• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন! গোলাঘাটত ৮টা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন! গোলাঘাটত ৮টা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

3 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

6 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

6 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন! গোলাঘাটত ৮টা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

editor by editor
August 7, 2023
in অসম, বিবিধ, ৰাজনীতি
0
ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন! গোলাঘাটত ৮টা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
0
SHARES
142
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
গোলাঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা।
হস্ততাঁত দিৱসৰ দিনাই বোকাঘাটত ৫৬ কোটি টকাৰে হেণ্ডলুম ডেভেলপমেণ্ট প্ৰকল্পৰ আধাৰশীলা স্থাপন কৰে।
এই প্ৰকল্পৰ জৰিয়তে হাজাৰ হাজাৰ মহিলা উপকৃত হ’ব বুলিও উল্লেখ।
কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকে লাভ কৰিব পৰা ব্যৱস্থাও কৰিব বুলি ঘোষণা।
১০ কোটি টকাৰে বোকাঘাটত স্থাপন কৰা হৈছে অত্যাধুনিক ষ্টেডিয়াম।
এই ষ্টেডিয়াম আৰু উন্নতি কৰিবৰ বাবে ৫০ কোটি টকাৰ অনুমোদন মুখ্যমন্ত্ৰীৰ।
বোকাঘাটত থকা ক্ৰিকেট ষ্টেডিয়ামৰ হেলিপেড কাইলৈৰ ভিতৰতেই ভাঙি দিয়াৰ নিৰ্দেশ।
মিছন ইন্দ্ৰধনুছ নামৰ নতুন আঁচনীৰো উদ্ভোধন মুখ্যমন্ত্ৰীৰ।
এই মিছনৰ জৰিয়তে শিশুসকলক প্ৰতিষেধক দিয়া হ’ব।
অতুল বৰাৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈকে সমগ্ৰ বিশ্বৰে চকু পৰাকৈ বিশেষ অনুষ্ঠান আয়োজন কৰা হ’ব।
ভাৰতৰ চিনিয়ৰ মহিলা ক্ৰিকেটত গৌৰৱ কঢ়িয়াই অনা উমা ছেত্ৰীক বিশেষ উপহাৰ।
১০ লাখ টকাৰ উপহাৰ প্ৰদানৰ কথা ভাষণতেই উল্লেখ মুখ্যমন্ত্ৰীৰ।
গোলাঘাটত আগৰ গছ উৎপাদনৰ লগত জড়িত সকলো কামতেই সহযোগিতা আগবঢ়াব ৰাজ্য চৰকাৰে।
অসম চৰকাৰে লোৱা ভাল সিদ্ধান্তৰ বাবেই ৰাজ্যৰ শিপিনীসকল উপকৃত হৈছে।
বাহিৰৰ পৰা অহা গামোছা ৰাজ্যত বিক্ৰি কৰিব নোৱাৰাৰ বাবে এইবাৰ ৰাজ্যৰ শিপিনীয়ে বোৱা গামোছা বিক্ৰী হৈছে।
ৰাজ্যত এতিয়াৰে পৰা বহিৰাগত মেখেলা-ছাদৰ বন্ধৰ ক্ষেত্ৰতো পদক্ষেপ ল’ব ৰাজ্য চৰকাৰে।
ৰাজ্যৰ শিপিনীয়ে বোৱা মেখেলা-ছাদৰ, আৰনাই, গামোছাহে বিক্ৰি হ’ব ৰাজ্যত।
ধান ক্ৰয় কৰাৰ দৰে ৰাজ্য চৰকাৰে অসমৰ শিপিনীয়ে বোৱা গামোছা ক্ৰয় কৰিব।
১০০ কোটি টকাৰে এই গামোছা ক্ৰয়ৰ কাম হাতত লৈছে অসম চৰকাৰে।
