• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্থ! মৃতকৰ সংখ্যা ১৪লৈ বৃদ্ধি, ক’ত সংঘটিত হৈছে এই দুৰ্ঘটনা?

3 years ago
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

9 minutes ago
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

39 minutes ago
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 hour ago
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

2 hours ago
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

3 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

4 hours ago
কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

ৰেমণ্ডৰ প্ৰাক্তন চেয়াৰমেন বিজয়পত সিংহানিয়াৰ মৃত্যু, মৃত্যুৰ সময়ত কিমান সম্পত্তি এৰি থৈ গৈছে উদ্যোগপতি বিজয়পত সিংহানিয়াই?

IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্থ! মৃতকৰ সংখ্যা ১৪লৈ বৃদ্ধি, ক’ত সংঘটিত হৈছে এই দুৰ্ঘটনা?

editor by editor
September 17, 2023
in জীৱনশৈলী, বিশ্ব
0
যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্থ! মৃতকৰ সংখ্যা ১৪লৈ বৃদ্ধি, ক’ত সংঘটিত হৈছে এই দুৰ্ঘটনা?
0
SHARES
426
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ব্ৰাজিলত ভয়ংকৰ বিমান দুৰ্ঘটনা। যাত্ৰী কঢ়িয়াই নিয়া এখন বিমান ভাঙি পৰিছে আমাজন কাষত। এই বিমান দুৰ্ঘটনাত ১৪গৰাকী লোকৰ মৃত্যুৰ খবৰ ইতিমধ্যে বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে। বিমানখনত মুঠ ১২ জন যাত্ৰী আৰু দুজন বিমান কৰ্মী আছিল। দুৰ্ঘটনাটো ভাৰতীয় সময় অনুসৰি পুৱতি নিশা সংঘটিত হৈছে। সংবাদ সংস্থা ৰয়টাৰ্ছয়ে প্ৰকাশ কৰা অনুসৰি উত্তৰ আমাজনৰ ৰাজধানী মানাউছৰ পৰা ৪০০ কিঃমিঃ দূৰৈত বাৰ্ছালোছ প্ৰদেশত এই দুৰ্ঘটনা সংঘটিত হৈছে।

বাৰ্ছালোছ ব্ৰাজিলৰ এখন জনপ্ৰিয় পৰ্যটনক্ষেত্ৰত। আমাজনৰ এখন উপনদী ৰিও নেগ্ৰোৰ ধাৰত এই এলেকা। এই এলেকাৰ সৌন্দৰ্য উপভোগ কৰিবলৈকে বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে। মানাউছৰ পৰা বাৰ্ছালোছলৈকে গৈ আছিল এই বিশেষ বিমানখনো। মানাউছৰ পৰা বাৰ্ছালোচলৈ সময় লাগে ৯০ মিনিট। আমাজনৰ গভৰ্নৰ উইনছন লিমাই এক্স হেণ্ডেলত দুৰ্ঘটনাক লৈ দুখঃপ্ৰকাশ কৰিছে। মৃতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনাইছে গভৰ্ণৰ উইনছন লিমাই।

মানাউছ এয়াৰটেক্সি এয়াৰলাইনছেও ১৪ জনৰ মৃত্যু নিশ্চিত কৰি এটা বিশেষ বিবৃতি প্ৰকাশ কৰিছে। কেনেকৈ দুৰ্ঘটনাটো সংঘটিত হ’ল তাৰ তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। ব্ৰাজিলৰ অলপ দূৰত যাতায়াতৰ বাবে সৰু বিমান বা এয়াৰ টেক্সি চলে। দুৰ্ঘটনাগ্ৰস্থ বিমানখনৰ মুঠ ১৮ জন যাত্ৰী বহন কৰিব পৰা ক্ষমতা আছিল। দুৰ্ঘটনাত মৃতদেহৰ পৰিচয় এতিয়াও স্পষ্ট নহয়। ব্ৰাজিলৰ কেইবাটাও সংবাদমাধ্যমে জনোৱা অনুসৰি বিমানখনত কেইবাগৰাকীও আমেৰিকান নাগৰিক আছিল। কিন্তু ৰয়টাৰ্ছে এতিয়ালৈকে এই দুৰ্ঘটনাত নিহতৰ চিনাক্তকৰণ সন্দৰ্ভত কোনো মন্তব্য দাঙি ধৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?
জীৱনশৈলী

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

March 29, 2026
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

March 29, 2026
Next Post
এদিন ফটোশ্বপত শ্বাহৰুখ খানৰ সৈতে নিজৰ ফটো জইন কৰা সেই বিশেষ লৰাজন! এটলী কুমাৰৰ এটা কথাতেই শ্বাহৰুখে কিমান ধন ব্যয় কৰিলে?

আমাৰ সন্তানটোক মানুহ কৰাৰ দায়িত্ব তোমাৰ ওপৰত এৰিলো, মই হয়তো আৰু বেছি সময় জীয়াই নাথাকিম, পত্নীলৈ শেষৰটো ফোনকলত কি কি কৈছিল হুমায়ূন ভাট্টে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন