• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

3 minutes ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

45 minutes ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

2 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

14 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

14 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

15 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

16 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

17 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

17 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

18 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

19 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

20 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

ভাৰতৰ পঞ্চমজন ৩৫০ উইকেট দখলকাৰী

editor by editor
August 18, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই টেষ্ট ক্ৰিকেটত এক বিশেষ কৃতিত্ব অৰ্জন কৰিছে। শ্ৰীলংকাৰ বিৰুদ্ধে গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত চলি থকা প্ৰথমখন টেষ্ট মেচত জাদেজাই ৪,০০০ৰো অধিক ৰান আৰু ৩৫০ৰো অধিক উইকেট লাভ কৰা খেলুৱৈৰ বিশেষ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। এই কৃতিত্বৰ জৰিয়তে জাদেজা টেষ্ট ক্ৰিকেটৰ ইতিহাসত মাত্ৰ চতুৰ্থজন খেলুৱৈ হিচাপে এই বিশেষ মাইলৰ খুঁটি স্পৰ্শ কৰিছে। তেওঁ হৈছে কিংবদন্তি কপিল দেৱৰ পিছত এই কৃতিত্ব লাভ কৰা দ্বিতীয়জন ভাৰতীয় ক্ৰিকেটাৰ।

কোনেও কৰিব নোৱাৰা কাম কৰিলে জাদেজাই

টেষ্ট ক্ৰিকেটত ৪,০০০ৰো অধিক ৰান আৰু ৩৫০ৰো অধিক উইকেট লাভ কৰা খেলুৱৈৰ তালিকাত জাদেজাৰ সৈতে আছে ইংলেণ্ডৰ ইয়ান বোথাম, নিউজিলেণ্ডৰ ডেনিয়েল ভেট্টোৰী আৰু ভাৰতৰ কপিল দেৱ। কপিল দেৱে ১৩১খন টেষ্টত ৫,২৪৮ ৰান কৰাৰ লগতে ৪৩৪টা উইকেট দখল কৰিছিল।

ইয়ান বোথামে ১০২খন টেষ্টত ৫,২০০ ৰান আৰু ৩৮৩টা উইকেট লাভ কৰিছিল। আনহাতে ডেনিয়েল ভেট্টোৰীয়ে ১১৩খন টেষ্টত ৪,৫৩১ ৰান আৰু ৩৬২টা উইকেট দখল কৰিছিল। গুৰুত্বপূৰ্ণ কথাটো হৈছে এই মাইলৰ খুঁটি স্পৰ্শ কৰা বিশ্বৰ দ্ৰুততম খেলুৱৈত পৰিণত হৈছে ৰবীন্দ্ৰ জাদেজা। শ্ৰীলংকাৰ বিৰুদ্ধে গালে টেষ্টত ৩টা উইকেট দখল কৰাৰ লগে লগে এই কৃতিত্বৰ অধিকাৰী হয় জাদেজা।

ভাৰতৰ পঞ্চমজন ৩৫০ উইকেট দখলকাৰী

জাদেজা হৈছে টেষ্ট ক্ৰিকেটত ৩৫০টা উইকেট দখল কৰা পঞ্চমজন ভাৰতীয় বলাৰ। ইয়াৰ পূৰ্বে এই কৃতিত্ব লাভ কৰিছিল অনিল কুম্বলে, ৰবিচন্দ্ৰন অশ্বিন, কপিল দেৱ আৰু হৰভজন সিঙে। বাওঁহতীয়া স্পিনাৰ হিচাপে জাদেজাৰ এই কৃতিত্ব আৰু অধিক গুৰুত্বপূৰ্ণ। টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা বাওঁহতীয়া স্পিনাৰসকলৰ মাজতো তেওঁ অন্যতম শীৰ্ষস্থানীয় বলাৰ। ৰবীন্দ্ৰ জাদেজাৰ বিশেষত্ব কেৱল বলিঙতে সীমাবদ্ধ নহয়। তেওঁ এজন সফল বেটছমেনো। ভাৰতৰ হৈ বহু গুৰুত্বপূৰ্ণ সময়ত নিম্ন ক্ৰমত বেটিং কৰি জাদেজাই দলক উদ্ধাৰ কৰিছে। টেষ্ট ক্ৰিকেটত তেওঁৰ নামত আছে ৪,০৯৫ ৰান। ইয়াৰ ভিতৰত আছে ৬টাকৈ শতক আৰু ২৭টা অৰ্ধশতক। টেষ্টত জাদেজাৰ বেটিং গড় ৩৮.২৭।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24bcciRabindra Jadeja
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!
ভাৰত

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

August 18, 2026
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ
জীৱনশৈলী

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

August 18, 2026
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!
ভাৰত

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

August 17, 2026
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?
জীৱনশৈলী

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

August 17, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.