• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙলৰ পৰা পৃথিৱীলৈ আহিছে সাংকেতিক বাৰ্তা! ৰঙা গ্ৰহৰ পৰা কোনে পঠিয়াইছে সংকেত? সবিশেষ…

মঙলৰ পৰা পৃথিৱীলৈ আহিছে সাংকেতিক বাৰ্তা! ৰঙা গ্ৰহৰ পৰা কোনে পঠিয়াইছে সংকেত? সবিশেষ…

3 years ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

18 minutes ago
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

56 minutes ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

3 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

3 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

4 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

4 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

5 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

21 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

22 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

23 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

23 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

মঙলৰ পৰা পৃথিৱীলৈ আহিছে সাংকেতিক বাৰ্তা! ৰঙা গ্ৰহৰ পৰা কোনে পঠিয়াইছে সংকেত? সবিশেষ…

editor by editor
May 31, 2023
in বিজ্ঞান, বিশ্ব
0
মঙলৰ পৰা পৃথিৱীলৈ আহিছে সাংকেতিক বাৰ্তা! ৰঙা গ্ৰহৰ পৰা কোনে পঠিয়াইছে সংকেত? সবিশেষ…
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মঙল গ্ৰহৰ পৰা এলিয়েনে পঠিয়াইছে সাংকেতিক বাৰ্তা৷ বিজ্ঞানৰ ইতিহাসত এয়ে প্ৰথম৷ কিন্তু ৰঙা গ্ৰহৰ পৰা কোনে পঠিয়াইছে এই বাৰ্তা? সেই বিষয়টোক লৈ বহুতৰেই মনত কৌতুহল৷

মহাকাশৰ যিসমূহ এলেকাক লৈ মহাকাশ বিজ্ঞানীৰ ধাৰণা আছে তাৰেই এটা হৈছে ৰঙাগ্ৰহ মঙল৷ ইতিমধ্যেই ২০৩০ চনত আকৌ এবাৰ মঙলত অভিযান চলাবলৈ সাজু হৈছে আমেৰিকান মহাকাশ সংস্থা নাছাই৷ কিন্তু ইয়াৰ পূৰ্বেই মঙলৰ পৰা পৃথিৱীলৈ আহিছে এটা সাংকেতিক বাৰ্তা৷ কিন্তু এই সাংকেতিক বাৰ্তা কোনো এলিয়েনে পঠোৱা নাই বুলি জনাইছে বিজ্ঞানীমহলে৷

ইউৰোপীয়ান মহাকাশ সংস্থা ইএছএৰ তৰফৰ পৰাই এই পৰীক্ষামূলক বাৰ্তা পঠোৱা হৈছে বুলি জনাইছে৷ ইএছএ এই বাৰ্তা পঠিয়াবলৈ ‘এক্সমাৰ্ছ ট্ৰেছ গেছ অৰবিটৰ’ ব্যৱহাৰ কৰিছিল৷ বিজ্ঞানীসকলে জনোৱা অনুসৰি মঙলৰ পৰিবেশ মানুহ থকাৰ বাবে উপযুক্ত নহয়৷ বৰ্তমানলৈ এই গ্ৰহত কোনো প্ৰাণীৰেই অস্তিত্ব বৰ্তমানলৈকে পোৱা নাই৷ কিন্তু ভৱিষ্যতে যদি মঙলৰ পৰা কোনো সাংকেতিক বাৰ্তা পৃথিৱীৰ ফালে আহে তেন্তে সেই সাংকেতিক বাৰ্তাৰ উত্তৰ কেনেদৰে পঠিয়াব পৰা যাব তাৰেই পৰীক্ষা চলাইছে বিজ্ঞানীমহলে৷

এই প্ৰসংগত ইএছএৰ বিজ্ঞানী ডেনিয়েল ডি পাওলিছে কয়, ‘মানৱ সভ্যতাৰ আৰম্ভণিৰ পৰাই মানুহে শক্তিশালী আৰু গুৰুত্বপূৰ্ণ ঘটনাসমূহৰ অনুসন্ধান কৰি আহিছে৷ বহিৰ্বিশ্বৰ পৰা সাংকেতিক বাৰ্তা পালে সমগ্ৰ মানৱজাতিৰেই এক বিশেষ অভিজ্ঞতা হ’ব৷ ইএছএ ২০১৬ চনৰ পৰা মঙললৈ মহাকাশযান পঠিওৱাৰ কুচকাৱাচ চলাই আহিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ প্ৰথম দিনাই শুক্ৰৰ উদয়, প্ৰতিদিনে নতুন নতুন সুখবৰ পাব ৪ৰাশিৰ জাতকে

January 28, 2026
সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ
জীৱনশৈলী

সঞ্জয় গান্ধী, বিজয় ৰুপানিৰ পৰা আৰম্ভ কৰি অজিত পাৱাৰলৈকে, প্লেন ক্ৰাছতেই মৰ্মান্তিক পৰিণতি দেশৰ এইকেইজন ৰাজনীতিবিদৰ

January 28, 2026
চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?
জীৱনশৈলী

চিনেমাত কিয় আৰু গীত নাগায় অৰিজিৎ সিঙে? নেপথ্যৰ কাৰণ নিজেই জনালে অৰিজিৎ সিঙে?

January 28, 2026
আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?
জীৱনশৈলী

আপোনাৰ ব্যক্তিগত জীৱনত নজৰ ৰাখিছে গুগলে? ফোনৰ পৰা কি কি তথ্য প্ৰতিনিয়ত পঢ়ি আছে গুগলে?

January 27, 2026
Next Post
গ্ৰেপ্তাৰ কৰিবলৈ প্ৰমাণ লাগিব, প্ৰমাণ ক’ত আছে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে? প্ৰতিবাদী মল্লযুঁজাৰুক দিল্লী আৰক্ষীৰ প্ৰশ্ন

গ্ৰেপ্তাৰ কৰিবলৈ প্ৰমাণ লাগিব, প্ৰমাণ ক’ত আছে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে? প্ৰতিবাদী মল্লযুঁজাৰুক দিল্লী আৰক্ষীৰ প্ৰশ্ন

অৰ্জুনৰ সৈতে বিবাহৰ পূৰ্বেই মাতৃ হ’বলৈ ওলাইছে মালাইকা! বলীউডৰ চৰ্চিত খবৰক লৈ মুখ খুলিলে প্ৰেমিক অৰ্জুন কাপুৰে

অৰ্জুনৰ সৈতে বিবাহৰ পূৰ্বেই মাতৃ হ’বলৈ ওলাইছে মালাইকা! বলীউডৰ চৰ্চিত খবৰক লৈ মুখ খুলিলে প্ৰেমিক অৰ্জুন কাপুৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.