• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২২ বছৰীয়া বৈবাহিক জীৱনৰ সমাপ্তি; কি ক’লে আশীষ বিদ্যাৰ্থীয়ে?

২২ বছৰীয়া বৈবাহিক জীৱনৰ সমাপ্তি; কি ক’লে আশীষ বিদ্যাৰ্থীয়ে?

3 years ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

25 minutes ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

50 minutes ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

9 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

9 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

10 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

10 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

12 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

12 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

13 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

13 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

14 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

২২ বছৰীয়া বৈবাহিক জীৱনৰ সমাপ্তি; কি ক’লে আশীষ বিদ্যাৰ্থীয়ে?

editor by editor
May 27, 2023
in বিনোদন
0
২২ বছৰীয়া বৈবাহিক জীৱনৰ সমাপ্তি; কি ক’লে আশীষ বিদ্যাৰ্থীয়ে?
0
SHARES
7.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ

বিনোদনঃ বলিউড অভিনেতা আশীষ বিদ্যাৰ্থীয়ে বৃহস্পতিবাৰে তেওঁৰ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰে। অভিনেতাজনে দ্বিতীয়বাৰৰ বাবে অসমীয়া পোছাক পৰিধান কৰি অসমৰ জীয়ৰী ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। অৱশ্যে, অভিনেতাজন পূৰ্বৰ পত্নী ৰাজশী বিদ্যাৰ্থীৰ সৈতে বিগত ২২ বছৰ ধৰি বিবাহ পাশত আৱদ্ধ হৈ আছিল। তেওঁৰ প্ৰথমা পত্নীৰ লগত বিবাহ বিচ্ছেদৰ পিছত পুনৰ দ্বিতীয় বিবাহৰ বাতৰি ৰাজহুৱা হয়। তাৰ পিছৰে পৰা পুনৰ বিবাহৰ বাতৰিটোক লৈ যথেষ্ট বিতৰ্ক আৰু অপবাদ দেখা গৈছে। অভিনেতাজনে অৱশেষত মানুহৰ তাচ্ছিল্যৰ সঁহাৰি ভিডিঅ’ যোগে দিছিল।

উল্লেখ্য যে, ২৬ মে’ৰ নিশা এক ফেচবুক লাইভযোগে অভিনেতাগৰাকীয়ে তেওঁৰ প্ৰাক্তন পত্নী ৰাজশী ওৰফে পিলু বিদ্যাৰ্থীৰ লগতে তেওঁৰ বৰ্তমানৰ পত্নী ৰূপালী বৰুৱাৰ বিষয়ে কথা পাতিছিল। তেওঁলোকৰ ২২ বছৰীয়া বৈবাহিক সম্পৰ্কত কিছু ফাট মেলিছিল আৰু তেওঁলোকে একেলগে জীৱন বাটত আগবাঢ়ি যোৱাটো ক্ৰমান্বয়ে কঠিন হৈ পৰিছিল। বিদ্যাৰ্থীয়ে তেওঁৰ দ্বিতীয় পত্নী ৰূপালী বৰুৱাক বিয়া কৰোৱাৰ সিদ্ধান্তৰ বিষয়েও মুকলিকৈ কয়।

দীৰ্ঘদিনৰ পিছত পুনৰ বিয়া পতাৰ সিদ্ধান্ত লোৱাৰ বাবে তেওঁ সন্মুখীন হোৱা সমালোচনাৰ বিষয়ে সোধাত অভিনেতাজনে কয়, “মোৰ বয়স ৫৭ বছৰ, তেওঁৰ বয়স ৫০ বছৰ। সন্মানৰ সৈতে সম্পৰ্কটোত আগবাঢ়ি যোৱাটো হ’ব বুদ্ধিমানৰ কাম। ”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড
বিনোদন

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

September 28, 2026
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট
বিনোদন

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

September 28, 2026
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন
বিনোদন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

September 27, 2026
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…
বিনোদন

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

September 27, 2026
Next Post
মাজ আকাশত যাত্ৰীয়ে খুলিলে বিমানৰ দুৱাৰ; তাৰপিছত কি হ’ল চাওঁক

মাজ আকাশত যাত্ৰীয়ে খুলিলে বিমানৰ দুৱাৰ; তাৰপিছত কি হ'ল চাওঁক

দায়িত্বজ্ঞানহীন নেকি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেল কৰ্তৃপক্ষ?

দায়িত্বজ্ঞানহীন নেকি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেল কৰ্তৃপক্ষ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.