• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সীমাই ভাৰতৰ আইন মানি ল’বলৈ সন্মত হোৱাটোৱেইতো সন্দেহৰ কাৰণ! তদন্তকাৰী দলৰ সন্দেহ বাঢ়িছে, সীমাক জালিয়াতিৰে আধাৰ কাৰ্ড বনাই দিয়া দুই ভাতৃকো গ্ৰেপ্তাৰ তদন্তকাৰী দলৰ

সীমাই ভাৰতৰ আইন মানি ল’বলৈ সন্মত হোৱাটোৱেইতো সন্দেহৰ কাৰণ! তদন্তকাৰী দলৰ সন্দেহ বাঢ়িছে, সীমাক জালিয়াতিৰে আধাৰ কাৰ্ড বনাই দিয়া দুই ভাতৃকো গ্ৰেপ্তাৰ তদন্তকাৰী দলৰ

3 years ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

11 minutes ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

55 minutes ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

2 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

3 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

4 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

5 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

5 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

6 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

18 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

18 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

19 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সীমাই ভাৰতৰ আইন মানি ল’বলৈ সন্মত হোৱাটোৱেইতো সন্দেহৰ কাৰণ! তদন্তকাৰী দলৰ সন্দেহ বাঢ়িছে, সীমাক জালিয়াতিৰে আধাৰ কাৰ্ড বনাই দিয়া দুই ভাতৃকো গ্ৰেপ্তাৰ তদন্তকাৰী দলৰ

editor by editor
July 25, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
সীমাই ভাৰতৰ আইন মানি ল’বলৈ সন্মত হোৱাটোৱেইতো সন্দেহৰ কাৰণ! তদন্তকাৰী দলৰ সন্দেহ বাঢ়িছে, সীমাক জালিয়াতিৰে আধাৰ কাৰ্ড বনাই দিয়া দুই ভাতৃকো গ্ৰেপ্তাৰ তদন্তকাৰী দলৰ
0
SHARES
400
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পাকিস্তানৰ বোৱাৰী সীমা হাইদৰ আৰু ভাৰতীয় প্ৰেমিক শচীন মিনাৰক বৰ্তমানলৈকে জেৰা চলাই আছে উত্তৰপ্ৰদেশৰ বিশেষ তদন্তকাৰী দলে৷ দুয়োৰে পৰা বহু নথিও লাভ কৰিছে তদন্তকাৰী দলটোৱে৷ শচীন আৰু সীমাৰ নথি জালিয়াতিৰে বনাই দিয়াৰ অপৰাধত দুই যুৱকক আটক কৰিছে উত্তৰপ্ৰদেশ আৰক্ষীয়ে৷ দুই অভিযুক্ত পুষ্পেন্দ্ৰ মিনা আৰু পৱন মিনাই এটা জনসেৱা কেন্দ্ৰত দীৰ্ঘদিন ধৰি কাম কৰি আছিল৷ আৰক্ষীয়ে জনোৱা অনুসৰি, পুষ্পেন্দু আৰু পৱন সম্পৰ্কত ককাই-ভাই৷ শচীনৰ সৈতেও দুয়োৰে পাৰিবাৰিক সম্পৰ্ক আছে৷

সীমা-শচীনৰ নথি পৰিবৰ্তনৰ বাবে শচীন তেওঁলোকৰ কাষ চাপিছিল৷ সীমাৰ ভাৰতত প্ৰৱেশক লৈ ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে ATSয়ে৷ যাৰবাবে আজিও সীমাৰ ওপৰত বিশেষ নজৰ ৰাখিছে দলটোৱে৷ সীমাৰ ভাৰতত অনুপ্ৰৱেশক লৈ ক্ৰমশ ঘনীভূত হৈছে ৰহস্যও৷ সীমা প্ৰকৃততে কোন? এই পৰিচয় আজিও উলিয়াব পৰা নাই তদন্তকাৰী দলটোৱে৷ সীমাক সন্দেহ কৰাৰ কাৰণ হৈছে সীমাই কেনেকৈ ইমান নিখুতভাৱে ভাৰতত সোমোৱাৰ পৰিকল্পনা কৰিলে? তদন্তকাৰী দলৰ সন্মুখত কেইবাটাও প্ৰশ্ন৷ সীমা প্ৰেয়সী, সীমা পাক গুপ্তচৰ নে সীমা কোনো পাক উগ্ৰপন্থী দলৰ সদস্য?

