• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৭ বছৰত ভৰি দিলে কেটৰীনাই

৩৭ বছৰত ভৰি দিলে কেটৰীনাই

6 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

৩৭ বছৰত ভৰি দিলে কেটৰীনাই

হিন্দী ক’ব নজনা কেটৰীনাই বলীউডত ল’লে সুকীয়া স্থান

editor by editor
July 16, 2020
in চিনেমা, বিনোদন
0
৩৭ বছৰত ভৰি দিলে কেটৰীনাই
0
SHARES
60
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বলীউডৰ আবেদনময়ী অভিনেত্ৰী কেটৰীনা কাঈফৰ আজি ৩৭ বছৰীয়া জন্মদিন। ‘বুম’ ছবিত অভিনয় কৰি বলীউডত অভিনয়ৰ পাতনি মেলা কেটৰীনাই খুব ভালকৈ হিন্দী ক’ব নাজানিছিল। তথাপিও বলীউডত এক সুকীয়া স্থান দখল কৰিছে অভিনেত্ৰীগৰাকীয়ে। ৩৭ বছৰীয়া জন্মদিনত কেটৰীনাৰ জীৱনৰ বহুকেইটা গুৰুত্বপূর্ণ কথা আপোনাক জনাম। কেটৰীনাৰ প্ৰকৃত নাম কেটৰীনা টার্কুট। ২০০৩ চনত কেটৰীনা অভিনীত ‘বুম’ ছবিৰ প্ৰযোজক টাইগাৰ শ্ৰফৰ মাতৃ আয়েশা শ্ৰফে কেটৰীনাক নিজৰ নাম সলাই ল’বলৈ উপদেশ দিয়ে। তাৰ পাছতেই কেটৰীনাই বলীউডত এণ্ট্ৰি মাৰে কেটৰীনা কাঈফ নামেৰে। কেটৰীনাৰ পিতৃৰ নাম মহম্মদ কাঈফ। কিন্তু পিতৃৰ লগত সৰুতেই কেটৰীনাই সম্পর্ক ছিঙি মাতৃ ছুজানা টার্কুটৰ লগত আছিল। কেটৰীনাৰ আছে ৬ গৰাকী ভগ্নী আৰু এজন ভাতৃ। কেটৰীনাৰ জন্ম হৈছিল হংকঙত। ১৪ বছৰ বয়সলৈকে কেটৰীনা আছিল হাৱাইত। মুম্বাইলৈ অহাৰ পূর্বে চীন, পলেণ্ড, ছুইজাৰলেণ্ড আদি বহু ইউৰোপীয়ান দেশ ভ্ৰমণ কৰিছিল। আপুনি শুনি আচৰিত হ’ব কেটৰীনা যোৱা নাছিল স্কুললৈ। স্কুলৰ শিক্ষা কেটৰীনাক ঘৰতেই দিছিল মাতৃ ছুজানাই। ব্ৰিটিছ অভিনেত্ৰী কেটৰীনাই হিন্দী ছবিৰ উপিৰও তেলেগু, মালায়ালাম ভাষাৰ ছবিতো অভিনয় কৰিছিল। বলিউডত চলমান খানৰ লগত এফেয়াৰ আৰম্ভ হৈছিল কেটৰীনা কাঈফৰ। কিন্তু সেই সম্পর্ক চিৰস্থায়ী নহ’ল। ইয়াৰ পাছত অক্ষয় কুমাৰৰ সৈতেও এক সম্পর্ক গঢ়ি উঠিছিল কেটৰীনাৰ। কিন্তু সেয়াও ক্ষণস্থায়ী। ৩৭ বছৰ বয়সতো বিয়াত বহিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই অভিনেত্ৰীগৰাকীয়ে। জন্মদিনত অনুৰাগীয়ে শুভেচ্ছাৰে ওপচাই পেলাইছে অভিনেত্ৰী কেটৰীনা কাঈফক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24katrina kaif
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
বিবাহৰ প্ৰতিশ্ৰুতি দি পৰিচাৰিকাৰ সৈতে সহবাসৰ অভিযোগ, গ্ৰেপ্তাৰ ধুৰন্ধৰৰ অভিনেতা
জীৱনশৈলী

বিবাহৰ প্ৰতিশ্ৰুতি দি পৰিচাৰিকাৰ সৈতে সহবাসৰ অভিযোগ, গ্ৰেপ্তাৰ ধুৰন্ধৰৰ অভিনেতা

January 26, 2026
ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?
ক্ৰীড়া

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?

January 20, 2026
Next Post
কাৰাৰুদ্ধ অখিল গগৈৰ মুক্তি কেতিয়া?

কাৰাৰুদ্ধ অখিল গগৈৰ মুক্তি কেতিয়া?

আজাৰাত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.