• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহতকৈ লিভ-ইন-টুগেদাৰেই শ্ৰেয়! চীনত বিয়াৰ প্ৰতি অনীহা বাঢ়িছে, কিন্তু কিয়?

বিবাহতকৈ লিভ-ইন-টুগেদাৰেই শ্ৰেয়! চীনত বিয়াৰ প্ৰতি অনীহা বাঢ়িছে, কিন্তু কিয়?

3 years ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

4 minutes ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

1 hour ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

2 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

3 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

3 hours ago
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

4 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

4 hours ago
এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

12 hours ago
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

13 hours ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

13 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

14 hours ago
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহতকৈ লিভ-ইন-টুগেদাৰেই শ্ৰেয়! চীনত বিয়াৰ প্ৰতি অনীহা বাঢ়িছে, কিন্তু কিয়?

editor by editor
July 4, 2023
in জীৱনশৈলী, ভাৰত
0
বিবাহতকৈ লিভ-ইন-টুগেদাৰেই শ্ৰেয়! চীনত বিয়াৰ প্ৰতি অনীহা বাঢ়িছে, কিন্তু কিয়?
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিবাহৰ প্ৰতি আস্থা হেৰুৱাইছে চীনৰ নৱপ্ৰজন্মই! শেহতীয়াকৈ নেশ্ব্যনেল ব্যুৰ অৱ ষ্টেটিছটিক্সৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। সমীক্ষাত উল্লেখ থকামতে ২০১৩ৰ পৰা ২০১৯ চনৰ মাজত বিবাহপাশত আৱদ্ধ হোৱা লোকৰ সংখ্যা ৪১শতাংশ কমিছে। কিন্তু সংসাৰ পতাত কিয় অনীহা আহিছে চীনৰ নৱপ্ৰজন্মৰ। ৰিপোৰ্টত প্ৰকাশ পোৱামতে দাম্পত্য জীৱনত প্ৰৱেশ কৰিলেই বিমুখ হোৱাৰ লগতে গাৰ্হস্থ্য হিংসাও বৃদ্ধি পায়। ইয়াৰোপৰি জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস কৰা, লিংগ বৈষম্যতাৰ দৰে কেইবাটাও কাৰণ ইয়াৰ সৈতে জড়িত হৈ আছে।

প্ৰশাসনৰ সূত্ৰৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি বিগত ১০ বছৰত বিয়াৰ হাৰ কমিছে চীনত। বিগত বৰ্ষত ৰেকৰ্ড সংখ্যক বিবাহ কমিছে চীনত। উল্লেখ কৰা প্ৰয়োজন যে বিগত কিছুদিন পূৰ্বে চীনৰ সামাজিক মাধ্যমত ভাইৰেল হৈছিল এটা বিশেষ ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছিল যে এগৰাকী মহিলাৰ গাৰ ওপৰেৰে বাহন চলাইছে এজন ব্যক্তিয়ে। এবাৰ দুবাৰ নহয় কেইবাবাৰো গাড়ী চলাই দিছে ব্যক্তিজনে। তাৰপিছতেই মানুহজনে বাহনখন ৰখাই চাইছে, মহিলাগৰাকীৰ মৃত্যু হ’ল নেকি! বৈবাহিক জীৱনত অশান্তি হোৱাৰ বাবেই এই কাৰ্য কৰিছিল বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে ব্যক্তিজনে।

ঘটনাক লৈ তদন্তও আৰম্ভ কৰিছে চীনৰ আৰক্ষীয়ে। ট্ৰেণ্ডিং এই ভিডিঅ’ দেখি বহুতেই প্ৰকাশ কৰিছে বিবাহৰ পাছত মহিলা এগৰাকীৰ বহু অসহায়তাৰ কথা। গাৰ্হস্ত্য হিংসাৰ বলি হৈ মৃত্যুক সাবটি লোৱাতকৈ বিবাহ নোহোৱাকৈ থকাটোৱেই মংগলজনক। এগৰাকী মহিলাই এই সন্দৰ্ভত লিখিছে, ‘স্বামীৰ মাৰধৰৰ ফলত কেইবাসপ্তাহ ধৰি মই হাস্পতালত আছিলো। বিয়াৰ প্ৰথম ২৪ মাহৰ মাজত ১৬বাৰ স্বামীৰ হাতত নিৰ্যাতিত হৈছো। মাৰধৰ খাইছো। বিবাহবিচ্ছেদৰ চেষ্টা কৰিলেও মাৰধৰ কৰে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!
জীৱনশৈলী

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

March 23, 2026
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

March 23, 2026
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব
জীৱনশৈলী

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

March 23, 2026
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

March 23, 2026
Next Post
কৰ্ণাটকৰ পাছতেই তেলেংগানা টাৰ্গেট! ৪ প্ৰতিশ্ৰুতি লৈ তেলেংগানাত ৰাহুল গান্ধী

কৰ্ণাটকৰ পাছতেই তেলেংগানা টাৰ্গেট! ৪ প্ৰতিশ্ৰুতি লৈ তেলেংগানাত ৰাহুল গান্ধী

লোকসভা নিৰ্বাচনত পুৰ্বেই খেলত নামিছে বিজেপি দল, সলনি হ’ল ৪ ৰাজ্যৰ বিজেপিৰ ৰাজ্যিক সভাপতি, অসমতো সলনি হ’ব নেকি বিজেপিৰ ৰাজ্যিক সভাপতি?

লোকসভা নিৰ্বাচনত পুৰ্বেই খেলত নামিছে বিজেপি দল, সলনি হ’ল ৪ ৰাজ্যৰ বিজেপিৰ ৰাজ্যিক সভাপতি, অসমতো সলনি হ’ব নেকি বিজেপিৰ ৰাজ্যিক সভাপতি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.