• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুল অহাৰ পাছতেই শান্ত হৈছে মণিপুৰ! দুমাহৰ অন্তত বুধবাৰৰ পৰা বিদ্যালয়সমূহত আৰম্ভ হ’ব পাঠদান

ৰাহুল অহাৰ পাছতেই শান্ত হৈছে মণিপুৰ! দুমাহৰ অন্তত বুধবাৰৰ পৰা বিদ্যালয়সমূহত আৰম্ভ হ’ব পাঠদান

3 years ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

4 minutes ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

1 hour ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

2 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

3 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

3 hours ago
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

4 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

4 hours ago
এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

12 hours ago
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

13 hours ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

13 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

14 hours ago
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

ৰাহুল অহাৰ পাছতেই শান্ত হৈছে মণিপুৰ! দুমাহৰ অন্তত বুধবাৰৰ পৰা বিদ্যালয়সমূহত আৰম্ভ হ’ব পাঠদান

editor by editor
July 4, 2023
in উত্তৰ-পূব, ৰাজনীতি
0
ৰাহুল অহাৰ পাছতেই শান্ত হৈছে মণিপুৰ! দুমাহৰ অন্তত বুধবাৰৰ পৰা বিদ্যালয়সমূহত আৰম্ভ হ’ব পাঠদান
0
SHARES
16.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শান্ত হৈছে মণিপুৰ। দুমাহ পাছত বিদ্যালয় খুলিছে মণিপুৰৰ। আগন্তুক ৫ জুলাইৰ পৰা মণিপুৰৰ বিদ্যালয়সমূহত পাঠদান আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী বীৰেন সিঙে। সোমবাৰে এক বিবৃতিযোগে তেওঁ জনাই যে, প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পাঠদান আৰম্ভ হ’ব বিদ্যালয়সমূহত। মণিপুৰৰ অশান্তিকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মে মাহৰ পৰাই বন্ধ ৰখা হৈছিল বিদ্যালয়সমূহৰ পাঠদান।

সোমবাৰে সংবাদমেলযোগে মুখ্যমন্ত্ৰী বীৰেণ সিঙে জনাই যে বুধবাৰৰ পৰা আৰম্ভ হ’ব পাঠদান। যিহেতু মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি কিছু শান্ত হৈছে সেয়ে বিদ্যালয়সমূহ খোলা হৈছে। মেইতেই আৰু কুকি সম্প্ৰদায় থকা এলেকাসমূহত বৰ্তমানো নিৰাপত্তাৰক্ষী মোতায়েন কৰি ৰখা হৈছে। সোমবাৰে মণিপুৰৰ এনএইছ-২ ইম্ফল ডিমাপুৰত চলি থকা পথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে কুকিসকলে। যাৰবাবে বৰ্তমান যাতায়াতৰ ব্যৱস্থাও স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

March 20, 2026
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ
অসম

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

March 20, 2026
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা
অসম

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

March 20, 2026
Next Post
ৰাঘৱৰ সৈতে স্বৰ্ণমন্দিৰত বাচন ধুইছে পৰিণীতিয়ে! পৰিণীতি-ৰাঘৱৰ ভাইৰেল ভিডিঅ’ দেখি কি কৈছে অনুৰাগীয়ে?

ৰাঘৱৰ সৈতে স্বৰ্ণমন্দিৰত বাচন ধুইছে পৰিণীতিয়ে! পৰিণীতি-ৰাঘৱৰ ভাইৰেল ভিডিঅ’ দেখি কি কৈছে অনুৰাগীয়ে?

বিবাহতকৈ লিভ-ইন-টুগেদাৰেই শ্ৰেয়! চীনত বিয়াৰ প্ৰতি অনীহা বাঢ়িছে, কিন্তু কিয়?

বিবাহতকৈ লিভ-ইন-টুগেদাৰেই শ্ৰেয়! চীনত বিয়াৰ প্ৰতি অনীহা বাঢ়িছে, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.