• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সিদ্ধাৰ্থ, শ্যামকানু, সন্দীপনকে ধৰি ৫ অভিযুক্তৰ ঠিকনা বাক্সা জিলা কাৰাগাৰ, বাক্সা জিলা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

সিদ্ধাৰ্থ, শ্যামকানু, সন্দীপনকে ধৰি ৫ অভিযুক্তৰ ঠিকনা বাক্সা জিলা কাৰাগাৰ, বাক্সা জিলা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

4 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

8 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

9 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

10 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

10 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

11 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

11 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

14 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

14 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

14 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

সিদ্ধাৰ্থ, শ্যামকানু, সন্দীপনকে ধৰি ৫ অভিযুক্তৰ ঠিকনা বাক্সা জিলা কাৰাগাৰ, বাক্সা জিলা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

সিদ্ধাৰ্থ, শ্যামকানু, সন্দীপনকে ধৰি ৫ অভিযুক্তৰ ঠিকনা বাক্সা জিলা কাৰাগাৰ, বাক্সা জিলা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

editor by editor
October 15, 2025
in অপৰাধ, অসম
0
সিদ্ধাৰ্থ, শ্যামকানু, সন্দীপনকে ধৰি ৫ অভিযুক্তৰ ঠিকনা বাক্সা জিলা কাৰাগাৰ, বাক্সা জিলা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি
0
SHARES
390
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
১৪ দিনৰ আৰক্ষী জিম্মাৰ অন্তত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, পৰেশ বৈশ্য, নন্দেশ্বৰ বৰা আৰু সন্দীপন গাৰ্গক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হৈছে। শ্যামকানু, সিদ্ধাৰ্থকে ধৰি ৫ অভিযুক্তৰ আজিৰ পৰা নতুন ঠিকনা হৈছে বাক্সা জিলা কাৰাগাৰ৷ SITৰ জিম্মাত থকাৰ সময়ত কোনো এগৰাকী অভিযুক্তই আদালতত জামিনৰ বাবে আবেদন কৰা নাছিল৷
১ অক্টোবৰত CIDয়ে গ্ৰেপ্তাৰ কৰিছিল সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক। আজি অন্ত পৰিছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ১৪ দিনৰ আৰক্ষীৰ জিম্মা। আনফালে হেণ্ডকাফ লগায়েই আদালতলৈ নিয়া হয় সন্দীপন গাৰ্গকো। ৮ অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গক। আজি অন্ত পৰিছিল সন্দীপন গাৰ্গৰো আৰক্ষীৰ জিম্মা। আনফালে জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰো ম্যাদৰ অন্ত পৰিছিল। সিদ্ধাৰ্থ শর্মা, শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গৰ  সৈতে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যকো আদালতত হাজিৰ কৰোৱা হৈছিল৷ আজিৰ পৰা আটাইকেইগৰাকীৰে ঠিকনা বাক্সা জিলা কাৰাগাৰ৷
উল্লেখ কৰা প্ৰয়োজন যে ইতিমধ্যেই বাক্সাৰ জে’লত প্ৰৱেশ কৰিছে জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত অভিযুক্ত ৫ গৰাকীকে৷ বাক্সা জিলা কাৰাগাৰৰ সন্মুখত পূৰ্বৰে পৰাই ভিৰ হৈ আছিল জুবিন অনুৰাগীৰ৷ জয় জুবিন দা ধ্বনি দি ৰৈ থকা প্ৰতিবাদকাৰীয়ে অভিযুক্তক কঢ়িয়াই নিয়া বাহন দেখা মাত্ৰকেই আক্ৰমণাত্মক হৈ পৰে৷ বহুতেই শিলগুটি, চেণ্ডেল আদি নিক্ষেপ কৰিছে বাহনৰ উদ্দেশ্যি৷ জনতাই জে’লৰ গেট ভাঙি প্ৰৱেশৰো চেষ্টা চলোৱাৰ ভিডিঅ’ আহি পৰিছে৷ নিকাছিৰ বাক্সা জিলা কাৰাগাৰৰ সন্মুখত জনতা আৰু আৰক্ষীৰ মাজতো হতাহতি হোৱাৰ খবৰো আহি পৰিছে৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বহুসংখ্যক আৰক্ষী নিয়োগ কৰা হৈছে বাক্সা জিলা কাৰাগাৰৰ বাহিৰত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা
অপৰাধ

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা

January 31, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?
অপৰাধ

প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?

January 21, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
Next Post
পোষ্ট অফিচৰ এই স্কিমত আছে বহু লাভালাভ, সুদেই পাব ২.৫ লাখ

পোষ্ট অফিচৰ এই স্কিমত আছে বহু লাভালাভ, সুদেই পাব ২.৫ লাখ

কাইলৈৰ পৰা বিশাখা নক্ষত্ৰত মঙল-বুধ, কালীপূজাৰ পূৰ্বেই সুখ আহিব এই ৪ৰাশিৰ

কাইলৈৰ পৰা বিশাখা নক্ষত্ৰত মঙল-বুধ, কালীপূজাৰ পূৰ্বেই সুখ আহিব এই ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.