সীমাই গ্ৰেপ্তাৰৰ পাছত কৰা এটা মন্তব্যক লৈয়ো বাৰে বাৰে এতিয়া জেৰা চলাইছে তদন্তকাৰী দলটোৱে৷ সীমা কাৰাগাৰৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ সন্মুখত দিয়া প্ৰথমটো মন্তব্যত কৈছিল, ‘মই হিন্দু ধৰ্ম গ্ৰহণ কৰিছো৷ সেয়ে মোৰ নাম এতিয়া সীমা হাইদৰ নহয়, অকল সীমা৷ ইচ্ছা কৰিলে সীমা শচীন ক’ব পাৰে৷ আমাৰ সন্তানকেইটাৰ নামো পৰিবৰ্তন কৰিছো৷ সিহঁতৰ নাম এতিয়া ৰাজ, প্ৰিয়ংকা, পৰি আৰু মুন্নী ৰাখিছো৷ মই এতিয়া ভগৱানৰ উপাসনা কৰো৷ মই নিৰামিষ আহাৰ খাবলৈকো শিকিছো৷’

উল্লেখ্য যে, শচীনৰ পৰিয়ালে শেহতীয়াকৈ দাবী কৰামতে, সীমা-শচীনক বাৰে বাৰে তদন্তকাৰী দলে তলব কৰিছে৷ ইয়াৰ মাজতেই ভাৰতত থাকিবৰ বাবে সীমাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক আৱেদনো জনাইছে৷ সীমাই আৱেদনত উল্লেখ কৰিছে যে তেওঁ কোনো কাৰণতে আৰু পাকিস্তানলৈ উভতি নাযায়৷ সন্তানকেইটাক লৈ তেওঁ ভাৰততেই থাকিব৷ এই দেশৰ আইনে যদি শাস্তি দিয়ে তেন্তে সেয়াও মানি ল’বলৈ তেওঁ সাঁজু৷ কেৱল ৰাষ্ট্ৰপতিকেই নহয় এই একেই আৱেদন জনাইছে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!
স্বাস্থ্য

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

March 16, 2026
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!
জীৱনশৈলী

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

March 16, 2026
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

March 16, 2026
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত
জীৱনশৈলী

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

March 16, 2026
Next Post
চকু বন্ধ কৰিলেই সেই ভয়ংকৰ স্মৃতি! মুখ খুলিলে মণিপুৰৰ নিৰ্যাতিতাই, তদন্ত প্ৰক্ৰিয়া কেনেকৈ আগবাঢ়িছে, সবিশেষ…

চকু বন্ধ কৰিলেই সেই ভয়ংকৰ স্মৃতি! মুখ খুলিলে মণিপুৰৰ নিৰ্যাতিতাই, তদন্ত প্ৰক্ৰিয়া কেনেকৈ আগবাঢ়িছে, সবিশেষ...

পাকিস্তানলৈ গৈ মুছলমান ধৰ্ম গ্ৰহণ কৰি প্ৰেমিকেৰে বিয়া ২সন্তানৰ মাতৃৰ! কন্যাক ত্যাগ কৰিলে হিন্দু পিতৃয়ে

পাকিস্তানলৈ গৈ মুছলমান ধৰ্ম গ্ৰহণ কৰি প্ৰেমিকেৰে বিয়া ২সন্তানৰ মাতৃৰ! কন্যাক ত্যাগ কৰিলে হিন্দু পিতৃয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.