• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰপেটা সত্ৰৰ বৰ্ষফল গণনা, কিমানদিনলৈ শাসনৰ গাদীত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা?

বৰপেটা সত্ৰৰ বৰ্ষফল গণনা, কিমানদিনলৈ শাসনৰ গাদীত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা?

3 years ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

47 minutes ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

1 hour ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

2 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

14 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

14 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

14 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

15 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

16 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

16 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

18 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

19 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বৰপেটা সত্ৰৰ বৰ্ষফল গণনা, কিমানদিনলৈ শাসনৰ গাদীত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা?

editor by editor
April 15, 2023
in অসম, বিবিধ, ৰাজনীতি
0
বৰপেটা সত্ৰৰ বৰ্ষফল গণনা, কিমানদিনলৈ শাসনৰ গাদীত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বৰপেটা সত্ৰতো পালন কৰা হৈছে দোমাহী। সত্ৰনগৰী বৰপেটাত সত্ৰীয় ৰীতি-নীতি পৰম্পৰাৰে পালন কৰা হয় দোমাহী। দোমাহী উপলক্ষে শণিবাৰে বৰ্ষফলো গণনা কৰা হয়।

বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মা দলৈয়ে সত্ৰীয়া প্ৰমুখ্যে ভকতৰ সন্মুখত বছৰটোৰ শুভাশুভ বিচাৰ কৰে৷ তাৰ পিছতে দৈৱজ্ঞই সত্ৰলৈ অহা ভক্ত বৈষ্ণৱৰ সন্মুখত মঠৰ চোতালত বৰ্ষফল গণনা পাঠ কৰে৷ ইয়াৰ পিচতে দৈৱজ্ঞই আই সকলৰ কাঠিত বৰ্ষফল গণনা পাঠ কৰে৷ আজি বৰপেটা সত্ৰত দৈৱজ্ঞই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৰ্ষফল গণনা কৰে৷ ২০২১ চনৰ ১০ মে’ত ১২ বাজি ৫ মিনিটত ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ ক্ষণ অনুসৰি কৰা গণনাত বৰ্তমান শুক্ৰৰ দশা চলি আছে। ২০২৬ চনৰ ৭ নৱেম্বৰলৈ অতি শুভ দশা চলি থাকিব৷ ২০২৬ লৈকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শুভ দশা। বিগত বছৰতকৈ এই বছৰটো হিমন্ত বিশ্ব শৰ্মাৰ বাবে সৰ্বশ্ৰেষ্ঠ হ’ব বুলিও বৰ্ষফল গণনাত প্ৰকাশ পাইছে। লগতে কোৱা হয়, এই বৰ্ষটো ৰাজ্য চৰকাৰৰ সফলতাৰ বৰ্ষ৷ শিক্ষা–সাহিত্য–সংস্কৃতিৰ ক্ষেত্ৰত অসমৰ উন্নতিৰ যোগ৷ বিৰোধীৰ পতন হ’ব৷

আনহাতে, ব্যৱসায়-বাণিজ্য, কৃষি ,আমদানি আৰু ৰপ্তানিৰ দিশত ৰাজ্য চৰকাৰ সফল হোৱাৰ যোগ৷ শিক্ষা, সাহিত্য, সংস্কৃতিৰ দিশত উন্নতিৰ কাৰক৷ অৱশ্যে অসম দেশৰ কৰ্কট ৰাশি অনুসৰি গুৰু চাণ্ডাল যোগৰ ফলত শত্ৰুবৃদ্ধি, মানহানি, অৰ্থনাশ আদি হ’ব পাৰে বাবে সাৱধানে থকাটো মংগলজনক৷ বৰপেটা সত্ৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো বৰ্ষফল গণনা কৰা হয়৷ বৰ্ষফল গণনা কৰি দৈৱজ্ঞই কয় যে ১৯৫০ চনৰ ১৭ ছেপ্টেম্বৰত গুজৰাটত জন্মগ্ৰহণ কৰা নৰেন্দ্ৰ মোদীৰ ২০২৭ চনৰ ৬ ডিচেম্বৰলৈ মংগলৰ দশা চলি থাকিব বাবে শুভফল লাভ কৰিব৷ বৈদেশিক ক্ষেত্ৰতো ভাৰতবৰ্ষই সুফল লাভ কৰিব৷ জন্মফল অনুসৰি পুনৰবাৰ মোদীয়েই জয়ী হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ
জীৱনশৈলী

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

April 13, 2026
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!
জীৱনশৈলী

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

April 13, 2026
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

April 13, 2026
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ
জীৱনশৈলী

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

April 12, 2026
Next Post
আহি আছে কেজিএফ চেপ্টাৰ ৩! কেতিয়া মুক্তিলাভ কৰিব কেজিএফ চেপ্টাৰ ৩য়ে?

আহি আছে কেজিএফ চেপ্টাৰ ৩! কেতিয়া মুক্তিলাভ কৰিব কেজিএফ চেপ্টাৰ ৩য়ে?

মোদী চৰকাৰৰ ভুলৰ বাবেই পুলবামাত শ্বহীদ হৈছিল নেকি ৪০গৰাকী জোৱান? সত্যপাল মালিকৰ সাক্ষাৎকাৰক লৈ দেশজুৰি খলকনি

মোদী চৰকাৰৰ ভুলৰ বাবেই পুলবামাত শ্বহীদ হৈছিল নেকি ৪০গৰাকী জোৱান? সত্যপাল মালিকৰ সাক্ষাৎকাৰক লৈ দেশজুৰি খলকনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.