• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঠেঙাল কছাৰী স্বায়ত্ত শাসিত নিৰ্বাচনৰ ফলাফল ঘোষণা : বৃহৎ বিজয় বিজেপিৰ

ঠেঙাল কছাৰী স্বায়ত্ত শাসিত নিৰ্বাচনৰ ফলাফল ঘোষণা : বৃহৎ বিজয় বিজেপিৰ

4 years ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

10 minutes ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

49 minutes ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

1 hour ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

2 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

4 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

15 hours ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

15 hours ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

16 hours ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

16 hours ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

17 hours ago
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

18 hours ago
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ঠেঙাল কছাৰী স্বায়ত্ত শাসিত নিৰ্বাচনৰ ফলাফল ঘোষণা : বৃহৎ বিজয় বিজেপিৰ

editor by editor
January 24, 2022
in অসম, গুৱাহাটী, ৰাজনীতি
0
ঠেঙাল কছাৰী স্বায়ত্ত শাসিত নিৰ্বাচনৰ ফলাফল ঘোষণা : বৃহৎ বিজয় বিজেপিৰ
0
SHARES
45
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে৷

সোমবাৰে ফলাফল ঘোষণা কৰা অনুসৰি ২২ খন আসনৰ ভিতৰত বিজেপি-অগপৰ মিত্ৰজোঁটে দখল কৰিছে ১৭ খন, কংগ্ৰেছে ৪ খন আৰু নিৰ্দলীয়ই ১ খন আসনত বিজয়ী হৈছে৷

ঘোষিত ফলাফল অনুসৰি দিহিঙীয়া সমষ্টিত কংগ্ৰছৰ অচিন্ত শইকীয়া, জালুকনীবাৰীত বিজেপিৰ শ্যামল কৃষ্ণ বৰা, তিতাবৰত বিজেপিৰ বন্তি শইকীয়া আৰু বৰুৱাজানত বিজেপিৰ কুমুদ চন্দ্ৰ কছাৰী নিৰ্বাচিত হৈছে৷

ইফালে নগাবাটত বিজেপিৰ বিপুল কছাৰী, ফুলবাৰীত অগপৰ পূৰ্ণ বৰা, মাধপুৰত বিজেপিৰ প্ৰতাপ কছাৰী, তামুলবাৰীত কংগ্ৰেছৰ লক্ষেশ্বৰ হাজৰিকা, চামগুৰিত বিজেপিৰ পুলক কছাৰী, বৰহোলাত নিৰ্দলীয় বন্দিতা শইকীয়া আৰু আৰু মেৰাবিলত বিজেপিৰ মনদ্বীপ বৰা বিজয়ী হৈছে৷

আনহাতে লখিমপুৰ জিলাৰ অন্তৰ্গত বঙালমাৰা সমষ্টিত বিজেপিৰ লেখন বৰা, পাভত বিজেপিৰ কেশৱ নেওগ, লখিমপুৰত বিজেপিৰ জ্যোতি বৰা, বিহপুৰীয়াত বিজেপিৰ কেশৰাম বৰা আৰু জকাইপেলোৱাত অগপৰ ধনেশ্বৰ হাজৰিকা বিজয়ী হৈছে৷

ইফালে ধেমাজি জিলাৰ অন্তৰ্গত একমাত্ৰ ৰূপহী গড়পৰা আসনখত বিজেপিৰ ৰাজু শইকীয়াই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24thegal kachari election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?
ৰাজনীতি

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

June 29, 2026
অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ
উত্তৰ-পূব

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

June 29, 2026
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP
অসম

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

June 28, 2026 - Updated on June 29, 2026
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?
ৰাজনীতি

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

June 27, 2026
Next Post
বিশ্বজুৰি ত্ৰাস ‘Variant of Concern’ BA.1 ষ্ট্ৰেইনৰ, ভাৰতত আক্ৰান্ত সৰ্বাধিক শিশু

বিশ্বজুৰি ত্ৰাস ‘Variant of Concern’ BA.1 ষ্ট্ৰেইনৰ, ভাৰতত আক্ৰান্ত সৰ্বাধিক শিশু

কবিতাৰে দেশপ্ৰেমিকলৈ শ্ৰদ্ধাঞ্জলি…

কবিতাৰে দেশপ্ৰেমিকলৈ শ্ৰদ্ধাঞ্জলি…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.