• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩৫ গৰাকী পাক-সন্ত্ৰাসবাদীয়ে সীমান্ত পাৰ হ’বলৈ খাপপিটি ৰৈ আছে : বিএছএফ

১৩৫ গৰাকী পাক-সন্ত্ৰাসবাদীয়ে সীমান্ত পাৰ হ’বলৈ খাপপিটি ৰৈ আছে : বিএছএফ

5 years ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

1 hour ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

3 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

3 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

11 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

12 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

13 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

13 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

14 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

14 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

15 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

15 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১৩৫ গৰাকী পাক-সন্ত্ৰাসবাদীয়ে সীমান্ত পাৰ হ’বলৈ খাপপিটি ৰৈ আছে : বিএছএফ

editor by editor
January 24, 2022
in অসম, ভাৰত, ৰাজনীতি
0
১৩৫ গৰাকী পাক-সন্ত্ৰাসবাদীয়ে সীমান্ত পাৰ হ’বলৈ খাপপিটি ৰৈ আছে : বিএছএফ
0
SHARES
80
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এগৰাকী বা দুগৰাকীকৈ নহয়, প্ৰায় ১০৪ ৰপৰা ১৩৫ গৰাকী পাক সন্ত্ৰাসবাদীয়ে সীমান্ত পাৰ হ’বলৈ নিয়ন্ত্ৰণ ৰেখাত খাপ পিটি ৰৈ আছে৷ এই ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে সীমান্ত সুৰক্ষা বাহিনীৰ মহাপৰিদৰ্শক প্ৰধান ৰাজা বাবু সিঙে৷

সোমবাৰে চোৰাংচোৱাৰ উদ্ধৃতিৰে বিএছএফৰ মহাপৰিদৰ্শক গৰাকীয়ে কয় যে পাক-ভাৰত সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাৰ সিটো পাৰে প্ৰায় ১৩৫ গৰাকী সন্ত্ৰাসবাদীয়ে ভাৰতত প্ৰৱেশ কৰি কূটাঘাট সংঘটিত কৰিবলৈ ৰৈ আছে৷

‘‘কিছুমান সন্ত্ৰাসবাদীয়ে ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ এলঅ’চি সিটো পাৰে ৰৈ আছে৷ তেওঁলোকৰ গতিবিধি নিৰাপত্তা সংস্থাসমূহে নিৰন্তৰ নিৰীক্ষণ কৰি আছে৷’’ কাশ্মীৰৰ শ্ৰীনগৰ উপতকণ্ঠ হুমহামাত অৱস্থিত বিএছএফৰ মুখ্য কাৰ্যালয়ৰ বাৰ্ষিক সন্মিলনত ভাষণ দি আইজি সিঙে কয়৷

আইজি সিঙৰ মতে যে চোৰাংচোৱাৰ তথ্য অনুসৰি সন্ত্ৰাসবাদীৰ এই সংখ্যাটো ১০৪ ৰপৰা ১৩৫ গৰাকী হ’ব৷

কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ প্ৰায় ৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তত পাক সন্ত্ৰাসবাদীয়ে ড্ৰ’ণেৰে আক্ৰমণ কৰাৰ চেষ্টা কৰাতো সঁচা বুলিও প্ৰকাশ কৰিছে বিষয়াগৰাকীয়ে৷

আমি ড্ৰ’ণেৰে প্ৰত্যাক্ৰমণ কৰিবলৈ সাজু হৈ আছো বুলি কৈ ৰাজা বাবু সিঙে লগতে কয় যে বিগত বৰ্ষটোত বিএছএফে নিয়ন্ত্ৰণ ৰেখাৰ পৰা ৮৮ কোটি টকাৰ মূল্যৰ ১৭.৩ কিলোগ্ৰাম হিৰ’ইন জব্দ কৰিছে৷

বিষয়াগৰাকীৰ মতে তালিবানে আফগানিস্তান দখল কৰিলেও কাশ্মীৰ উপত্যকাত ইয়াৰ কোনো প্ৰভাৱ পৰা নাই৷ অৱশ্যে কোনো প্ৰভাৱ নপৰিলেও নিৰাপত্তা সংস্থাসমূহ এই বিষয়টোত সতৰ্ক হৈ আছে৷

See More    

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24BSFkashmirLoC
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
Next Post
দুৰ্নীতিৰ সদাগৰ নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

দুৰ্নীতিৰ সদাগৰ নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

ঠেঙাল কছাৰী স্বায়ত্ত শাসিত নিৰ্বাচনৰ ফলাফল ঘোষণা : বৃহৎ বিজয় বিজেপিৰ

ঠেঙাল কছাৰী স্বায়ত্ত শাসিত নিৰ্বাচনৰ ফলাফল ঘোষণা : বৃহৎ বিজয় বিজেপিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.