• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ কন্যা সন্তানটিক লৈ আপুনি চিন্তিত নেকি? চিন্তাৰ কাৰণ নাই আপোনাৰ কন্যা সন্তানৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিছে

আপোনাৰ কন্যা সন্তানটিক লৈ আপুনি চিন্তিত নেকি? চিন্তাৰ কাৰণ নাই আপোনাৰ কন্যা সন্তানৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিছে

4 years ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

1 hour ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

2 hours ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

3 hours ago
মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

3 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

4 hours ago
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!

আপোনাৰো কালসৰ্প যোগ আছে নেকি? ১৮ জুলাইলৈকে ৩ ৰাশিয়ে থাকক সাৱধান!

5 hours ago
“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

5 hours ago
বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

7 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

বুধবাৰে এই নিয়মেৰে কৰক গণেশৰ পূজা, হ’ব মনোকামনা পূৰণ!

8 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কেনে যাব আজি আপোনাৰ দিনটো? ৫ ৰাশিৰ সলনি হব ভাগ্য!

8 hours ago
মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

16 hours ago
১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আপোনাৰ কন্যা সন্তানটিক লৈ আপুনি চিন্তিত নেকি? চিন্তাৰ কাৰণ নাই আপোনাৰ কন্যা সন্তানৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিছে

editor by editor
January 24, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
আপোনাৰ কন্যা সন্তানটিক লৈ আপুনি চিন্তিত নেকি? চিন্তাৰ কাৰণ নাই আপোনাৰ কন্যা সন্তানৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিছে
0
SHARES
841
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কন্যা শিশুৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰে প্ৰণয়ন কৰিছে বহুকেইখন কল্যাণমূলক আঁচনি৷ এই আঁচনিসমূহৰ গুৰুত্ব আমাৰ দেশত অত্যন্ত বেছি৷ কিয়নো পিতৃপ্ৰধান সমাজখনত বৰ্তমানেও বহুঠাইত অৱহেলিত কন্যা সন্তান৷ তাৰোপৰি বিভিন্ন ক্ষেত্ৰত সন্তানটিৰ লগতে তেওঁলোকৰ পৰিয়াল তথা পিতৃ-মাতৃক বহু পৰিমানে সকাহ দিয়ে এই আঁচনিসমূহে৷

কন্যা সন্তানৰ সামাজিক মৰ্যাদা আৰু বিবাহৰ উপযুক্ত সময়ত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় সেই ক্ষেত্ৰতো চিন্তা কৰিছে ভাৰত চৰকাৰে৷ কন্যা শিশুৰ সমঅধিকাৰৰ সুনিশ্চিত কৰাৰ বাবে ভাৰতে চৰকাৰে অনেক ব্যৱস্থা গ্ৰহণ কৰিছে৷ কন্যা শিশুৰ কল্যান, শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰতো বিভিন্ন আঁচনি তথা আৰ্থিক সহায়তা আগবঢ়াইছে৷

ভাৰত চৰকাৰৰে এনে দহখন কল্যানমূলক আঁচনি হৈছে—

১. সুকন্যা সমৃদ্ধি যোজনা

সুকন্যা সমৃদ্ধি যোজনা বিশেষভাৱে কন্যা শিশুৰ অভিভাৱকৰ বাবে আৰম্ভ কৰা হৈছে৷ শিশুটিৰ শিক্ষা আৰু বিবাহৰ ক্ষেত্ৰত কিছু সকাহ হোৱাকৈ একোটা ট্ৰাষ্ট সৃষ্টি কৰি প্ৰয়োজনীয় ধনৰাশি ব্যৱস্থা কৰিবলৈ পিতৃ-মাতৃ সহায় আগবঢ়াইচে ভাৰত চৰকাৰে৷

২. বেটী বটাও বেটী পঢ়াও যোজনা

১০০ কোটি ব্যয়সাপেক্ষে এই আঁচনিখন ভাৰত চৰকাৰে মুকলি কৰিছে ২০১৫ চনৰ পৰা৷ এই আঁচনিৰ মূল উদ্দেশ্য হৈছে সাধাৰণতে কন্যা শিশুৱে সমাজত সন্মুখীন হোৱা বৈষম্য বিৰুদ্ধে জনসাধাৰণক সজাগ কৰা৷

৩. বালিকা সমৃদ্ধি যোজনা

১৯৯৭ চনতেই আৰম্ভ কৰা এই যোজনাৰ লক্ষ্য হৈছে সমাজৰ একোগৰাকী অবিচ্ছেদ্য অংগ হিচাপে যাতে সমাজে কন্যা শিশুক নিজৰ উজ্জল ভৱিষ্যতৰ গঢ়াৰ এক সুযোগ প্ৰদান কৰে৷ এই আঁচনিৰ জৰিয়তে শিশুটিৱে বছৰি ২ লাখ পৰ্যন্ত চৰকাৰৰ সাহাৰ্য লাভ কৰিব পাৰে৷

