• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বয়োজ্যেষ্ঠৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে ‘মেম’ৰী গাৰ্ডেন’

বয়োজ্যেষ্ঠৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে ‘মেম’ৰী গাৰ্ডেন’

6 years ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

23 minutes ago
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

1 hour ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

2 hours ago
এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

9 hours ago
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

10 hours ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

11 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

12 hours ago
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

12 hours ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

13 hours ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

14 hours ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

15 hours ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বয়োজ্যেষ্ঠৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে ‘মেম’ৰী গাৰ্ডেন’

দেশৰ প্ৰথম ‘মেম’ৰী গাৰ্ডেন’ নিৰ্মাণ হায়দৰাবাদত

editor by editor
August 27, 2020
in প্ৰযুক্তি, ভাৰত
0
বয়োজ্যেষ্ঠৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে ‘মেম’ৰী গাৰ্ডেন’
0
SHARES
34
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ প্ৰবীণ ব্যক্তিসকলৰ বাবে বিশেষ পদক্ষেপ। বয়স বৃদ্ধিৰ লগে লগে মানুহৰ মনত ৰখাৰ ক্ষমতা কমি যায়। মনৰ স্বাভাৱিক আনন্দ কিছু হ’লেও কমি যায়। এনে অৱস্থাত অধিকাংশই ভোগে আত্মবিশ্বাসৰ অভাৱত। বয়স্ক ব্যক্তিক এই সমস্যাৰ পৰা পৰিত্ৰাণ দিবলৈ নতুন উদ্যোগ গ্ৰহণ কৰিছে হায়দৰাবাদ চৰকাৰে। মিৰাপুৰত নিৰ্মাণ হৈছে এক অভিনৱ মাল্টি জেনেৰেচন পাৰ্ক ‘মেম’ৰী গাৰ্ডেন’। বয়স্কৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে ভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেই উদ্যানত। কেৱল বয়োজ্যেষ্ঠ লোকৰ বাবে নহয় সকলো বয়সৰ লোকেই প্ৰৱেশ কৰিব পাৰিব মেম’ৰী গাৰ্ডেনত। কিন্তু বয়স্ক লোকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব উদ্যানখনত। এই উদ্যান নিৰ্মাণ কৰোঁতে ব্যয় হ’ব প্ৰায় ২ কোটি টকা। গ্ৰেটাৰ হায়দৰাবাদ মিউনিচিপাল কৰ্প’ৰেচনৰ চহৰৰ জৈৱবৈচিত্ৰ্য বিভাগৰ অতিৰিক্ত কমিছনাৰ ভি. কৃষ্ণাই জনাইছে এই অনন্য মেম’ৰী গাৰ্ডেনত থাকিব এৰ’মেটিক গছ। প্ৰাণভৰি সেই গছৰ গোন্ধ ল’ব পাৰিব বয়স্ক লোকসকলে। আৰু এই গোন্ধৰ জৰিয়তে স্মৃতিশক্তি বৃদ্ধি পাব বয়স্কৰ। ভাৰতৰ এই প্ৰথম মেম’ৰী গাৰ্ডেন হৈ উঠিব DEMENTIA FRIENDLY।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24hyderabad memory garden
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম
বাণিজ্য

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

March 22, 2026
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন
জীৱনশৈলী

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

March 22, 2026
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?
জীৱনশৈলী

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

March 22, 2026
ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?
জীৱনশৈলী

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

March 22, 2026
Next Post
কৃষিমন্ত্ৰীৰ সমষ্টিত স্থানীয় লোকৰ পথ নিৰ্মাণ

কৃষিমন্ত্ৰীৰ সমষ্টিত স্থানীয় লোকৰ পথ নিৰ্মাণ

আজিৰে পৰা বৰাকৰ ৩ জিলাত ৯ দিনীয়া লকডাউন

আজিৰে পৰা বৰাকৰ ৩ জিলাত ৯ দিনীয়া লকডাউন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.