• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…

ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…

3 years ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

10 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

11 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

12 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

13 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

13 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

14 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

14 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

14 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

15 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

16 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

16 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…

editor by editor
June 1, 2023
in অসম, স্বাস্থ্য
0
ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…
0
SHARES
505
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজ্যৰ তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল। পুৱাৰে পৰাই স্বীকৃতি বাতিলৰ খবৰে শিৰোনাম দখল কৰিছে। কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিছে ৪০ খনকৈ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি। বহু আঁসোৱাহ থকাৰ বাবেই স্বীকৃতি বাতিল কৰা হৈছে বুলি জনাইছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ ইউজি বোৰ্ডে।

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ ইউজি বোৰ্ডে চিকিৎসা মহাবিদ্যালয়সমূহত অনুসন্ধান ত্ৰুটি ধৰা পেলাইছিল। তাৰ পাছতে স্বীকৃতি বাতিলৰ সিদ্ধান্ত লৈছে। ৩০ মে’ত প্ৰকাশ পাইছিল এই তথ্য। স্বীকৃতি বাতিল কৰা চিকিৎসা মহাবিদ্যালয়সমূহৰ ভিতৰত আছে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়। কিন্তু আঁসোৱাহসমূহৰ কাৰণ দৰ্শাবলৈ চিকিৎসা মহাবিদ্যালয়সমূহক উত্তৰ দিবলৈ এমাহৰ সময়সীমা বান্ধি দিছে আয়োগে।

এই সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তইয়ো প্ৰতিক্ৰিয়া দাঙি ধৰিছে। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই সন্দৰ্ভত কয়,’এয়া এক গতানুগতিক নিয়ম।এইবাৰ বাতৰিত ওলাইছে বাবে গম পাইছে। আগতে বাতৰিত নোলায়। নিয়মিত পৰিদৰ্শনত আঁসোৱাহ দেখিলে তেওঁলোকে অভিযোগ দিয়ে। এইবাৰ চি চি কেমেৰা নাই চলা বুলি অভিযোগ কৰিছিল। তেওঁলোকে সময় দিয়ে। সেই সময়ৰ ভিতৰত তাৰ উত্তৰ দিয়া হৈছে।’

আনহাতে জি এম চি এইচৰ অধীক্ষক অভিজিত শৰ্মাই স্বীকৃতি বাতিলক লৈ দিয়া প্ৰতিক্ৰিয়াত কয়, ‘এন এম চিয়ে পৰিদৰ্শনৰ বাবে প্ৰতিবছৰে মানুহ পঠিয়ায়। এইবাৰ এন এম চি ২৩ জানুৱাৰীত আচম্বিত পৰিদৰ্শনৰ বাবে আহিছিল। ৰাষ্ট্রীয় বন্ধৰ দিনত পৰিদৰ্শন কৰিছিল দলটোৱে। অভিযোগ আহিব পাৰে। আমি অভিযোগ পঢ়ি উত্তৰ দিছো। তেওঁলোকে কেমেৰাৰ কথা কৈছিল। কিন্তু এন এম চিয়ে লগোৱা কেমেৰা আমি চাব নোৱাৰো। ইতিমধ্যে ২৫ টা কেমেৰা আমি লগাইছো আৰু সেই ডাটাবোৰ এন এম চিলৈ গৈ আছে। কিন্তু কেমেৰাৰ কোড তেওঁলোকৰ ওচৰত থাকে আমি সেই কেমেৰা চাব নোৱাৰো। অন্যহাতে মেডিকেল কলেজত অধ্যাপক, কিতাপ-পত্ৰ আদি বস্তু পৰ্যাপ্ত পৰিমাণে আছে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ
জীৱনশৈলী

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

February 21, 2026
প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা
জীৱনশৈলী

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

February 4, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

January 29, 2026
Next Post
হাতত গীতা… ৫ বাৰকৈ IPLত চেম্পিয়ন হৈয়েই হাতত ধৰ্মগ্ৰন্থ তুলি লৈ কি বুজাইছে ধোনীয়ে?

হাতত গীতা... ৫ বাৰকৈ IPLত চেম্পিয়ন হৈয়েই হাতত ধৰ্মগ্ৰন্থ তুলি লৈ কি বুজাইছে ধোনীয়ে?

🔹 ‘তুমি ক’লেই ইনষ্টাগ্ৰাম এৰিব নোৱাৰো…’ স্বামীয়ে ইনষ্টাগ্ৰাম এৰিবলৈ কোৱাৰ বাবেই নৱবিবাহিতাৰ ভাতৃয়ে পিষ্টলেৰে আক্ৰমণ কৰিলে জোঁৱায়েকৰ গৃহত

🔹 'তুমি ক’লেই ইনষ্টাগ্ৰাম এৰিব নোৱাৰো...’ স্বামীয়ে ইনষ্টাগ্ৰাম এৰিবলৈ কোৱাৰ বাবেই নৱবিবাহিতাৰ ভাতৃয়ে পিষ্টলেৰে আক্ৰমণ কৰিলে জোঁৱায়েকৰ গৃহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.