• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মণিপুৰৰ ঘটনা লজ্জাজনক!’ দেশ জুৰি চলা বিক্ষোভৰ চাপতেই মুখ খুলিছে নেকি প্ৰধানমন্ত্ৰী মোদীয়ে?

‘মণিপুৰৰ ঘটনা লজ্জাজনক!’ দেশ জুৰি চলা বিক্ষোভৰ চাপতেই মুখ খুলিছে নেকি প্ৰধানমন্ত্ৰী মোদীয়ে?

3 years ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

3 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

4 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

4 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

6 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

6 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

7 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

7 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

8 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

9 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

10 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

11 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

‘মণিপুৰৰ ঘটনা লজ্জাজনক!’ দেশ জুৰি চলা বিক্ষোভৰ চাপতেই মুখ খুলিছে নেকি প্ৰধানমন্ত্ৰী মোদীয়ে?

editor by editor
July 20, 2023
in উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
‘মণিপুৰৰ ঘটনা লজ্জাজনক!’ দেশ জুৰি চলা বিক্ষোভৰ চাপতেই মুখ খুলিছে নেকি প্ৰধানমন্ত্ৰী মোদীয়ে?
0
SHARES
147
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বেই মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ মুখ খুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে সংবাদমাধ্যমৰ সন্মুখত কয়, ‘মণিপুৰৰ ঘটনা সভ্য সমাজৰ বাবে লজ্জাজনক। এই ঘটনাই দেশৰ ১৪০ কোটি জনতাৰ মূৰ তললৈ নমাবলৈ বাধ্য কৰাইছে।’ দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি খোজ কঢ়োৱাৰ দৃশ্যই তেওঁকো ব্যথিত কৰা বুলি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

মণিপুৰৰ দুগৰাকী মহিলাৰ বিবস্ত্ৰ কৰি ৰাস্তাত ঘূৰাই লৈ ফুৰাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতেই দেশজুৰি প্ৰধানমন্ত্ৰীক সমালোচনা কৰা দেখা গৈছে। অধিকাংশ বিৰোধী দলেই উত্তৰ পূূবত বিজেপি শাসিত ৰাজ্যৰ প্ৰকৃত স্বৰূপ এয়াই বুলি কোৱাৰ উপৰিও মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক ডাবল ইঞ্জিন চৰকাৰৰ দায়িত্বৰ পৰা ইস্তাফা দিবৰ বাবেও দাবী উত্থাপন কৰিছে। ইয়াৰোপৰি ইমান হিংসাত্মক ঘটনা ঘটাৰ পাছতো কিয় মোদীয়ে নীৰৱ হৈ আছে বুলিও প্ৰধানমন্ত্ৰীলৈ প্ৰশ্নবাণ এৰিছে।

এই সকলোবোৰৰ মাজতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব বৰ্ষাকালীন অধিৱেশন। মণিপুৰৰ পৰিস্থিতিক লৈ আলোচনা কৰা হ’ব বুলি প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। বিৰোধীয়ে বৰ্ষাকালীন অধিৱেশনত মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ আলোচনাৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আছে। অৱশেষত বুধবাৰে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’ক দেখি মাত মাতিবলৈ বাধ্য হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Best news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’
ৰাজনীতি

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

September 19, 2026
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা
অপৰাধ

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

September 19, 2026
Next Post
চৰকাৰী চাকৰিয়ালৰ বাবে ভালখবৰ! আপুনিও বাছনি কৰি ল’ব পাৰিব OPS বা পুৰণি পেঞ্চন প্লেন, আবেদনৰ অন্তিম সময়সীমা কেতিয়া?

চৰকাৰী চাকৰিয়ালৰ বাবে ভালখবৰ! আপুনিও বাছনি কৰি ল’ব পাৰিব OPS বা পুৰণি পেঞ্চন প্লেন, আবেদনৰ অন্তিম সময়সীমা কেতিয়া?

বিদ্যালয়ৰ দুপৰীয়াৰ আহাৰ খাই অসুস্থ ৯৩জন শিক্ষাৰ্থী, ক’ত এই ঘটনা?

বিদ্যালয়ৰ দুপৰীয়াৰ আহাৰ খাই অসুস্থ ৯৩জন শিক্ষাৰ্থী, ক’ত এই ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.