• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১২ বছৰ পূৰ্বে হত্যা কৰা মহিলাক জীৱিত অৱস্থাত উদ্ধাৰ

১২ বছৰ পূৰ্বে হত্যা কৰা মহিলাক জীৱিত অৱস্থাত উদ্ধাৰ

6 years ago
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

6 minutes ago
হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

23 minutes ago
মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

57 minutes ago
AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব!  ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

1 hour ago
নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

2 hours ago
মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

2 hours ago
চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

3 hours ago
দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

3 hours ago
নিবনুৱা হ’লেই হ’ল, অষ্টম উত্তীৰ্ণ হ’লেও লাভ কৰিব ১০লাখৰ ঋণ! জানি থওক চৰকাৰী আঁচনিৰ সবিশেষ

নিবনুৱা হ’লেই হ’ল, অষ্টম উত্তীৰ্ণ হ’লেও লাভ কৰিব ১০লাখৰ ঋণ! জানি থওক চৰকাৰী আঁচনিৰ সবিশেষ

4 hours ago
দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?

4 hours ago
প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ

প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ

4 hours ago
মে মাহত ধনৰ বৃষ্টি হ’ব ৪ৰাশিত, গজলক্ষ্মী ৰাজযোগত ভাগ্য চমকিব কাৰ কাৰ?

মে মাহত ধনৰ বৃষ্টি হ’ব ৪ৰাশিত, গজলক্ষ্মী ৰাজযোগত ভাগ্য চমকিব কাৰ কাৰ?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

১২ বছৰ পূৰ্বে হত্যা কৰা মহিলাক জীৱিত অৱস্থাত উদ্ধাৰ

editor by editor
September 18, 2020
in অপৰাধ
0
১২ বছৰ পূৰ্বে হত্যা কৰা মহিলাক জীৱিত অৱস্থাত উদ্ধাৰ
0
SHARES
5.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ১২ বছৰ পূৰ্বে হত্যা কৰা হৈছিল তেওঁক। সেই অপৰাধত কাৰাবাসো খাটিছিল ৬ জনে। কিন্তু ১২ বছৰৰ পাছত হত্যা কৰা সেই মহিলাৰ সন্ধান পোৱা গ’ল। তেওঁ দিব্বি বেছেবৰ্তত বিয়া কৰাই সুন্দৰভাৱে সংসাৰ কৰি আছে। আশ্চৰ্যজনক এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ জালাউন জিলাত। ২০০৮ বৰ্ষত সেইগৰাকী মহিলাৰ বয়স আছিল মাত্ৰ ১৪ বছৰ। হঠাৎ এদিন সন্ধানহীন হয় তেওঁ। কুতুওয়ালী আৰক্ষী থানাত মহিলাগৰাকীৰ নামত সন্ধানহীন সন্দৰ্ভত এজাহাৰ দাখিল কৰা হয়। ইয়াৰ পাছতেই ঘাতমপুৰ অঞ্চলত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হয়। আৰু সেই মৃতদেহ সন্ধানহীন কিশোৰীগৰাকীৰ বুলি চিনাক্ত কৰে কিশোৰীগৰাকীৰ মাতৃয়ে। ছগৰাকী ব্যক্তিৰ বিৰুদ্ধে মাতৃয়ে অপহৰণ কৰি হত্যা কৰাৰ অভিযোগ দাখিল কৰে। এই ঘটনাই কঁপাই গৈছিল সমগ্ৰ উত্তৰ প্ৰদেশ। মাতৃৰ বিভিন্ন অভিযোগৰ বাবে স্থানীয় আৰক্ষীৰ পৰা CBI লৈ এই ঘটনাৰ তদন্ত স্থানান্তৰিত হয়। অভিযুক্ত ৬ ব্যক্তিকে জেললৈ প্ৰেৰণ কৰা হয়। হত্যাত অভিযুক্ত এজনক আৰক্ষীৰ সন্মুখতে প্ৰহাৰ কৰি হত্যা কৰা হয়। আৰু ১২ বছৰৰ পাছত এই ঘটনাই নতুন মোৰ লয়। উত্তৰ প্ৰদেশৰ আলিগড়ত সন্ধান পোৱা যায় কিশোৰীগৰাকীৰ। ১২ বছৰ পূৰ্বে সন্ধানহীন হোৱা ১৪ বছৰীয়া কিশোৰীগৰাকী এতিয়া ২৬ বছৰ হ’ল। আলিগড়তেই বিবাহপাশত আৱদ্ধ হৈ সংসাৰ কৰিছে তেওঁ। এতিয়া পুনৰ আৰম্ভ হৈছে তদন্ত। দীৰ্ঘ বছৰ ক’ত আছিল, কিয় ঘৰলৈ ঘূৰি আহিছে, সেই বিষয়ত তদন্তৰ নিৰ্দেশ দিয়া হৈছে। আদালতৰ নিৰ্দেশ অনুযায়ী এতিয়া হাজিৰ হ’ব লাগিব মহিলাগৰাকীক। য’ত মহিলাগৰাকীৰ ভাষ্য গ্ৰহণ কৰা হ’ব। মহিলাগৰাকীৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি হত্যাত অভিযুক্ত ৬ জনক ক্লীনশ্বীট দিয়া হ’ব বুলি জনাইছে আৰক্ষী বিষয়া যশবীৰ সিঙে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?
অপৰাধ

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

April 16, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?
অসম

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

April 7, 2026
Next Post
সুশান্তৰ স্মৰণত মমৰ মূৰ্তি নিৰ্মাণ পশ্চিমবংগৰ শিল্পীৰ

সুশান্তৰ স্মৰণত মমৰ মূৰ্তি নিৰ্মাণ পশ্চিমবংগৰ শিল্পীৰ

২৫ ছেপ্টেম্বৰ শুকুৰবাৰে ভাৰত বন্ধৰ আহ্বান

২৫ ছেপ্টেম্বৰ শুকুৰবাৰে ভাৰত বন্ধৰ আহ্বান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.