• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাতত গীতা… ৫ বাৰকৈ IPLত চেম্পিয়ন হৈয়েই হাতত ধৰ্মগ্ৰন্থ তুলি লৈ কি বুজাইছে ধোনীয়ে?

হাতত গীতা… ৫ বাৰকৈ IPLত চেম্পিয়ন হৈয়েই হাতত ধৰ্মগ্ৰন্থ তুলি লৈ কি বুজাইছে ধোনীয়ে?

3 years ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

31 minutes ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

1 hour ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

2 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

19 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

19 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

20 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

21 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

22 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

22 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

23 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

23 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

হাতত গীতা… ৫ বাৰকৈ IPLত চেম্পিয়ন হৈয়েই হাতত ধৰ্মগ্ৰন্থ তুলি লৈ কি বুজাইছে ধোনীয়ে?

editor by editor
June 1, 2023
in ক্ৰীড়া, ভাৰত
0
হাতত গীতা… ৫ বাৰকৈ IPLত চেম্পিয়ন হৈয়েই হাতত ধৰ্মগ্ৰন্থ তুলি লৈ কি বুজাইছে ধোনীয়ে?
0
SHARES
249
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৬ সংখ্যক আইপিএল শেষ হোৱাৰ পাছতেই দেশজুৰি অব্যাহত আছে ধোনীৰ চৰ্চা। এই আইপিএলত ধোনীৰ দল চেন্নাই চুপাৰ কিংছেই চেম্পিয়নো হৈছে। এইবাৰকে ধৰি পঞ্চমবাৰলৈ চেম্পিয়ন হৈ চেন্নাই চুপাৰ কিংছে স্পৰ্শ কৰিলে মুম্বাই ইণ্ডিয়ানছৰ ৰেকৰ্ড। ১৪ বাৰ আইপিএল খেলি ৫ বাৰকৈ ট্ৰফি নিজৰ দখললৈ আনিছে চেন্নাই চুপাৰ কিংছে। নিজা দল চেম্পিয়ন হ’লেও ধোনী বৰ্তমান অসুস্থ। খেলৰ সময়ত আঁঠুত আঘাত পাইছিল ধোনীয়ে। ধোনীয়ে বাওঁ ভৰিৰ আঁঠুত আঘাত পাইছে।

ধোনীয়ে IPLৰ ফাইনেল সামৰিয়েই যাত্ৰা কৰিছে মুম্বাই অভিমূখে। মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালৰ চিকিৎসক দিনেশ পাৰ্দিওয়ালাৰ ওচৰত আঁঠুৰ পৰীক্ষা কৰাবলৈ গৈছে ধোনী। চিকিৎসক দিনেশ পাৰ্দিওয়ালাই ঋষভ পন্থৰো চিকিৎসা কৰিছিল। ধোনীয়ে মেচৰ সময়তো আইচপেক লগাই খেলিবলৈ আহিছিল। ফাইনেলৰ দিনাও তেওঁ আঁঠুৰ বিষ লৈয়েই মেচত নামিছিল।

সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈছে ধোনীৰ এখন বিশেষ ফটো। গাড়ীত বহি হাতত ভাগৱত গীতা হাতত লৈ ফটোৰ বাবে পজ দিছে ধোনীয়ে। ছবিখন মুম্বাইত তোলা বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে। ছবিখন দেখা মাত্ৰকেই একাংশই কৈছে ধোনীয়ে সকলোসময়তে গীতা হাতত ৰাখেই, এয়া নতুন কথা নহয়। একাংশই আকৌ কৈছে ধোনীয়ে আঁঠুৰ অস্ত্ৰোপছাৰৰ পূৰ্বে সাহস গোটাবলৈকে ভাগৱত গীতাৰ আশ্ৰয় লৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
ভাৰত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

May 1, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী
ক্ৰীড়া

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

April 30, 2026
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ
ভাৰত

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

April 29, 2026
Next Post
🔹 ‘তুমি ক’লেই ইনষ্টাগ্ৰাম এৰিব নোৱাৰো…’ স্বামীয়ে ইনষ্টাগ্ৰাম এৰিবলৈ কোৱাৰ বাবেই নৱবিবাহিতাৰ ভাতৃয়ে পিষ্টলেৰে আক্ৰমণ কৰিলে জোঁৱায়েকৰ গৃহত

🔹 'তুমি ক’লেই ইনষ্টাগ্ৰাম এৰিব নোৱাৰো...’ স্বামীয়ে ইনষ্টাগ্ৰাম এৰিবলৈ কোৱাৰ বাবেই নৱবিবাহিতাৰ ভাতৃয়ে পিষ্টলেৰে আক্ৰমণ কৰিলে জোঁৱায়েকৰ গৃহত

মুছলমান যুৱতীয়ে প্ৰেম, চিনেমাৰ কায়দাৰে বিয়া! আইপিএলত উজলি উঠা শিৱম ডুবেৰ প্ৰেমৰ অধ্যায়ৰ বিষয়ে জানেনে?

মুছলমান যুৱতীয়ে প্ৰেম, চিনেমাৰ কায়দাৰে বিয়া! আইপিএলত উজলি উঠা শিৱম ডুবেৰ প্ৰেমৰ অধ্যায়ৰ বিষয়ে জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.