আৰম্ভ হ’ল বিধানসভাৰ ৪ দিনীয়া অধিৱেশন। ক’ৰোনা সন্দৰ্ভত বিতৰ্কিত মন্তব্যৰ বাবে বিধায়ক ৰূপজ্যোতি কুৰ্মীক মাৰ্ছেল লগাই বাহিৰ কৰে অধ্যক্ষই। বিৰোধীৰ সদন ত্যাগ।