• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিভ্ৰান্তিমূলক বিজ্ঞাপন বন্ধ নহ’লে ১কোটিৰ জৰিমনা! পতঞ্জলিক সঁকীয়াই দিলে উচ্চতম ন্যায়ালয়ে

বিভ্ৰান্তিমূলক বিজ্ঞাপন বন্ধ নহ’লে ১কোটিৰ জৰিমনা! পতঞ্জলিক সঁকীয়াই দিলে উচ্চতম ন্যায়ালয়ে

2 years ago
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

20 minutes ago
প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

41 minutes ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

10 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

11 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

11 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

12 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

13 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

14 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

14 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

15 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

15 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিভ্ৰান্তিমূলক বিজ্ঞাপন বন্ধ নহ’লে ১কোটিৰ জৰিমনা! পতঞ্জলিক সঁকীয়াই দিলে উচ্চতম ন্যায়ালয়ে

editor by editor
November 22, 2023
in জীৱনশৈলী, ভাৰত
0
বিভ্ৰান্তিমূলক বিজ্ঞাপন বন্ধ নহ’লে ১কোটিৰ জৰিমনা! পতঞ্জলিক সঁকীয়াই দিলে উচ্চতম ন্যায়ালয়ে
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ঔষধক লৈ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ অভিযোগত এইবাৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিছে যোগগুৰু ৰামদেৱৰ পতঞ্জলি। বিভ্ৰান্তিকৰ বিজ্ঞাপন বন্ধ নকৰিলে কোটি টকাৰ জৰিমনা বিহা হ’ব বুলিও সতৰ্ক কৰি দিয়া হৈছে। ৰামদেৱৰ সংস্থাৰ বিৰুদ্ধে বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ অভিযোগ দাখিল কৰিছিল ইণ্ডিয়ান মেডিকেল এছোচিয়েছনে। আধুনিক ঔষধৰ বিৰোধীতা কৰি যোগগুৰুৰ বিভ্ৰান্তিমূলক বিজ্ঞাপন তৈয়াৰৰ বিৰুদ্ধে আইএমএৰ গোচৰৰ শুনানি দিছে উচ্চতম ন্যায়ালয়ে। শুনানিৰ সময়ত আৱেদনকাৰী অধিবক্তাই কেইবাটাও বিভ্ৰান্তিমূলক বিজ্ঞাপন আদালতত তথ্য হিচাপে পেছ কৰিছে।

এই তথ্য দেখাৰ পাছতেই আদালতে পতঞ্জলি সংস্থাক সতৰ্ক কৰি দিছে। ভৱিষ্যতে এই ধৰণৰ বিজ্ঞাপন পুনৰ প্ৰকাশ কৰিলে কমপক্ষেও এক কোটি টকা জৰিমনা বিহিব বুলিও জনাইছে আহছানউদ্দিন আমানুসল্লাহ আৰু ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰৰ ডিভিজন বেঞ্চে। ইয়াৰ পাছতেই ভুৱা বিজ্ঞাপন বন্ধৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে। ঘটনাৰ সূত্ৰপাত হৈছিল কভিড মহামাৰীৰ সময়তেই। সেই সময়ত কভিডৰ ভেকছিনক লৈ বিৰূপ মন্তব্য কৰিছিল পতঞ্জলিৰ প্ৰতিষ্ঠাতা ৰামদেৱে। ইয়াৰ সৈতে আধুনিক চিকিৎসা বিজ্ঞানক লৈয়ো বিৰূপ মন্তব্য কৰা দেখা গৈছিল ৰামদেৱক। এই সংস্থাই তৈয়াৰ কৰা ঔষধে কভিডৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈকো সক্ষম বুলি দাবী কৰিছিল ৰামদেৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?
জীৱনশৈলী

ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

March 28, 2026
প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো
জীৱনশৈলী

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

March 28, 2026
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?
জীৱনশৈলী

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

March 27, 2026
Next Post
কমি আহিছে দূৰত্ব, ২৪ঘণ্টাৰ ভিতৰতেই আহিব ভাল খবৰ! উত্তৰকাশীৰ সুৰংগৰ উদ্ধাৰকাৰ্যক লৈ ভাল খবৰ দিলে প্ৰশাসনে

কমি আহিছে দূৰত্ব, ২৪ঘণ্টাৰ ভিতৰতেই আহিব ভাল খবৰ! উত্তৰকাশীৰ সুৰংগৰ উদ্ধাৰকাৰ্যক লৈ ভাল খবৰ দিলে প্ৰশাসনে

‘জীৱনত ইমান দুখ পাইছো, মই বিষ সহ্য কৰিব পাৰো’, ৮বছৰৰ পাছত মুখ খুলিছে মহম্মদ ছামিয়ে

'জীৱনত ইমান দুখ পাইছো, মই বিষ সহ্য কৰিব পাৰো’, ৮বছৰৰ পাছত মুখ খুলিছে মহম্মদ ছামিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.