বিবেকৰ কথা শুনিছে ড০ সমুজ্জ্বল ভট্টাচাৰ্যই। কিন্তু আছুৱে ৰাখিবনে সমুজ্জ্বল ভট্টাচাৰ্যক? সিদ্ধান্ত এতিয়াও হোৱা নাই। স্পষ্টীকৰণ সাধাৰণ সম্পাদক শংকৰজ্যোতিৰ। দীপক শৰ্মাৰ সৈতে বিশেষ সাক্ষাৎকাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















