• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমেৰিকাৰ পৰা বিতাৰিত ১০৪ ভাৰতীয়ৰ অধিকাংশ হাৰিয়ানা-গুজৰাটৰ, তেন্তে বিমান অমৃতসৰত কিয় নামিল

আমেৰিকাৰ পৰা বিতাৰিত ১০৪ ভাৰতীয়ৰ অধিকাংশ হাৰিয়ানা-গুজৰাটৰ, তেন্তে বিমান অমৃতসৰত কিয় নামিল

1 year ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

20 minutes ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

48 minutes ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

2 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

2 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

3 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

3 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

13 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

13 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

14 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

14 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

14 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আমেৰিকাৰ পৰা বিতাৰিত ১০৪ ভাৰতীয়ৰ অধিকাংশ হাৰিয়ানা-গুজৰাটৰ, তেন্তে বিমান অমৃতসৰত কিয় নামিল

editor by editor
February 5, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
আমেৰিকাৰ পৰা বিতাৰিত ১০৪ ভাৰতীয়ৰ অধিকাংশ হাৰিয়ানা-গুজৰাটৰ, তেন্তে বিমান অমৃতসৰত কিয় নামিল
0
SHARES
811
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ পৰা বিতাৰিত ১০৪ ভাৰতীয়ৰ অধিকাংশ হাৰিয়ানা-গুজৰাটৰ, তেন্তে বিমান অমৃতসৰত কিয় নামিল

আমেৰিকাৰ পৰা বিতাৰিত ১০৪ গৰাকী ভাৰতীয় লোক লৈ আমেৰিকাৰ সেনাৰ বিমান আজি ৫ ফেব্ৰুৱাৰী তাৰিখে দুপৰীয়া অমৃতসৰত অৱতৰণ কৰে। অমৃতসৰৰ শ্ৰী গুৰু ৰামদাস আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰে। প্ৰকাশিত তথ্য অনুসৰি আমেৰিকাৰ পৰা বিতাৰিত এই ১০৪ ভাৰতীয় মুঠ ৬ ৰাজ্যৰ।

এই ৬ ৰাজ্যৰ ভিতৰত সৰ্বাধিক লোক হাৰিয়ানাৰ। হাৰিয়ানাৰ মুঠ ৩৪ গৰাকী লোক বিতাৰিত হৈ আহিছে। ইয়াৰ পাছতে আছে গুজৰাটৰ নাম। বিতাৰিত হোৱা গুজৰাটৰ মুঠ লোক ৩৩ গৰাকী।

তৃতীয়ত ৩০ গৰাকী বিতাৰিত লোকে সৈতে পাঞ্জাৱ। ইয়াৰ উপৰি মহাৰাষ্ট্ৰৰ ৩ জন, উত্তৰ প্ৰদেশৰ ২ জন আৰু চণ্ডীগড়ৰ ২ জন লোক এই তালিকাত।

পঞ্জাৱৰ ৩০ জন লোকৰ ভিতৰত বিভিন্ন জিলাৰ নাগৰিক। ইয়াৰে সৰ্বাধি কাপুৰথালাৰ, কেৱল ৫ জন লোক হে অমৃতসৰৰ। তেন্তে কিয় অন্য ঠাইৰ সলনি অমৃতসৰত অৱতৰণ কৰিলে আমেৰিকা সেনাৰ বিমান।

অমৃতসৰত বিমান অৱতৰণ কৰাৰ অন্যতম কাৰণ হিচাপে প্ৰকাশ পাইছে দিল্লী নিৰ্বাচন। দিল্লীত আজি বিধানসভা নিৰ্বাচন হৈ থকা বাবে দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বিমানখনে অৱতৰণ নকৰে। লগতে যদি তাত অৱতৰণ কৰিল হেতেন তেন্তে নিৰ্বাচনত প্ৰভাৱ পৰিল হেতেন।

ইয়াৰ উপৰি দিল্লীৰ এয়াৰ ট্ৰেফিক অন্যৰ তুলনাত অধিক। সেয়ে দিল্লীৰ নিকট অমৃতসৰ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰতে ভাৰতীয় মন্ত্ৰালয়ে আমেৰিকাৰ পৰা বিতাৰিত হোৱা ভাৰতীয়ৰ বিমান অৱতৰণৰ বাবে অনুমতি দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AmericaAmerica ArmyIndia America relationindians
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!
জীৱনশৈলী

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

April 7, 2026
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ
বাণিজ্য

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

April 7, 2026
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ
জীৱনশৈলী

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

April 7, 2026
Next Post
দিল্লীত এইবাৰ হ্ৰাস পাব নেকি ভোটদানৰ সংখ্যা, ৫ বজালৈ কেৱল ৫৭.৭০ শতাংশ

দিল্লীত এইবাৰ হ্ৰাস পাব নেকি ভোটদানৰ সংখ্যা, ৫ বজালৈ কেৱল ৫৭.৭০ শতাংশ

মঙলৰ নক্ষত্ৰত সূৰ্যৰ প্ৰৱেশ, আশীৰ্বাদ স্বৰূপ হৈ পৰিব ৩ ৰাশিৰ বাবে

মঙলৰ নক্ষত্ৰত সূৰ্যৰ প্ৰৱেশ, আশীৰ্বাদ স্বৰূপ হৈ পৰিব ৩ ৰাশিৰ বাবে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.