• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাংসদ হলে Fit হব লাগে, শকত হলে ফিল্ডত বাগৰি পৰেঃ ৰূপজ্যোতি কূৰ্মী

সাংসদ হলে Fit হব লাগে, শকত হলে ফিল্ডত বাগৰি পৰেঃ ৰূপজ্যোতি কূৰ্মী

3 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

49 minutes ago
BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

1 hour ago
বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

2 hours ago
প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

5 hours ago
ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

6 hours ago
গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

6 hours ago
গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

6 hours ago
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

7 hours ago
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

8 hours ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

9 hours ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

10 hours ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সাংসদ হলে Fit হব লাগে, শকত হলে ফিল্ডত বাগৰি পৰেঃ ৰূপজ্যোতি কূৰ্মী

editor by editor
July 6, 2023
in অসম, ৰাজনীতি
0
সাংসদ হলে Fit হব লাগে, শকত হলে ফিল্ডত বাগৰি পৰেঃ ৰূপজ্যোতি কূৰ্মী
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আহোমৰ হেংদাঙক লৈ বিতৰ্কিত মন্তব্য কৰি চৰ্চা লাভ কৰা ৰূপজ্যোতি কূৰ্মীয়ে বিতৰ্ক সন্দৰ্ভত মুখ খুলিছে। ৰূপজ্যোতিয়ে হেংদাং বিতৰ্ক সন্দৰ্ভত কয়, ‘মই বিতৰ্কিত একো কথা কোৱা নাই, সংবাদমাধ্যমেৰে কথাটো বেলেগকৈ লৈছে।’

মন্তব্যত ৰূপজ্যোতিয়ে সাংসদ বদৰুদ্দিন আজমলক এইবাৰ টাৰ্গেট কৰি লৈছে। ৰূপজ্যোতিয়ে কয়, ‘সাংসদ হলে Fit হব লাগে। শকত হলে ফিল্ডত বাগৰি পৰে, ধুবুৰীত উন্নয়নৰ নামত একো কৰা নাই আজমলে, সেয়েহে ৰাইজে এইবাৰ তেওঁৰ বিচাৰ কৰিব। আজমলে নিজৰ ব্যৱসায়িক লাভৰ কথা চিন্তা কৰে সমষ্টিত উন্নয়নৰ কথা নাভাৱে।’

২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ তৎপৰতাক লৈ ৰূপজ্যোতি কূৰ্মীয়ে কয়, ‘লোকসভাত ১২ আসন নিশ্চিত হৈ আছে BJPৰ। নিৰ্বাচন আয়োগ আৰু খৰ্গেক লগ কৰিবলৈ অসমৰ ১১ বিৰোধী উৰা মাৰিছে দিল্লীলৈ। কিন্ত অখিল গগৈৰ নিচিনা একাংশ পাবত গজা নেতাক লগত লৈ কংগ্ৰেছৰ দিল্লী যাত্ৰা কেতিয়াও সফল নহব।কংগ্ৰেছ আৰু অন্য বিৰোধীয়ে অসমৰ উন্নয়ন নিবিচাৰে সেইবাৱে সমষ্টি পুনঃ নিৰ্ধাৰণৰ আপত্তি জনাবলৈ নিৰ্বাচন আয়োগৰ কাষলৈ গৈছে। অসমতো পাবত গজা দুই এজন নেতাইহে সমষ্টি পুনঃ নিৰ্ধাৰণৰ বিৰোধ কৰিছে। ৰকিবুল হুছেইনৰ কথাৰ আজি একো ভিত্তি নাই, আগতে বনমন্ত্ৰী হৈ থাকোতে তেওঁৰ পেট বাঢ়িলে। খালে, গঁড় মাৰিলে, ৰকিবুল হুছেইন এতিয়া Reject মানুহ, ৰাইজে তেওঁক আৰু নিবিচাৰে।’

ইয়াৰোপৰি ৰূপজ্যোতিয়ে কয়, ‘অসমত এতিয়া servibel অফ the fitest নীতি চলি আছে। যিয়ে কাম কৰিব সিয়ে টিকি থাকিব। মানুহে এতিয়া চেহেৰা নহয় কাম চায়।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন
অসম

প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

September 11, 2026
ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?
অসম

ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

September 11, 2026
গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?
বিশ্ব

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

September 11, 2026
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা
অসম

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

September 11, 2026
Next Post
ঘৃণা এৰক, মণিপুৰলৈ শান্তি আনক! ঘৃণাৰ বাবে আত্মীয়ক হেৰুৱাৰ বেদনা কিমান মই জানোঃ ৰাহুল গান্ধী

ঘৃণা এৰক, মণিপুৰলৈ শান্তি আনক! ঘৃণাৰ বাবে আত্মীয়ক হেৰুৱাৰ বেদনা কিমান মই জানোঃ ৰাহুল গান্ধী

গুঞ্জৰ হৈ থাকোতেই শেষ হ’ল প্ৰেম! অভিনেত্ৰী ৰশ্মিকা আৰু অভিনেতা বিজয়ৰ প্ৰেমত ফাঁট মেলাৰ খবৰ হ’ল ভাইৰেল

গুঞ্জৰ হৈ থাকোতেই শেষ হ’ল প্ৰেম! অভিনেত্ৰী ৰশ্মিকা আৰু অভিনেতা বিজয়ৰ প্ৰেমত ফাঁট মেলাৰ খবৰ হ’ল ভাইৰেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.