• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বহুত গৰমত আপুনি আপোনাৰ ছালখন কেনেকৈ ৰাখিব?

বহুত গৰমত আপুনি আপোনাৰ ছালখন কেনেকৈ ৰাখিব?

5 years ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

12 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

13 hours ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

13 hours ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

15 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

16 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

17 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

17 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

18 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

18 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

19 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

2 days ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, January 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

বহুত গৰমত আপুনি আপোনাৰ ছালখন কেনেকৈ ৰাখিব?

গৰমত ছালখনৰ বাবে কেইটামান TIPS

editor by editor
August 9, 2020
in ফেশ্বন, স্বাস্থ্য
0
বহুত গৰমত আপুনি আপোনাৰ ছালখন কেনেকৈ ৰাখিব?
0
SHARES
445
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বহুত গৰমত আপুনি আপোনাৰ ছালখন কেনেকৈ ৰাখিব? আপোনাৰ SKIN খন OILY নেকি? ৰ’দত ওলোৱাৰ পাছত আপোনাৰ ছালখন তেলেতীয়া হয় নেকি? জ্বলা-পোৰা বা IRRITATION হয় নেকি আপোনাৰ SKIN খন? INDIAN WEATHERত বা বেলেগ বেলেগ বতৰত আমাৰ SKIN খনে বেলেগ ৰূপ লয়। ডি-হাইড্ৰেচন, DRY, DAMAGE হয় এনেকুৱা সময়ত SKIN খন বহুত কেয়াৰ ল’ব লাগে। SKIN খন ধুনীয়াকৈ কেনেকৈ ৰাখিব?

১) গৰমত সকলোতকৈ IMPORTANT হ’ল BODYটো আৰু SKIN খন HYDRED কৰি ৰাখিব লাগে। সেয়ে পানী বেছিকৈ খাব লাগে। দিনটো ৭-৪ গিলাচ পানী খাব লাগে।

২) গৰমত SKIN CLEAN আৰু REFRESH ৰখা বহুত দৰকাৰ। গৰমত বহুত ঘাম ওলায়। দিদনটো ঘূৰি ফুৰিলে ধূলি-বালি পৰে। DEAD SKIN বোৰৰ PROCSবোৰ ব্লক হৈ যায়। তাৰ বাবে FACEWASH ব্যৱহাৰ কৰিব পাৰে। DRY SKINৰ বাবে DRY FACEWASH আৰু OIL FREE FACEWASH লগাব পাৰে OIL SKINৰ বাবে। দিনত দুবাৰ চাফা কৰিব।

৩) SKIN খন EXFOLIATE কৰক। এয়া কৰিলে DEAD SKIN CELLৰ লেতেৰাখিনি ওলায় লগতে ৰ’দত পোৰা ছালখন ভাল হৈ থাকে। বজাৰত পোৱা সামগ্ৰীৰে বেছিকৈ SCURB নকৰিব।

৪) আপোনাৰ SKINত MOISTURE লগাব নাপাহৰিব। মুখ ধোৱাৰ লগে লগে SKIN PROTECTIVE LAYER আঁতৰি যায় তাৰ কাৰণে MOISTURE লগাব লাগে। OILY SKINৰ সকলো LIGHT WEIGHT আৰু NON GREASY MOISTURE লগাব পাৰে।

৫) বাহিৰত সদায় ওলোৱাৰ আগতে ১৫ মিনিট SUN SCREEN লগাই ওলাব। SUN SCREEN লগায়েই লগে লগে নোলাব।

৬) ছালখনৰ লগতে আপোনাৰ LIPSকো প্ৰটেক্ট কৰক। কাৰণ ৰ’দত থাকিলে LIP DRY হৈ যায়। সেয়েহে SPF LIP BALM ব্যৱহাৰ কৰিব পাৰে।

৭) এটা HEALTH SKIN পাবলৈ হ’লে এটা HEALTHY DRY FOODৰ দৰকাৰ। বতৰৰ ফল আম, কঁঠাল, লিচু, তৰমুজ, তিয়ঁহ, আনাৰস এইবোৰত ভিটামিন, প্ৰ’টিন, মিনাৰেল, ANTI OXINE থাকে।

৮) গৰতম যিমান পাৰে কম মেক আপ কৰিব। বেছিকৈ মেক আপ কৰিলৈ ANTI PIMPLE হোৱাৰ সম্ভাৱনা থাকে।

৯) সদায় ব্যায়াম কৰিব। ব্যায়াম কৰিলে SKIN খনৰ ৰক্ত সঞ্চালন বৃদ্ধি পায়। লগতে SKIN CELL OXINE হয়। খাদ্য তালিকাৰ লগতে ব্যায়াম কৰিলে SKIN খন সতেজ হোৱাৰ লগতে আপোনাৰ শৰীৰটোও ধুনীয়া হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24beauty tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
বিবিধ

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

January 10, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

January 5, 2026
নীলা হালধি খায় প্ৰিয়ংকা গান্ধীয়ে, প্ৰধানমন্ত্ৰী মোদীয়েও সুধিবলৈ বাধ্য ইয়াৰ উপকাৰিতা
জীৱনশৈলী

নীলা হালধি খায় প্ৰিয়ংকা গান্ধীয়ে, প্ৰধানমন্ত্ৰী মোদীয়েও সুধিবলৈ বাধ্য ইয়াৰ উপকাৰিতা

December 21, 2025
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…
বিজ্ঞান

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

December 16, 2025
Next Post
‘মালিকৰ মূত্ৰপানৰো যোগ্য নহয় শিলাদিত্য দেৱ’

‘মালিকৰ মূত্ৰপানৰো যোগ্য নহয় শিলাদিত্য দেৱ’

ভাৰত ত্যাগ আন্দোলনৰ ৭৮ সংখ্যক বৰ্ষপূৰ্তি পালন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.