• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যুদিনত ডঃ কালামৰ চৰ্চা, ডঃ আব্দুল কালামৰ এই ১০টা চিন্তাই আজিও লাখ লাখ যুৱকক অনুপ্ৰাণিত কৰে, জানি লওক কালামে কৈ যোৱা ১০টা কথা

মৃত্যুদিনত ডঃ কালামৰ চৰ্চা, ডঃ আব্দুল কালামৰ এই ১০টা চিন্তাই আজিও লাখ লাখ যুৱকক অনুপ্ৰাণিত কৰে, জানি লওক কালামে কৈ যোৱা ১০টা কথা

3 years ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

4 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

4 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

5 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

6 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

7 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

7 hours ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

7 hours ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

8 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

9 hours ago
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

10 hours ago
Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

11 hours ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মৃত্যুদিনত ডঃ কালামৰ চৰ্চা, ডঃ আব্দুল কালামৰ এই ১০টা চিন্তাই আজিও লাখ লাখ যুৱকক অনুপ্ৰাণিত কৰে, জানি লওক কালামে কৈ যোৱা ১০টা কথা

editor by editor
July 27, 2023
in জীৱনশৈলী, বিজ্ঞান, ভাৰত
0
মৃত্যুদিনত ডঃ কালামৰ চৰ্চা, ডঃ আব্দুল কালামৰ এই ১০টা চিন্তাই আজিও লাখ লাখ যুৱকক অনুপ্ৰাণিত কৰে, জানি লওক কালামে কৈ যোৱা ১০টা কথা
0
SHARES
418
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতৰ ১১ সংখ্যক ৰাষ্ট্ৰপতি ডঃ এ পি জে আব্দুল কালামৰ আজি মৃত্যু দিন। ভাৰতৰ ৰাষ্ট্ৰপতিৰ দৰে দেশৰ সৰ্ববৃহৎ পদত অধিষ্ঠিত হোৱাৰ পাছতো ডক্টৰ কালাম এজন বিনয়ী ব্যক্তি আছিল। সকলোৰে সৈতে খুবেই সাধাৰণভাৱে মিলামিছা কৰিছিল ডঃ এ পি জে আব্দুল কালামে। এ পি জে আব্দুল কালাম এজন বিজ্ঞানী হ’লেও ধাৰ্মিক তথা আধ্যাত্মিক ব্যক্তি আছিল। তেওঁৰ মনত কেনেদৰে শৈশৱতে প্ৰতিটো ধৰ্মৰ প্ৰতি শ্ৰদ্ধাৰ বীজ ৰোপন হৈছিল সেই কথা তেওঁ নিজেই এক মন্তব্যত প্ৰকাশ কৰিছে।

শৈশৱৰ বহু বছৰ দ্বন্দৰ মাজেৰেই কটাইছিল কালামে
ডঃ আবুল পাকিৰ জয়নালআবেদিন আব্দুল কালামৰ জন্ম হৈছিল ১৯৩১ চনৰ ১৫ অক্টোবৰত। তামিলনাডুৰ ৰামেশ্বৰমৰ এক মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল এপিজে আব্দুল কালামে। তেওঁৰ পিতৃয়ে হিন্দু তীৰ্থযাত্ৰীৰ নৌকা চলাইছিল। কিন্তু পিতৃয়ে এপিজে আব্দুল কালাম সৰু থাকোতেই সেই কৰ্মক্ষেত্ৰ হেৰুৱাই। পিতৃয়ে কৰ্মক্ষেত্ৰ হেৰুৱাৰ পাছতেই আৰ্থিক সংকটত পৰে পৰিয়ালটো। ডঃ কালামৰ শৈশৱ খুবেই আৰ্থিক সংকটৰ মাজেৰে পাৰ হৈছিল। পৰিয়ালটো চলাত সহায়ক হ’বৰ বাবেই তেওঁ কম বয়সতে কৰ্মক্ষেত্ৰত নামি পৰে। বাতৰিকাকত বিক্ৰিৰে তেওঁ ঘৰুৱা খৰচ উলিয়াই।

সৰুৰে পৰাই কৌতূহলী আছিল কালাম

ডঃ কালামে তেওঁৰ আত্মজীৱনী Wings of Fire(1999)ত তেওঁৰ শৈশৱৰ কথা উল্লেখ কৰিছে। গ্ৰন্থখনৰ প্ৰথম অধ্যায়ত তেওঁ বিশিষ্ট কেইজনমান ব্যক্তিয়ে তেওঁৰ জীৱনত পেলোৱা প্ৰভাৱৰ কথাও উল্লেখ কৰিছে। তেওঁৰ আত্মজীৱনী পঢ়িলেই বুজা যায় যে সৰুৰে পৰাই তেওঁৰ বিজ্ঞানী হোৱাৰ প্ৰাথমিক গুণসমূহৰ কথা। তেওঁ পিতৃৰো এইক্ষেত্ৰত বহু অৰিহনা আছে। পিতৃয়েই কালামৰ মনত বৈজ্ঞানিক দৃষ্টিভংগী গঢ়ি তোলাত মুখ্য ভূমিকা পালন কৰিছিল।

