• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোদী চৰকাৰৰ ভুলৰ বাবেই পুলবামাত শ্বহীদ হৈছিল নেকি ৪০গৰাকী জোৱান? সত্যপাল মালিকৰ সাক্ষাৎকাৰক লৈ দেশজুৰি খলকনি

মোদী চৰকাৰৰ ভুলৰ বাবেই পুলবামাত শ্বহীদ হৈছিল নেকি ৪০গৰাকী জোৱান? সত্যপাল মালিকৰ সাক্ষাৎকাৰক লৈ দেশজুৰি খলকনি

3 years ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

14 minutes ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

49 minutes ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

1 hour ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

2 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

5 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

5 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

6 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

7 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

7 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

8 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মোদী চৰকাৰৰ ভুলৰ বাবেই পুলবামাত শ্বহীদ হৈছিল নেকি ৪০গৰাকী জোৱান? সত্যপাল মালিকৰ সাক্ষাৎকাৰক লৈ দেশজুৰি খলকনি

editor by editor
April 15, 2023
in ভাৰত, ৰাজনীতি
0
মোদী চৰকাৰৰ ভুলৰ বাবেই পুলবামাত শ্বহীদ হৈছিল নেকি ৪০গৰাকী জোৱান? সত্যপাল মালিকৰ সাক্ষাৎকাৰক লৈ দেশজুৰি খলকনি
0
SHARES
326
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
সত্যপাল মালিকে দিয়া সাক্ষাৎকাৰেই কঁপাইছে দেশ।
সত্যপাল মালিকৰ সাক্ষাৎকাৰক লৈ দেশজুৰি চলিছে চৰ্চা।
মোদী চৰকাৰৰ এটা ভুলৰ বাবেই পুলবামাত শ্বহীদ হৈছিল নেকি ৪০ জনকৈ চিআৰপিএফ জোৱান?
কৰণ থাপৰৰ সৈতে হোৱা সাক্ষাৎকাৰত এই বিস্ফোৰণ ঘটাইছে সত্যপাল মালিকে।
চিআৰপিএফৰ জোৱানসকলক গন্তব্যস্থানলৈ যোৱাৰ বাবে বিচৰা হৈছিল ৫খন এয়াৰক্ৰাফ্ট।
কিন্তু গৃহবিভাগে এই অনুমতি প্ৰদান নকৰিলে।
১৪ ফেব্ৰুৱাৰীত পুলবামাৰ আক্ৰমণ সংঘটিত হয়।
সেই সময়ত জিম কৰবেট পাৰ্কত Men Vs Wildৰ শ্বুটিঙত ব্যস্ত আছিল নৰেন্দ্ৰ মোদী৷
নৰেন্দ্ৰ মোদীক ফোনযোগে আক্ৰমণৰ কথা প্ৰকাশ কৰিছিল সেই সময়ৰ জম্মু কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকে৷
ৰাজ্যপালগৰাকীয়ে কৈছিল, ‘আমাৰ ভুলৰ বাবেই শ্বহীদ হ’ল চিআৰপিএফৰ জোৱানসকল’৷
এই সম্পৰ্কত নৰেন্দ্ৰ মোদীয়ে ৰাজ্যপালগৰাকীক মনে মনে থাকিবলৈ ক’লে৷
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও মনে মনে থাকিবলৈ কৈছিল সত্যপাল মালিকক৷
নৰেন্দ্ৰ মোদীক লৈয়ো বিস্ফোৰক মন্তব্য সত্যপাল মালিকৰ৷
দুৰ্নীতিক লৈ সমস্যা নাই নৰেন্দ্ৰ মোদীৰ৷
গোৱাত হৈ থকা দুৰ্নীতিৰ কথা প্ৰধানমন্ত্ৰীক জনাইছিল সত্যপাল মালিকে৷
এই কথা জনোৱাৰ এসপ্তাহৰ পাছতেই সত্যপাল মালিকক গোৱাৰ পৰা বদলি কৰি দিয়া হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!
অপৰাধ

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

September 10, 2026
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ
বিনোদন

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

September 10, 2026
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!
বিশ্ব

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

September 10, 2026
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
Next Post
সুৰা সেৱন কৰি নিহত ২০ গৰাকীকৈ লোক! সংকটজনক অৱস্থাত মৃত্যুৰে যুঁজিছে কেইবাগৰাকীও লোকে…

সুৰা সেৱন কৰি নিহত ২০ গৰাকীকৈ লোক! সংকটজনক অৱস্থাত মৃত্যুৰে যুঁজিছে কেইবাগৰাকীও লোকে...

গেংষ্টাৰ আতিক আহমেদ আৰু আছৰফক আৰক্ষীৰ সন্মুখতেই দুষ্কৃতিকাৰীৰ গুলী! থিতাতে নিহত আতিক আছৰফ, দুই গেংষ্টাৰৰ মৃত্যুৰ পাছতেই কি ক’লে মুখ্যমন্ত্ৰী যোগীয়ে?

গেংষ্টাৰ আতিক আহমেদ আৰু আছৰফক আৰক্ষীৰ সন্মুখতেই দুষ্কৃতিকাৰীৰ গুলী! থিতাতে নিহত আতিক আছৰফ, দুই গেংষ্টাৰৰ মৃত্যুৰ পাছতেই কি ক’লে মুখ্যমন্ত্ৰী যোগীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.