• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোৰাহোৰে কমিছে সোণৰ দাম

হোৰাহোৰে কমিছে সোণৰ দাম

5 years ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

16 minutes ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

2 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

3 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

3 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

3 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

4 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

5 hours ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

5 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

5 hours ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

6 hours ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

7 hours ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হোৰাহোৰে কমিছে সোণৰ দাম

৫ মাহৰ ভিতৰত সবাতোকৈ কম মূল্যত সোণ

editor by editor
December 1, 2020
in অসম, বাণিজ্য
0
হোৰাহোৰে কমিছে সোণৰ দাম
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কমিছে সোণৰ দাম। বিগত পাঁচ মাহৰ ভিতৰত সবাতোকৈ বেছি নিম্নগামী হৈছে সোণৰ মূল্য। ক’ৰোনা মহামাৰীৰ বাবে হোৱা আৰ্থিক অনিশ্চয়তাৰ বাবে মানুহে সোণত বিনিয়োগ কৰিছিল। যাৰ ফলত বৰ্তমান বহুখিনি কমি গৈছে সোণৰ দাম। সোণৰ লগতে নিম্নগামী হৈছে ৰূপৰ মূল্যও। দেশত বৰ্তমান ভেকচিন অহাৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। এই খবৰৰ পাছতেই দেশৰ আৰ্থিক অৱস্থা যথেষ্ট উন্নত হ’ব বুলি আশা ব্যক্ত কৰা হৈছে। তাৰেই পৰিপ্ৰেক্ষিতত নিম্নগামী হৈছে সোণৰ মূল্য। আজি অৰ্থাৎ মঙলবাৰে ২২ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৪৬,৯২০ টকা। সোমবাৰে ইয়াৰ মূল্য আছিল ৪৭,২৪০ টকা। ইপিনে, ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য আজিৰ দিনটোত ৪৭,৯২০। ইপিনে, সোমবাৰে ইয়াৰ মূল্য আছিল ৪৮,২৪০ টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24gold price fall
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
জীৱনশৈলী

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

March 27, 2026
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?
জীৱনশৈলী

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

March 26, 2026
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?
বাণিজ্য

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

March 26, 2026
Next Post
এইখন অসমতে সাধাৰণতে নেদেখা-নুশুনা ঘটনা

এইখন অসমতে সাধাৰণতে নেদেখা-নুশুনা ঘটনা

যোগীৰাজ নে জংঘলৰাজ?

যোগীৰাজ নে জংঘলৰাজ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.