• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৰ্গত এতিয়াও আছে ৮২ টা দেহ, কৰমণ্ডল দুৰ্ঘটনাত মৃতদেহ চিনাক্তকৰণৰ বাবে ৰাজ্যসমূহৰ সাহায্য বিচাৰিছে ওড়িশা চৰকাৰে

মৰ্গত এতিয়াও আছে ৮২ টা দেহ, কৰমণ্ডল দুৰ্ঘটনাত মৃতদেহ চিনাক্তকৰণৰ বাবে ৰাজ্যসমূহৰ সাহায্য বিচাৰিছে ওড়িশা চৰকাৰে

3 years ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

25 seconds ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

31 minutes ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

1 hour ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

1 hour ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

2 hours ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

2 hours ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

3 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

3 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

4 hours ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

4 hours ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

4 hours ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মৰ্গত এতিয়াও আছে ৮২ টা দেহ, কৰমণ্ডল দুৰ্ঘটনাত মৃতদেহ চিনাক্তকৰণৰ বাবে ৰাজ্যসমূহৰ সাহায্য বিচাৰিছে ওড়িশা চৰকাৰে

editor by editor
June 9, 2023
in ভাৰত
0
মৰ্গত এতিয়াও আছে ৮২ টা দেহ, কৰমণ্ডল দুৰ্ঘটনাত মৃতদেহ চিনাক্তকৰণৰ বাবে ৰাজ্যসমূহৰ সাহায্য বিচাৰিছে ওড়িশা চৰকাৰে
0
SHARES
531
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাৰ প্ৰায় এসপ্তাহ সম্পূৰ্ণ হ’লেও ভুৱনেশ্বৰত এতিয়াও ক্ষাম কটা নাই মৃত্যু বিভীষিকা। ভুৱনেশ্বৰৰ এখন মৰ্গত এতিয়াও পৰি আছে ৮২ টা মৃতদেহ। দেহকেইটা চিনাক্ত পৰি পৰিয়ালৰ হাতত গতাই দিবলৈকে ৰৈ আছে ওড়িশা প্ৰশাসন। কিন্তু দুৰ্ঘটনাৰ এসপ্তাহ সম্পূৰ্ণ হ’লেও এই ৮২ টা মৃতদেহৰ এটাও চমজি ল’বলৈ অহা নাই কোনো পৰিয়াল।

ওড়িশাৰ উৎকট গৰমৰ বাবে দেহসমূহ মৰ্গত ৰখাটোও এতিয়া জটিল হৈ পৰিছে। এনেকৈ আৰু কেইটামান দিন থাকিলে চিনাক্তকৰণ সম্ভৱ নহ’ব বুলি জনাইছে প্ৰশাসনে। চিনাক্ত নোহোৱা এইসমূহ মৃতদেহক লৈ সমস্যাত পৰিছে ওড়িশা প্ৰশাসনো। চিনাক্তকৰণ প্ৰক্ৰিয়া যাতে দ্ৰুত হয় তাৰবাবে চুবুৰীয়া ৰাজ্য পশ্চিমবংগ, বিহাৰ আৰু ঝাৰখণ্ড চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈছে ওড়িশা চৰকাৰ।

ভুৱনেশ্বৰ পৌৰনিগমৰ কমিছনাৰ বিজয় অমৃতা কুলাঙ্গে কয়, ‘দেহসমূহ চিনাক্তকৰণৰ বাবে আমাৰ ৰাজ্য চৰকাৰে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে আলোচনাত মিলিত হৈছে। মৃতদেহ চিনাক্তকৰণৰ বাবে যোৱা পৰিয়ালৰ সহায়ক হোৱাকৈ এটা কণ্ট্ৰল ৰুমৰো ব্যৱস্থা কৰা হৈছে। যিসকলে মৃতদেহ নিবলৈ আহে তেওঁলোকৰ খোৱা আৰু থকাৰো ব্যৱস্থা কৰা হৈছে। ভুৱনেশ্বৰৰ বিশেষ মৰ্গটোলৈ ১৬২ টা মৃতদেহ আহিছিল। তাৰভিতৰত ৮০ টা মৃতদেহ চিনাক্ত কৰি পৰিয়ালৰ হাতত তুলি দিয়া হয়। বাকী ৮২ টা মৃতদেহ এতিয়াও অচিনাক্ত অৱস্থাত আছে।

কেইবাটাও মৃতদেহক লৈ আকৌ সমস্যাও হৈছে। এটা মৃতদেহকেই বহুতেই নিজৰ আত্মীয় বুলি দাবী কৰিছে। গৰমৰ বাবে মৃতদেহসমূহ গেলিবলৈকো আৰম্ভ কৰিছে। উপায়হীন হৈ ডিএনএ পৰীক্ষাৰেই সহায় ল’ব লাগিব বুলি জনাইছে ওড়িশা প্ৰশাসনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে
জীৱনশৈলী

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

March 31, 2026
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?
জীৱনশৈলী

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

March 31, 2026
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং
জীৱনশৈলী

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

March 31, 2026
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ
জীৱনশৈলী

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

March 31, 2026
Next Post
বিশ্ববজাৰত কমিছে ক্ৰুইড অইলৰ দাম! দেশত কমিব পাৰে পেট্ৰল, ডিজেলৰ দাম

বিশ্ববজাৰত কমিছে ক্ৰুইড অইলৰ দাম! দেশত কমিব পাৰে পেট্ৰল, ডিজেলৰ দাম

কৰমণ্ডল এক্সপ্ৰেছৰ পাছত আন এক অঘটন! দুৰ্গ-পুৰী এক্সপ্ৰেছত লাগিল জুই

কৰমণ্ডল এক্সপ্ৰেছৰ পাছত আন এক অঘটন! দুৰ্গ-পুৰী এক্সপ্ৰেছত লাগিল জুই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.