• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্নীতিৰ সদাগৰ নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

4 years ago
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

29 minutes ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

1 hour ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

2 hours ago
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

3 hours ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

4 hours ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

5 hours ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

6 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

6 hours ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দুৰ্নীতিৰ সদাগৰ নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

editor by editor
January 24, 2022
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
দুৰ্নীতিৰ সদাগৰ নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল
0
SHARES
90
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম আৰক্ষীৰ নিলম্বিত ডিআইজি ৰৌণিক আলী হাজৰিকাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছে৷

সোমবাৰে মুখ্যমন্ত্ৰী বিশেষ দুৰ্নীতি নিবাৰক শাখাৰ এটা বিশেষ দলে তদন্ত প্ৰক্ৰিয়া সম্পন্ন কৰি ১০৯ দিনৰ ভিতৰত দুৰ্নীতিৰ গোচৰত অভিযুক্ত নিলম্বিত আৰক্ষী বিষয়া হাজৰিকাৰ বিৰুদ্ধে চূড়ান্ত চাৰ্জশ্বীট দাখিল কৰে৷

গোটটোৱে অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ লগতে অন্য দুগৰাকী ব্যক্তিৰ বিৰুদ্ধেও দাখিল কৰা ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামাত বহু বিস্ফোৰক তথ্য সন্নিৱিষ্ট কৰা বুলি জানিব পৰা গৈছে৷

তদন্ত প্ৰক্ৰিয়া সম্পন্ন কৰি তদন্তকাৰী দলটোৱে চাৰ্জশ্বিটত উল্লেখ কৰা অনুসৰি অভিযুক্ত আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকাৰ সম্পত্তি ১৮২.১৯ শতাংশ বৃদ্ধি পাইছিল৷ আৰু দলটোৱে উক্ত বৃহৎ পৰিমাণৰ সম্পত্তিৰ কোনো সঠিক উৎস সন্ধান লাভ কৰা নাই বুলি প্ৰকাশ কৰিছে৷

আয়ৰ সৈতে অসামজঞ্জ্য তথা বেআইনীভাৱে সম্পত্তিৰ আহৰণ কৰা নিলম্বিত আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকাক দুৰ্নীতিৰ অভিযোগত ২০২০ চনৰ ৫ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল৷ আৰু বৰ্তমানেও তেওঁ ন্যায়িক জিম্মাতে আছে৷

আইপিএছ ৰৌণিক আলীক গ্ৰেপ্তাৰ কৰাৰ পিছতে তৎকালীনভাৱে বলৱৎ হোৱাকৈ সীমান্ত আৰক্ষী মহাপৰিদৰ্শকৰ পদৰ পৰা নিলম্বিত কৰা হৈছিল৷

অভিযোগ অনুসৰি ৰৌণক আলী হাজৰিকাই ২০১১ চনৰ পৰা গৃহ বিভাগৰ অনুমতি অবিহনে কেবাবাৰো বিদেশ ভ্ৰমণ কৰি আৰক্ষীৰ বিভাগৰ শেনদৃষ্টিত পৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assam policeaxom live 24Rounak Ali Hazarika
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?
অপৰাধ

May 26, 2026
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!
অসম

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

May 26, 2026
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী
অসম

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

May 26, 2026
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!
অসম

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

May 26, 2026
Next Post
ঠেঙাল কছাৰী স্বায়ত্ত শাসিত নিৰ্বাচনৰ ফলাফল ঘোষণা : বৃহৎ বিজয় বিজেপিৰ

বিশ্বজুৰি ত্ৰাস ‘Variant of Concern’ BA.1 ষ্ট্ৰেইনৰ, ভাৰতত আক্ৰান্ত সৰ্বাধিক শিশু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন