• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্তানৰ প্ৰতি দায়বদ্ধতা! চলন্ত বাছৰ সন্মুখত জঁপিয়ালে মহিলাই, কিন্তু কিয়?

সন্তানৰ প্ৰতি দায়বদ্ধতা! চলন্ত বাছৰ সন্মুখত জঁপিয়ালে মহিলাই, কিন্তু কিয়?

3 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

2 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

3 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

3 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

4 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

5 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

6 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

7 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

8 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

8 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

9 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

9 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সন্তানৰ প্ৰতি দায়বদ্ধতা! চলন্ত বাছৰ সন্মুখত জঁপিয়ালে মহিলাই, কিন্তু কিয়?

editor by editor
July 18, 2023
in জীৱনশৈলী, ভাৰত
0
সন্তানৰ প্ৰতি দায়বদ্ধতা! চলন্ত বাছৰ সন্মুখত জঁপিয়ালে মহিলাই, কিন্তু কিয়?
0
SHARES
116
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সন্তানৰ প্ৰতি দায়বদ্ধতা! দুমুঠি মুখৰ আগত দিয়াতেই জানো দায়িত্ব শেষ হয়? সন্তানক এজন শিক্ষিত ব্যক্তি হিচাপে গঢ়ি তোলাৰ সপোনতো প্ৰত্যেক মাতৃয়েই দেখে। সপোন দেখিবলৈ সহজ কিন্তু বাস্তৱ বৰ নিদাৰুণ। সন্তানক মানুহ কৰিম বুলি ভাৱিয়েই মাতৃয়ে ল’লে এই বৃহৎ সিদ্ধান্ত। সন্তানক পঢ়াৰ খৰচ যোগান ধৰিবলৈকে মাতৃয়ে কৰিলে দুসাহসিক কাম। মাতৃ জীয়াই নাথাকিলেও সন্তানক দি গ’ল সুৰক্ষিত এক ভৱিষ্যত।

সন্তানক কলেজৰ খৰচ দিবলৈ গৈয়েই প্ৰাণ দিলে মহিলাই। চলন্ত বাছৰ সন্মুখত কিয় জাঁপ দিলে মহিলাই? বাছখনৰ খুন্দাত লগে লগেই নিহত হয় মহিলাগৰাকী।
তামিলনাডুৰ চেলম চহৰত এই ঘটনা। ৪৫বছৰীয়া মহিলাগৰাকী তামিলনাডুৰ কালেক্টৰ কাৰ্যালয়ৰ এগৰাকী চাফাই কৰ্মী আছিল। মহিলাগৰাকীয়ে চাফাই কৰ্মী হিচাপে কাম কৰি সন্তানক দুবেলা দুমুঠি যোগান ধৰিব পাৰিলেও সন্তানৰ পঢ়াৰ খৰচ যোগান ধৰাত ব্যৰ্থ হৈছিল। সন্তানৰ পঢ়াৰ প্ৰতি থকা ধাউতি দেখি মহিলাগৰাকীয়ে সন্তানক কলেজীয়া শিক্ষা বাদ দিবলৈকো ক’ব পৰা নাছিল। সন্তানৰ সপোন পূৰ কৰিবলৈকে মাতৃয়ে লৈছিল এই পন্থা।

ঘটনাটো ২৪ জুনৰেই। চিচিটিভি ফুটেজত বন্দী হৈছিল এই শিঁহৰণকাৰী ঘটনা। মহিলাগৰাকীয়ে এবাৰ নহয় দুবাৰকৈ চলন্ত বাছৰ সন্মুখত জপিঁয়াইছিল। উদ্দেশ্য এটাই তেঁওৰ মৃত্যু হ’লে সন্তানে লাভ কৰিব ক্ষতিপূৰণ। সেই ক্ষতিপূৰণেই সুনিশ্চিত কৰিব সন্তানৰ শৈক্ষিক ভৱিষ্যত। মাতৃৰ মৃত্যুৰ পাছত সন্তানে তেওঁ ভৱাধৰণেই ক্ষতিপূৰণ লাভ কৰিছে। কিন্তু পূত্ৰৰ এই সুনিশ্চিত ভৱিষ্যতৰ সপোন একেলগে থাকিবলৈ মাতৃ আৰু এই পৃথিৱীত নাথাকিল। বিগত ১৫বছৰ ধৰি স্বামীৰ পৰা বিচ্ছিন্ন হৈ তেওঁ অকলেই লৈ আহিছিল সন্তানটোৰ দায়িত্ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

June 26, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

June 26, 2026
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!
জীৱনশৈলী

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

June 26, 2026
Next Post
প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলাৰ এইকেইটা কথা জানেনে? ১০৫ বছৰীয়া জন্মদিনত প্ৰাসংগিক হৈ উঠিছে নেলছন মেণ্ডেলা

প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলাৰ এইকেইটা কথা জানেনে? ১০৫ বছৰীয়া জন্মদিনত প্ৰাসংগিক হৈ উঠিছে নেলছন মেণ্ডেলা

ভয়াৱহ ঘটনা! ‘নমামী গংগা’ প্ৰকল্পৰ ট্ৰেন্সফৰ্মাৰ ফাটি ১৫জনৰ মৃত্যু, আহত কেইবাজনো লোক

ভয়াৱহ ঘটনা! 'নমামী গংগা’ প্ৰকল্পৰ ট্ৰেন্সফৰ্মাৰ ফাটি ১৫জনৰ মৃত্যু, আহত কেইবাজনো লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.