আধ্যাত্মিক বন্ধু
আব্দুল কালামৰ পিতৃয়ে প্ৰতিসময়তেই আধ্যাত্মিক বা ধৰ্মীয় কৌতূহলৰ উত্তৰ কালামক বস্তুনিষ্ঠভাৱে দি গৈছিল। একে সময়তে আধ্যাত্মিকতাৰ প্ৰতি শ্ৰদ্ধাভাৱো জীয়াই ৰখাত পিতৃয়ে লৈছিল বিশেষ ভূমিকা। তেওঁৰ পিতৃ আহমেদ জালালউদ্দিনে ডঃ কালামৰ ১৫ বছৰ বয়সৰ পৰাই ভাল বন্ধু হৈ পৰিছিল। পিতৃ আৰু কালামে মিলি ঈশ্বৰ আৰু আধ্যাত্মিকতা বিষয়ক কথাক লৈ আলোচনাত বহিছিল। তেওঁ ধৰ্মক লৈ সেয়ে কৈ গৈছে যে, মন্দিৰ আৰু মছজিদত কৰা প্ৰাৰ্থনাৰ মাজত প্ৰভেদ আছে।

এ পি জে আব্দুল কালামৰ কেইটামান মূল্যবান চিন্তা

১) আপুনি প্রথম সাফল্যৰ পাছত বিশ্ৰাম নল’ব কাৰণ আপুনি যদি দ্বিতীয় প্ৰচেষ্টাত ব্যৰ্থ হয় তেন্তে সমাজে ভাৱি ল’ব যে আপুনি প্ৰথম সফলতা ভাগ্যৰ বলতহে পাইছে।
২) আপুনি যদি আপোনাৰ মিছনত সফলতা বিচাৰে তেন্তে সেই বিষয়তেই আপুনি লক্ষ্য স্থিৰ কৰি ৰাখক।
৩) আপুনি যদি কোনো প্ৰচেষ্টাত ব্যৰ্থ হৈছে তেন্তে হাৰ মানি চেষ্টা বাদ নিদিব কাৰণ FAIL মানে শিকাৰ প্ৰথম প্ৰচেষ্টা।
৪) সৃজনশীলতা মানে একে সামগ্ৰীক ভিন্নধৰণে চিন্তা কৰা।
৫) যদি সফল হোৱাৰ অভিপ্ৰায় দৃঢ় হয় তেন্তে ব্যৰ্থতাই আমাৰ মনক ক্ষতি কৰিব নোৱাৰে।
৬) আমাৰ সকলোৰে সকলো বিষয়তে সমান প্ৰতিভা নাথাকিবও পাৰে কিন্তু প্ৰতিভা বিকাশৰ বাবে আমাৰ সকলোৰে সন্মুখত কিবা নহয় কিবা এটা সুযোগ আহেই।
৭) ভিন্নভাৱে চিন্তা কৰাৰ সাহস, উদ্ভাৱনৰ সাহস, নতুন অজানা পথত খোজ দিয়াৰ সাহস, অসম্ভৱক আৱিষ্কাৰ কৰাৰ সাহস আদি সমস্যাসমূহক জয় কৰিলেই সফল হ’ব।
৮) এখন দেশক দুৰ্নীতিমুক্ত কৰাৰ বাবে আমাৰ সমাজত ৩জন মানুহেই সেই সালসলনি আনিব পাৰিব। সেয়া হৈছে পিতৃ-মাতৃ আৰু শিক্ষক।
৯) যেতিয়া আমি বাধাৰ সন্মুখীন হওঁ, তেতিয়াই আমি নিজৰ মাজত থকা সাহস আৰু স্থিতিস্থাপকতা সম্পৰ্কে জানিব পাৰো। আমি নিজেই সচেতন হ’লে আমাৰ ভুল হোৱাৰ সম্ভাৱনা কম থাকে।
১০) যেতিয়ালৈকে ভাৰতে বিশ্বৰ আইন আগশাৰীৰ দেশৰ সৈতে ফেৰ নামাৰে তেতিয়ালৈকে আমাক অন্য উন্নত দেশৰ নাগৰিকে সন্মান দিব বুলি আশা নকৰিব। শক্তিয়েহে শক্তিক সন্মান কৰে সেই কথা মনত ৰাখিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ
জীৱনশৈলী

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

March 29, 2026
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

March 29, 2026
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!
প্ৰযুক্তি

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

March 29, 2026
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়
জীৱনশৈলী

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

March 29, 2026
Next Post
কালি সপোনত ককাদেউতা আহি মোক ভুল স্বীকাৰ কৰিবলৈ ক’লে, আত্মশুদ্ধিৰ বাবে মই নামঘৰত তামোল পাণ দি সেৱা কৰিমঃ এপিচিচিৰ সভাপতি ভূপেন বৰা

কালি সপোনত ককাদেউতা আহি মোক ভুল স্বীকাৰ কৰিবলৈ ক’লে, আত্মশুদ্ধিৰ বাবে মই নামঘৰত তামোল পাণ দি সেৱা কৰিমঃ এপিচিচিৰ সভাপতি ভূপেন বৰা

মৃত্যুকো শিল্পৰ আকাৰ দি জীৱনৰ কঠিন শিলত আঁকিব খোজা কবি হীৰেন ভট্টাচাৰ্যৰ আজি ওপজা দিন

মৃত্যুকো শিল্পৰ আকাৰ দি জীৱনৰ কঠিন শিলত আঁকিব খোজা কবি হীৰেন ভট্টাচাৰ্যৰ আজি ওপজা দিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.