• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
’২৪ৰ নিৰ্বাচনত মণিপুৰে প্রভাৱ পেলাৱ! মণিপুৰৰ পৰিস্থিতিক লৈ আলোচনা কৰিবলৈ সাঁজু কেন্দ্ৰীয় চৰকাৰ, ৰাজনাথ সিঙে আয়োজন কৰিলে সৰ্বদলীয় বৈঠকৰ

’২৪ৰ নিৰ্বাচনত মণিপুৰে প্রভাৱ পেলাৱ! মণিপুৰৰ পৰিস্থিতিক লৈ আলোচনা কৰিবলৈ সাঁজু কেন্দ্ৰীয় চৰকাৰ, ৰাজনাথ সিঙে আয়োজন কৰিলে সৰ্বদলীয় বৈঠকৰ

3 years ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

32 minutes ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

1 hour ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

2 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

2 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

3 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

3 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

4 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

কৰ্মচাৰীয়ে কেতিয়া লাভ কৰিব DA? আহিছে ডাঙৰ আপডেট

6 hours ago
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

7 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

8 hours ago
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

’২৪ৰ নিৰ্বাচনত মণিপুৰে প্রভাৱ পেলাৱ! মণিপুৰৰ পৰিস্থিতিক লৈ আলোচনা কৰিবলৈ সাঁজু কেন্দ্ৰীয় চৰকাৰ, ৰাজনাথ সিঙে আয়োজন কৰিলে সৰ্বদলীয় বৈঠকৰ

editor by editor
July 19, 2023
in উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
’২৪ৰ নিৰ্বাচনত মণিপুৰে প্রভাৱ পেলাৱ! মণিপুৰৰ পৰিস্থিতিক লৈ আলোচনা কৰিবলৈ সাঁজু কেন্দ্ৰীয় চৰকাৰ, ৰাজনাথ সিঙে আয়োজন কৰিলে সৰ্বদলীয় বৈঠকৰ
0
SHARES
125
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সংসদৰ বৰ্ষাকালীন অধিবেশন বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব। ১১ আগষ্টলৈকে চলিব এই অধিৱেশন। অধিৱেশনৰ পূৰ্বে বুধবাৰে কেন্দ্ৰীয় চৰকাৰে সদনত অনুষ্ঠিত কৰিছে সৰ্বদলীয় এখন বৈঠকৰ। বৈঠকতেই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মণিপুৰৰ পৰিস্থিতিক লৈ মুখ খুলিছে। বিৰোধীয়ে এই অধিৱেশনত মণিপুৰৰ বিষয়টো আলোচনা কৰাৰ বাবে জনোৱা দাবীক মানি লৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

কি কৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে?
বিৰোধীয়ে বিগত দুমাহ ধৰি মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ কেন্দ্ৰক জগৰীয়া কৰি থকাৰ সময়তে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে বিষয়টোক লৈ আগ্ৰহী হৈ উঠাক লৈ বহুতৰেই মনত উত্থাপিত হৈছে প্ৰশ্ন। ২৪ৰ লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব বুলি অনুমান কৰিয়েই কেন্দ্ৰই এইবাৰ মণিপুৰৰ বিষয়টোক লৈ আগ্ৰহী হৈছে নেকি? বুধবাৰে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত কংগ্ৰেছে এই বিষয়টো উত্থাপন কৰিছিল। কংগ্ৰেছে মণিপুৰৰ ওপৰিও মুল্যবৃদ্ধিৰ বিষয়টো আলোচনাৰ প্ৰস্তাৱ দিছে শাসক দলৰ নেতাসকলক। সংসদৰ অধিৱেশন ভালধৰণে আগবঢ়াবলৈ হ’লে বিষয়টোত শাসক দলে মন দিয়ক বুলিও আহ্বান জনাইছে কংগ্ৰেছ দলৰ সাংসদে।

উল্লেখ্য যে, ৩ মে’ৰ পৰা মণিপুৰত অব্যাহত আছে হিংসাত্মক ঘটনা। বৰ্তমানলৈকে এই হিংসাত্মক ঘটনাত ১০০ ৰো অধিক লোকৰ মৃত্যু হৈছে। ৬০,০০০ ৰো অধিক লোক গৃহহীন হৈছে। কংগ্ৰেছৰ সাংসদে এই বিষয়সমূহ উত্থাপন কৰাৰ পাছতেই, মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ বিষয়ে আলোচনা কৰিবলৈ শাসক দল সাজু আছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়েও এই সন্দৰ্ভত কয় যে, মণিপুৰত দুমাহ ধৰি চলি থকা হিংসাত্মক ঘটনাৰ কথা সংসদত আলোচনা কৰিবলৈ সকলো সাজু।

চৰকাৰে ৩১ খন বিধেয়ক উত্থাপন কৰিব এই অধিৱেশনত
সূত্ৰৰ খবৰ অনুসৰি, চৰকাৰে বৰ্ষাকালীন অধিৱেশনত মুঠ ৩১খন বিধেয়ক উত্থাপন কৰাৰ প্ৰস্তুতি চলাইছে। ৩১ বিধেয়কৰ ভিতৰত আছে কেন্দ্ৰীয় অধ্যাদেশ, যি দিল্লীৰ বিষয়াসকলক স্থানান্তৰ আৰু নিযুক্তি দিয়াৰ অধিকাৰৰ সৈতে সম্পৰ্কিত। এই বিষয়টোত, ২৬ টা বিৰোধী দল আম আদমী পাৰ্টিৰ সৈতে আছে। সকলোৱে কেজৰিৱালক সমৰ্থনো কৰিছে।

ইপিনে বুধবাৰে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত ভাগ লৈছে কেইবাগৰাকীও নেতাই। বিৰোধী নেতাৰ ভিতৰত আছে, কংগ্ৰেছৰ জয়ৰাম ৰমেশ, প্ৰমোদ তিৱাৰী, আপনা দলৰ সভাপতি অনুপ্ৰিয়া পেটেল, এছপিৰ ৰাম গোপাল যাদৱ, এছ টি হাছান, এআইএডিএমকেৰ থাম্বো দুৰাই, আপৰ সঞ্জয় সিঙকে ধৰি কেইবাজনো নেতা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?
জীৱনশৈলী

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

April 9, 2026
Next Post
‘মণিপুৰৰ ঘটনা লজ্জাজনক!’ দেশ জুৰি চলা বিক্ষোভৰ চাপতেই মুখ খুলিছে নেকি প্ৰধানমন্ত্ৰী মোদীয়ে?

'মণিপুৰৰ ঘটনা লজ্জাজনক!’ দেশ জুৰি চলা বিক্ষোভৰ চাপতেই মুখ খুলিছে নেকি প্ৰধানমন্ত্ৰী মোদীয়ে?

চৰকাৰী চাকৰিয়ালৰ বাবে ভালখবৰ! আপুনিও বাছনি কৰি ল’ব পাৰিব OPS বা পুৰণি পেঞ্চন প্লেন, আবেদনৰ অন্তিম সময়সীমা কেতিয়া?

চৰকাৰী চাকৰিয়ালৰ বাবে ভালখবৰ! আপুনিও বাছনি কৰি ল’ব পাৰিব OPS বা পুৰণি পেঞ্চন প্লেন, আবেদনৰ অন্তিম সময়সীমা কেতিয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.