অসম লাইভ ২৪ঃ অক্সিজেন টেংক লীক হৈ মহাৰাষ্ট্ৰৰ নাছিকত ১১ জনৰ মৃত্যু। মঙলবাৰে সংঘটিত হৈছে এই শোকাৱহ ঘটনা। নাছিকৰ ডঃ জাকিৰ হুছেইন এন এম চি হাস্পতালত সংঘটিত হৈছে এই ঘটনা। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনলৈ আনে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত চিকিৎয়ালয়খনত অক্সিজেন গ্ৰহণ কৰা ৰোগী প্ৰায় ১৭১ জন আছিল।
ইপিনে মহাৰাষ্ট্ৰত দৈনিক অভাৱনীয় হাৰত বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত আক্ৰান্ত হৈছে ৬২,০৯৭ গৰাকী।
#WATCH | An Oxygen tanker leaked while tankers were being filled at Dr Zakir Hussain Hospital in Nashik, Maharashtra. Officials are present at the spot, operation to contain the leak is underway. Details awaited. pic.twitter.com/zsxnJscmBp
— ANI (@ANI) April 21, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