• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৮ ঊৰ্ধ্বৰ ব্যক্তিয়ে ভেকচিন পাবলৈ কিদৰে পঞ্জীয়ন কৰিব লাগিব?

১৮ ঊৰ্ধ্বৰ ব্যক্তিয়ে ভেকচিন পাবলৈ কিদৰে পঞ্জীয়ন কৰিব লাগিব?

5 years ago
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

8 minutes ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

1 hour ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

9 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

9 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

10 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

10 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

11 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

11 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

12 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

13 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

13 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

১৮ ঊৰ্ধ্বৰ ব্যক্তিয়ে ভেকচিন পাবলৈ কিদৰে পঞ্জীয়ন কৰিব লাগিব?

editor by editor
April 21, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
১৮ ঊৰ্ধ্বৰ ব্যক্তিয়ে ভেকচিন পাবলৈ কিদৰে পঞ্জীয়ন কৰিব লাগিব?
0
SHARES
60.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ১ মে’ৰ পৰা ভাৰতত আৰম্ভ হ’ব ১৮ বছৰ ঊৰ্ধ্বৰ ব্যক্তিসকলৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া। সম্প্ৰতি ৪৫ ঊৰ্ধ্বৰ ব্যক্তিসকলকহে দি থকা হৈছে কোভিড ভেকচিন। ১ মে’ৰ পৰা ১৮ বছৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে পাব লগীয়া প্ৰতিষেধকৰ বাবে  শীঘ্ৰেই পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা টুইটযোগে ঘোষণা কৰে mygovtindia ই। Cowin website আৰু আৰোগ্য সেতু এপৰ যোগেদি পঞ্জীয়ন কৰা হ’ব ব্যক্তিৰ নাম।

অনলাইনযোগে কিদৰে পঞ্জীয়ন কৰিব নিজৰ নাম?

CoWIN portalত পঞ্জীয়ন কৰাৰ প্ৰক্ৰিয়া-

১. CoWIN websiteত গৈ register/ sign in yourself ক্লিক কৰিব

২. নিজৰ ফোন নম্বৰটো লিখি get otp ত ক্লিক কৰিব। ফোনত অহা otpটো চাইটত লিখি verify ত ক্লিক কৰিব।

৩. পঞ্জীয়ন পেজত নাম, লিংগ, পৰিচয় পত্ৰ, জন্মৰ চন লিখি register ত ক্লিক কৰিব।

৪. পঞ্জীয়ন হ’লে এপইণ্টমেণ্ট লাভৰ বাবে বিকল্প পাব, নামৰ কাষত থকা schedule ত ক্লিক কৰিব।

৫. আপোনাৰ পিন ক’ড লিখি search কৰক, স্ক্ৰীনত উল্লেখিত তাৰিখ আৰু সময় নিৰ্বাচন কৰি confirm ত ক্লিক কৰক।

৬. এবাৰত ৪ জন ব্যক্তিৰ নাম পঞ্জীয়ন কৰিব পাৰিব। পূৰ্বৰ প্ৰক্ৰিয়াৰ দৰেই নিৰ্বাচন কৰি reschedule কৰিব পাৰিব সময়সূচী।

    আৰোগ্য সেতু এপত পঞ্জীয়ন কৰাৰ প্ৰক্ৰিয়া-

১. আৰোগ্য সেতু এপত গৈ ফোনৰ হোম স্ক্ৰীনত থকা cowin টেবত ক্লিক কৰক।

২. vaccination registration  নিৰ্বাচন কৰিব> ফোন নম্বৰ লিখিব> otp লিখিব।

৩. verify ক্লিক কৰিলে registration of vaccination পেজ পাব।

৪. cowin portal ত নাম পঞ্জীয়নৰ ক্ষেত্ৰতো একে প্ৰক্ৰিয়া গ্ৰহণ কৰক।

প্ৰতিগৰাকী ব্যক্তিক ২ ড’জ ভেকচিন প্ৰদান কৰা হ’ব। প্ৰথম ড’জ ভেকচিন লোৱাৰ ২৮ দিনৰ পৰা ৫৬ দিনৰ ভিতৰত প্ৰদান কৰা হ’ব ভেকচিনৰ দ্বিতীয়টো ড’জ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’
বাণিজ্য

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

October 9, 2026
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?
অসম

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

October 8, 2026
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?
অসম

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

October 8, 2026
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?
বিনোদন

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

October 8, 2026
Next Post
নিৰ্বাচনৰ বাবেই লুকুওৱা হ’ল নেকি ক’ৰোনা?

নিৰ্বাচনৰ বাবেই লুকুওৱা হ’ল নেকি ক’ৰোনা?

ONGCৰ ৩ কৰ্মচাৰীক অপহৰণ কৰিলে কোনে?

ONGCৰ ৩ কৰ্মচাৰীক অপহৰণ কৰিলে কোনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.