• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙলৰ পৰা পৃথিৱীলৈ আহিছে সাংকেতিক বাৰ্তা! ৰঙা গ্ৰহৰ পৰা কোনে পঠিয়াইছে সংকেত? সবিশেষ…

মঙলৰ পৰা পৃথিৱীলৈ আহিছে সাংকেতিক বাৰ্তা! ৰঙা গ্ৰহৰ পৰা কোনে পঠিয়াইছে সংকেত? সবিশেষ…

3 years ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

1 hour ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

2 hours ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

14 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

14 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

15 hours ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

16 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

17 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

17 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

18 hours ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

18 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

20 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

মঙলৰ পৰা পৃথিৱীলৈ আহিছে সাংকেতিক বাৰ্তা! ৰঙা গ্ৰহৰ পৰা কোনে পঠিয়াইছে সংকেত? সবিশেষ…

editor by editor
May 31, 2023
in বিজ্ঞান, বিশ্ব
0
মঙলৰ পৰা পৃথিৱীলৈ আহিছে সাংকেতিক বাৰ্তা! ৰঙা গ্ৰহৰ পৰা কোনে পঠিয়াইছে সংকেত? সবিশেষ…
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মঙল গ্ৰহৰ পৰা এলিয়েনে পঠিয়াইছে সাংকেতিক বাৰ্তা৷ বিজ্ঞানৰ ইতিহাসত এয়ে প্ৰথম৷ কিন্তু ৰঙা গ্ৰহৰ পৰা কোনে পঠিয়াইছে এই বাৰ্তা? সেই বিষয়টোক লৈ বহুতৰেই মনত কৌতুহল৷

মহাকাশৰ যিসমূহ এলেকাক লৈ মহাকাশ বিজ্ঞানীৰ ধাৰণা আছে তাৰেই এটা হৈছে ৰঙাগ্ৰহ মঙল৷ ইতিমধ্যেই ২০৩০ চনত আকৌ এবাৰ মঙলত অভিযান চলাবলৈ সাজু হৈছে আমেৰিকান মহাকাশ সংস্থা নাছাই৷ কিন্তু ইয়াৰ পূৰ্বেই মঙলৰ পৰা পৃথিৱীলৈ আহিছে এটা সাংকেতিক বাৰ্তা৷ কিন্তু এই সাংকেতিক বাৰ্তা কোনো এলিয়েনে পঠোৱা নাই বুলি জনাইছে বিজ্ঞানীমহলে৷

ইউৰোপীয়ান মহাকাশ সংস্থা ইএছএৰ তৰফৰ পৰাই এই পৰীক্ষামূলক বাৰ্তা পঠোৱা হৈছে বুলি জনাইছে৷ ইএছএ এই বাৰ্তা পঠিয়াবলৈ ‘এক্সমাৰ্ছ ট্ৰেছ গেছ অৰবিটৰ’ ব্যৱহাৰ কৰিছিল৷ বিজ্ঞানীসকলে জনোৱা অনুসৰি মঙলৰ পৰিবেশ মানুহ থকাৰ বাবে উপযুক্ত নহয়৷ বৰ্তমানলৈ এই গ্ৰহত কোনো প্ৰাণীৰেই অস্তিত্ব বৰ্তমানলৈকে পোৱা নাই৷ কিন্তু ভৱিষ্যতে যদি মঙলৰ পৰা কোনো সাংকেতিক বাৰ্তা পৃথিৱীৰ ফালে আহে তেন্তে সেই সাংকেতিক বাৰ্তাৰ উত্তৰ কেনেদৰে পঠিয়াব পৰা যাব তাৰেই পৰীক্ষা চলাইছে বিজ্ঞানীমহলে৷

এই প্ৰসংগত ইএছএৰ বিজ্ঞানী ডেনিয়েল ডি পাওলিছে কয়, ‘মানৱ সভ্যতাৰ আৰম্ভণিৰ পৰাই মানুহে শক্তিশালী আৰু গুৰুত্বপূৰ্ণ ঘটনাসমূহৰ অনুসন্ধান কৰি আহিছে৷ বহিৰ্বিশ্বৰ পৰা সাংকেতিক বাৰ্তা পালে সমগ্ৰ মানৱজাতিৰেই এক বিশেষ অভিজ্ঞতা হ’ব৷ ইএছএ ২০১৬ চনৰ পৰা মঙললৈ মহাকাশযান পঠিওৱাৰ কুচকাৱাচ চলাই আহিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী
বিশ্ব

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

August 23, 2026
আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস
বিশ্ব

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

August 22, 2026
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ
বিনোদন

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

August 21, 2026
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ
বিশ্ব

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

August 20, 2026
Next Post
গ্ৰেপ্তাৰ কৰিবলৈ প্ৰমাণ লাগিব, প্ৰমাণ ক’ত আছে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে? প্ৰতিবাদী মল্লযুঁজাৰুক দিল্লী আৰক্ষীৰ প্ৰশ্ন

গ্ৰেপ্তাৰ কৰিবলৈ প্ৰমাণ লাগিব, প্ৰমাণ ক’ত আছে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে? প্ৰতিবাদী মল্লযুঁজাৰুক দিল্লী আৰক্ষীৰ প্ৰশ্ন

অৰ্জুনৰ সৈতে বিবাহৰ পূৰ্বেই মাতৃ হ’বলৈ ওলাইছে মালাইকা! বলীউডৰ চৰ্চিত খবৰক লৈ মুখ খুলিলে প্ৰেমিক অৰ্জুন কাপুৰে

অৰ্জুনৰ সৈতে বিবাহৰ পূৰ্বেই মাতৃ হ’বলৈ ওলাইছে মালাইকা! বলীউডৰ চৰ্চিত খবৰক লৈ মুখ খুলিলে প্ৰেমিক অৰ্জুন কাপুৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.