• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ শ্ৰেষ্ঠ ৫ বলাৰ, যাৰ বলত খেলিবলৈ সদায়ে চিন্তা কৰিবলগা হৈছিল ৰিকি পণ্টিঙে

বিশ্বৰ শ্ৰেষ্ঠ ৫ বলাৰ, যাৰ বলত খেলিবলৈ সদায়ে চিন্তা কৰিবলগা হৈছিল ৰিকি পণ্টিঙে

2 years ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

21 minutes ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

1 hour ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

2 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

11 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

11 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

12 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

12 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

13 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

13 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

14 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

14 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বৰ শ্ৰেষ্ঠ ৫ বলাৰ, যাৰ বলত খেলিবলৈ সদায়ে চিন্তা কৰিবলগা হৈছিল ৰিকি পণ্টিঙে

editor by editor
March 26, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
বিশ্বৰ শ্ৰেষ্ঠ ৫ বলাৰ, যাৰ বলত খেলিবলৈ সদায়ে চিন্তা কৰিবলগা হৈছিল ৰিকি পণ্টিঙে
0
SHARES
6.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ শ্ৰেষ্ঠ ৫ বলাৰ, যাৰ বলত খেলিবলৈ সদায়ে চিন্তা কৰিবলগা হৈছিল ৰিকি পণ্টিঙে

পণ্টিঙক বিশ্বৰ শ্ৰেষ্ঠ বেটছমেন বুলি গণ্য কৰা হয়। তেওঁৰ নামত বহু অভিলেখ পঞ্জীয়ন হৈ আছে। অষ্ট্ৰেলিয়াক বিশ্ব চেম্পিয়ন বনোৱাত অধিনায়ক হিচাপে বিশে। অৰিহনাও আছে পণ্টিঙৰ।

পাছে সেই ৰিকি পণ্টিঙে পূৰ্বে কেইজনমান এনে বলাৰ আছে , যাৰ বিৰুদ্ধে বেটিং কৰাটো অতি কঠিন আছিল বুলি প্ৰকাশ কৰিছে। তেনে ৫ জন বলাৰৰ নাম প্ৰকাশ কৰিছে ৰিকি পণ্টিঙে।

সেই পাঁচজন শ্ৰেষ্ঠ বলাৰক বাছনি কৰি পণ্টিঙে কয় যে, সেইকেইগৰাকীৰ বিৰুদ্ধে খেলিবলৈ সদায়ে চিন্তা কৰিবলগা হৈছিল। সেই ৫ আক্ৰমণাত্মক বলাৰ হৈছে- প্ৰথম নম্বৰত পাকিস্তানৰ ৱাছিম​আক্ৰাম।

দ্বিতীয়তে দুধৰ্ষ বলাৰ কাৰ্টলি এম্ব্ৰ’জ। এই তালিকাৰ তৃতীয়ত ভাৰতৰ হৰভজন সিঙক স্থান দিছে পণ্টিঙে। টেষ্ট কেৰিয়াৰত যিজন বলাৰৰ বিৰুদ্ধে পণ্টিঙে সৰ্বাধিক বাৰ আউট হৈছে সেইজনেই হৈছে ভাৰতৰ ভজ্জী। ভজীৰ বিৰুদ্ধে পণ্টিঙৰ ডিফেন্স আছিল অতি দুৰ্বল।

ইয়াৰ উপৰিও পণ্টিঙে নিউজিলেণ্ডৰ বেগী বলাৰ শ্বেন বণ্ডক বিপজ্জনক বলাৰৰ তালিকাত ৪ নম্বৰ স্থানত নিৰ্বাচিত কৰিছে। আনহাতে ৫ নম্বৰ স্থানত ৰিকি পণ্টিঙে শ্ৰীলংকাৰ সৰ্বকালৰ মহান স্পিনাৰ মুথিয়া মুৰুলিধৰণক নিৰ্বাচিত কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Australian Former CaptaincricketCricketerRicky Ponting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত
জীৱনশৈলী

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

October 7, 2026
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ
ভাৰত

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

October 7, 2026
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

October 7, 2026
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
Next Post
বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত বৃহৎ পৰিৱৰ্তনৰ সম্ভাৱনা! বিৰাট-ৰোহিতে হ’ব পাৰে বিফল

বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত বৃহৎ পৰিৱৰ্তনৰ সম্ভাৱনা! বিৰাট-ৰোহিতে হ'ব পাৰে বিফল

নিশ্চিন্তমনে বিনিয়োগ কৰিব পাৰে! বছৰত ৬০ হাজাৰ টকা বিনিয়োগ কৰিয়েই লাখপতি, ম্যাদৰ শেষত হাতত পাব ১৬,২৭,২৮৪টকা

নিশ্চিন্তমনে বিনিয়োগ কৰিব পাৰে! বছৰত ৬০ হাজাৰ টকা বিনিয়োগ কৰিয়েই লাখপতি, ম্যাদৰ শেষত হাতত পাব ১৬,২৭,২৮৪টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.