৪. মুখ্যমন্ত্ৰী ৰাজশ্ৰী যোজনা

ৰাজস্থানত আৰম্ভ কৰা হৈছে মুখ্যমন্ত্ৰী ৰাজশ্ৰী যোজনা৷ এই আঁচনিৰ অধীনত শিশুসন্তানটিৰ শিক্ষাৰ বাবে প্ৰয়োজনীয়া টকা জন্মৰ পৰাই চৰকাৰে জমা ৰাখে৷ এমাহৰ ২৫০০ – ১১ হাজাৰ পৰ্যন্ত শিক্ষাব্যয় বহন কৰে চৰকাৰে৷

৫. CBSE উড়ান স্কীম

ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন দপ্তৰে CBSE শিক্ষাৰ অধীনত প্ৰণয়ন কৰিছে এই আইন৷ দেশৰ বিভিন্ন ইঞ্জিনিয়াৰিং আৰু প্ৰযুক্তিবিদ্যা শিক্ষাৰ ক্ষেত্ৰত যাতে আগুৱাই যাব পাৰে তাৰ বাবে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ৷

৬. মুখ্যমন্ত্ৰী কন্যা সুৰক্ষা যোজনা

এই আঁচনি আৰম্ভ কৰিছে বিহাৰ চৰকাৰে৷ প্ৰতিগৰাকী কন্যা শিশুৰ অভিভাৱকক পুৰস্কৃত কৰা হ’য় এই আঁচনিৰ অধীনত৷ কন্যা শিশু জন্ম দিলেই ২ হাজাৰ টকা পুৰস্কাৰ হিচাপে আগবঢ়ায়৷

৭. মাজি কন্যা ভাগ্যশ্ৰী আঁচনি

এই আঁচনি উদ্বোধন কৰা হৈছে মহাৰাষ্ট্ৰত৷ কন্যা শিশু জন্মৰ ৫ বছৰ পৰ্যন্ত শিশুটিৰ মাতৃয়ে লাভ কৰে ৫ হাজাৰ টকাকৈ৷ ইয়াৰ উপৰি শিশুটিৰ ১৮ বছৰ সম্পূৰ্ণ হ’লে উচ্চ শিক্ষাৰ বাবে বছৰি লাভ কৰে ১ লাখ টকা পৰ্যন্ত৷

৮. কৰ্ণাটক ভাগ্যশ্ৰী আঁচনি

স্বাস্থ্যবীমাৰ বাবে এই আঁচনিৰ অধীনত কন্যা শিশুক প্ৰদান কৰা হয় নিৰ্দিষ্ট পৰিমানৰ ধন৷

৯. মধ্যপ্ৰদেশৰ লাডলী লক্ষ্মী যোজনা

মধ্যপ্ৰদেশৰ এই যোজনাৰ অধীনত ৰাজ্যখনত শিক্ষা আৰু স্বাস্থ্যৰ দিশটো আগবঢ়াই নিয়াটো চৰকাৰৰ প্ৰধান লক্ষ্য৷ কন্যা শিশুৰ শিক্ষা আৰু বিবাহৰ বাবে এই আঁচনিৰ অধীনত লাভ কৰে আৰ্থিক সহায়৷

১০. চিফ মিনিষ্টাৰ গাৰ্ল চাইল্ড প্ৰটেক্সন স্কীম আৱ তামিলনাডু

তামিলনাডুৰ মুখ্যমন্ত্ৰী কন্যা শিশু সুৰক্ষা আইনৰ জৰিয়তে সৱলীকৰণৰ দিশটোত গুৰুত্ব দিছে চৰকাৰে৷ শিশুটিৰ স্বাস্থ্য আৰু শিক্ষাৰ সম্পূৰ্ণ দিশটোৰ দায়িত্ব লয় চৰকাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24girf child welfare schemegirld child protection actgovt of indianarendra-modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?
অসম

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

July 7, 2026
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে
বিনোদন

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

July 7, 2026
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?
বিনোদন

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

July 7, 2026
Next Post
১৩৫ গৰাকী পাক-সন্ত্ৰাসবাদীয়ে সীমান্ত পাৰ হ’বলৈ খাপপিটি ৰৈ আছে : বিএছএফ

১৩৫ গৰাকী পাক-সন্ত্ৰাসবাদীয়ে সীমান্ত পাৰ হ’বলৈ খাপপিটি ৰৈ আছে : বিএছএফ

দুৰ্নীতিৰ সদাগৰ নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

দুৰ্নীতিৰ সদাগৰ নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.