ৰাজপথত নামিল আঞ্চলিক গণ মৰ্চা। বিজেপি চৰকাৰৰ দুৰ্নীতি-অপশাসন, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। APDCLৰ বিষয়া-কৰ্মচাৰীৰ প্ৰতিবাদতো অংশগ্ৰহণ সাংসদ অজিত কুমাৰ ভূঞাৰ।