰা ৰক্ষা কৰক! প্ৰধানমন্ত্ৰীলৈ বিশেষ আহ্বান কিয় জনালে ব্যক্তিগৰাকীয়ে?

সমাধান দিয়ক, পত্নীৰ মাৰপিটৰ পৰা ৰক্ষা কৰক! প্ৰধানমন্ত্ৰীলৈ বিশেষ আহ্বান কিয় জনালে ব্যক্তিগৰাকীয়ে?

ভুলৰ পৰাই শিক্ষা লওক! প্ৰিয়ংকা চোপ্ৰাৰ জীৱনশৈলীৰ পৰা এই পাঁচটা কথা শিকিলে আপুনিও হ’ব সফল

ভুলৰ পৰাই শিক্ষা লওক! প্ৰিয়ংকা চোপ্ৰাৰ জীৱনশৈলীৰ পৰা এই পাঁচটা কথা শিকিলে আপুনিও হ’ব সফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.