ৰাজ্যৰ শিপিনীক অৰ্থনৈতিক নিৰাপত্তা দিয়াৰ বাবেই এই সিদ্ধান্ত বুলিও উল্লেখ।
গোলাঘাটত থকা ৬৭ হাজাৰ শিপিনীক চৰকাৰী সকলো আঁচনি দিয়াৰো প্ৰতিশ্ৰুতি।
কাজিৰঙাত ৩২ কিঃমিঃ দীঘল এখন ফ্লাইঅভাৰ নিৰ্মাণৰ কথাও ঘোষণা।
গোলাঘাটৰ কমাৰগাওঁৰ পৰা গহপুৰ সংযোগী টানেল নিৰ্মাণৰ কথাও ঘোষণা।
৪০০০ হাজাৰ কোটি টকাৰে নিৰ্মাণ হ’ব এই সুৰংগ পথ।
ৰেচন কাৰ্ড নথকা লোকসকলক ৰেচন কাৰ্ড অচিৰেই দিয়া হ’ব।
এইবাৰ ৰেচন কাৰ্ডৰ লগত আন এক সুবিধা দিয়াৰ কথাও ঘোষণা
ৰেচন কাৰ্ড থকাসকলে বছৰি ৫লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব।
আয়ুস্মান কাৰ্ড নথকালৈকে ৰেচন কাৰ্ড দেখুৱাইয়ে এই সুবিধা আদায় কৰিব পাৰিব।
২ অক্টোবৰত অৰুণোদয় আঁচনিত সামৰি লোৱা হ’ব ৭ লাখ মহিলাক
আগন্তুক বৰ্ষলৈ ৩৫ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি
অৰুণোদয়ৰ আঁচনিৰ ধন কম সময়তে ১৪০০টকালৈ বৃদ্ধি কৰা হ’ব।
মাহে মাহে ১৪০০ টকাকৈ বেংক একাউণ্টত পোনপটীয়াকৈ সোমোৱাই দিয়া হ’ব।
আত্মসহায়ক গোটৰ মহিলাসকলেও ব্যৱসায়ৰ বাবে লাভ কৰিব ধন।
আত্মসহায়ক গোটৰ সদস্যাসকলৰ একাউণ্টত পোনপটীয়াকৈ ১০০০০ টকাকৈ সোমোৱাই দিয়া হ’ব।
১০ হাজাৰ টকা লৈ ভাল কাম কৰাসকলে পাছত ২৫০০০ কৈ ধন লাভ কৰিব।
৪০,০০০ আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব ধন।
২৫ হাজাৰ টকাৰ ১২৫০০ বেংকৰ ঋণ হ’ব, বাকী ধন চৰকাৰে পোহপটীয়াকৈ ঘূৰাই দিব।
যুৱকসকলৰ বাবেও বিশেষ আঁচনি ঘোষণা মুখ্যমন্ত্ৰীৰ।
ব্যৱসায় কৰিব খোজা যুৱক-যুৱতীক ২ লাখ টকাকৈ ধন একাউণ্টত পোহপটীয়াকৈ দিয়া হ’ব।
প্ৰথম কিস্তিত ১ লাখ টকা লাভ কৰিব এইসকল যুৱকে।
অসমৰ হাইস্কুলসমূহলৈ ৫ কোটিকৈ ধন মুকলি কৰি দিয়া হ’ব।
প্ৰাইভেট স্কুললৈ যাতে ছাত্ৰ-ছাত্ৰী নাযায় তাৰবাবে উন্নীত কৰা হ’ব চৰকাৰী বিদ্যালয়সমূহ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
আকৌ সংসদলৈ ৰাহুল! সাংসদ পদ ঘূৰাই পালে কিন্তু ’২৪ৰ নিৰ্বাচনত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিবনে? সবিশেষ

আকৌ সংসদলৈ ৰাহুল! সাংসদ পদ ঘূৰাই পালে কিন্তু ’২৪ৰ নিৰ্বাচনত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিবনে? সবিশেষ

আপুনি-মই কল্পনা কৰাতকৈ বহু পৃথক তেওঁ! চন্দ্ৰযান-৩ মিছনৰ ‘মাষ্টাৰমাইণ্ড’ ইছৰো প্ৰধান এছ সোমনাথৰ দৰমহা শুনিলে হতবাক হ’ব আপুনি

আপুনি-মই কল্পনা কৰাতকৈ বহু পৃথক তেওঁ! চন্দ্ৰযান-৩ মিছনৰ 'মাষ্টাৰমাইণ্ড’ ইছৰো প্ৰধান এছ সোমনাথৰ দৰমহা শুনিলে হতবাক হ’ব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.