• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কা বিৰোধী আন্দোলন : চাৰ্জিল ইমামৰ বিৰুদ্ধে দেশদ্ৰোহৰ চাৰ্জফ্ৰেম দিল্লী আদালতৰ

কা বিৰোধী আন্দোলন : চাৰ্জিল ইমামৰ বিৰুদ্ধে দেশদ্ৰোহৰ চাৰ্জফ্ৰেম দিল্লী আদালতৰ

5 years ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

39 minutes ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

1 hour ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

2 hours ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

2 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

3 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

4 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

4 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

5 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

6 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

6 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

7 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কা বিৰোধী আন্দোলন : চাৰ্জিল ইমামৰ বিৰুদ্ধে দেশদ্ৰোহৰ চাৰ্জফ্ৰেম দিল্লী আদালতৰ

editor by editor
January 24, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
কা বিৰোধী আন্দোলন : চাৰ্জিল ইমামৰ বিৰুদ্ধে দেশদ্ৰোহৰ চাৰ্জফ্ৰেম দিল্লী আদালতৰ
0
SHARES
139
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কা-বিৰোধী আন্দোলনৰ সময়ত দেশদ্ৰোহী আৰু উচতনিমূলক ভাষণ প্ৰদান কৰাৰ অভিযোগত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ চাৰ্জিল ইমামৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ চাৰ্জফ্ৰেম কৰা হৈছে৷

সোমবাৰে দিল্লীৰ এখন আদালতে জেএনইউৰ ছাত্ৰ চাৰ্জিল ইমামৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰত চাৰ্জফ্ৰেম কৰিছে৷

নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বিৰোধিতাৰে দিল্লীৰ জামিয়া অঞ্চল আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ত হোৱা আন্দোলনত জেএনইউৰ ছাত্ৰ চাৰ্জিল ইমামে দেশৰ বিৰোধী উচতনিমূলক ভাষণ প্ৰদান কৰিছিল বুলি অভিযোগ উত্থাপন কৰা হৈছিল৷

সোমবাৰে দিল্লীৰ এখন আদালতৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ অমিতাভ ৰাৱটে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২৪এ (দেশদ্ৰোহিতা), ১৫৩এ (ভিন্ন ধৰ্মীয় গোটৰ মাজত শত্ৰুতাৰ বৃ্দ্ধি), ১৫৩বি (ৰাষ্ট্ৰীয় অখণ্ডতা বিৰোধী), ৫০৫ (ৰাজহুৱা ক্ষতিৰ বাবে উচতনিমূলক ভাষণ) আৰু UAPA অধীনত চাৰ্জিল ইমামক অভিযুক্ত কৰিছে৷

উল্লেখ্য যে ২০১৯ চনৰ ১৩ ডিচেম্বৰত জামিয়া অঞ্চলৰ কা বিৰোধী আন্দোলনত ইমামে প্ৰদান কৰা উক্ত ভাষণৰ বিৰুদ্ধে ২০২০ চনৰ ২৫ ফেব্ৰুৱাৰীত ভাৰতীয় দণ্ডবিধি আইনৰ ১২৪(এ), ১৫৪এ, ৫০৫ অধীনত গোচৰ ৰুজু কৰা হৈছিল৷

ইয়াৰ পিছতে চৰকাৰ তথা দিল্লী আৰক্ষীয়ে চাৰ্জিল ইমামৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ দৰে ভয়ংকৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ কৰিছিল৷

ইমামৰ উক্ত আপত্তিজনক ভাষণটোৰ লগতে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ভাষণটোও টুইটাৰসহ বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছিল বুলিও অভিযোগ উত্থাপন হৈছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aligarh muslim universityasom live 24assam live 24axom live 24caaDelhi courtJNUsedition caseSharjeel ImamUAPA
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!
জীৱনশৈলী

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

July 28, 2026
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…
জীৱনশৈলী

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

July 28, 2026
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম
জীৱনশৈলী

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

July 28, 2026
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!
প্ৰযুক্তি

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

July 28, 2026
Next Post
আপোনাৰ কন্যা সন্তানটিক লৈ আপুনি চিন্তিত নেকি? চিন্তাৰ কাৰণ নাই আপোনাৰ কন্যা সন্তানৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিছে

আপোনাৰ কন্যা সন্তানটিক লৈ আপুনি চিন্তিত নেকি? চিন্তাৰ কাৰণ নাই আপোনাৰ কন্যা সন্তানৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিছে

১৩৫ গৰাকী পাক-সন্ত্ৰাসবাদীয়ে সীমান্ত পাৰ হ’বলৈ খাপপিটি ৰৈ আছে : বিএছএফ

১৩৫ গৰাকী পাক-সন্ত্ৰাসবাদীয়ে সীমান্ত পাৰ হ’বলৈ খাপপিটি ৰৈ আছে : বিএছএফ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.