• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ খবৰ, প্ৰৱল বৃষ্টিপাতৰ বাবে খহি পৰিল নিৰ্মাণাধীন অট্টালিকা, ১৭ শ্ৰমিক আৱদ্ধ হৈ থকাৰ আশংকা

ভয়ংকৰ খবৰ, প্ৰৱল বৃষ্টিপাতৰ বাবে খহি পৰিল নিৰ্মাণাধীন অট্টালিকা, ১৭ শ্ৰমিক আৱদ্ধ হৈ থকাৰ আশংকা

2 years ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

6 minutes ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

17 minutes ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

30 minutes ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

58 minutes ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

2 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

5 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

5 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

7 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

7 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

8 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

17 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভয়ংকৰ খবৰ, প্ৰৱল বৃষ্টিপাতৰ বাবে খহি পৰিল নিৰ্মাণাধীন অট্টালিকা, ১৭ শ্ৰমিক আৱদ্ধ হৈ থকাৰ আশংকা

editor by editor
October 22, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ভয়ংকৰ খবৰ, প্ৰৱল বৃষ্টিপাতৰ বাবে খহি পৰিল নিৰ্মাণাধীন অট্টালিকা, ১৭ শ্ৰমিক আৱদ্ধ হৈ থকাৰ আশংকা
0
SHARES
660
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ খবৰ, প্ৰৱল বৃষ্টিপাতৰ বাবে খহি পৰিল নিৰ্মাণাধীন অট্টালিকা, ১৭ শ্ৰমিক আৱদ্ধ হৈ থকাৰ আশংকা

প্ৰৱল বৃষ্টিপাতৰ বাবে এক ভয়ংকৰ খবৰ আহিছে। ধাৰাসাৰ বৰষুণৰ বাবে খহি পৰে এক নিৰ্মাণাধীন অট্টালিকা। যাৰ ফলত সেই খহি পৰা অট্টালিকাৰ ভিতৰত ১৭ গৰাকীকৈ শ্ৰমিক আৱদ্ধ হৈ থকাৰ আশংকা ব্যক্ত কৰা হৈছে।

এই ভয়ংকৰ খবৰ আহিছে কৰ্নাটকৰ পৰা। বৰ্তমানে সন্ধানহীন শ্ৰমিক সকলৰ পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতি। বাংগালুৰু পূৱৰ বাবু সাপল্যা অঞ্চলত মুষলধাৰ বৰষুণৰ মাজতে ভাঙি পৰিছে নিৰ্মাণৰত এটা অট্টালিকা।

১৭ জন শ্ৰমিক অট্টালিকাৰ ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা। আৰক্ষীৰ মতে, দুৰ্ঘটনাটোৰ পিছত উদ্ধাৰকাৰী দলটোৰ লগতে জৰুৰীকালীন আৰু অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হয়। শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ কাম চলি আছে।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, সন্ধিয়া ধাৰাসাৰ বৰষুণৰ মাজতে অট্টালিকাটো ভাঙি পৰে। ইয়াৰ মাজতে ১৭ জন শ্ৰমিক আবদ্ধ হৈ পৰাৰ সম্ভাৱনা আছে। অট্টালিকাটো ভাঙি পৰাত বিদ্যুতৰ তাঁৰ চিঙি পাছত অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে উদ্ধাৰৰ কাম আৰম্ভ কৰা হৈছে।

সোমবাৰে নিশাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সমগ্ৰ বাংগালুৰুত বৰ্তমানে পানী জমা হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পানী জমা হোৱাৰ বাবে বহু পথ বন্ধ হৈ থকাৰ বাবে প্ৰশাসনে পথত নাও মুকলি কৰি মানুহক উদ্ধাৰ কৰিছে। বাংগালুৰুৰ বহু পথ আঁঠুলৈকে পানীৰে বুৰ গৈছে, যাৰ বাবে যাতায়ত আৰু চলাচল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। সোমবাৰে বাংগালুৰুত মুকলি মেনহ’লত পৰি এগৰাকী ৫৬ বছৰীয়া মহিলাৰো মৃত্যু হৈছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মঙলবাৰে পুৱালৈকে বাংগালুৰু গ্ৰাম্য অঞ্চলত ১৭৬ মিলিমিটাৰলৈকে বৰষুণ হৈছে। আনহাতে বাংগালুৰু চহৰ অঞ্চলত ১৫৭ মিলিমিটাৰ বৰষুণ হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত বাংগালুৰুৰ বিমান সেৱাও ক্ষতিগ্ৰস্ত হয়।

সোমবাৰে নিশা ২০খনতকৈও অধিক বিমান সেৱাত বিলম্ব ঘটে। ধাৰাসাৰ বৰষুণৰ বাবে এয়াৰ ইণ্ডিয়াৰ বিমান আৰু দিল্লীৰ পৰা ইণ্ডিগোৰ চাৰিখন বিমান চেন্নাইলৈ ডাইভাৰ্ট কৰা হয়। ধাৰাসাৰ বৰষুণ আৰু পানী জমা হোৱাৰ বাবে মহানগৰীৰ বিদ্যালয়সমূহো বৰ্তমানে বন্ধ ঘোষণা কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bangaluru FloodfloodHeavy RainkarnatakaKarnataka Flood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক
জীৱনশৈলী

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

September 22, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

September 22, 2026
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?
জীৱনশৈলী

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

September 22, 2026
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ
অসম

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

September 22, 2026
Next Post
খোল খাব ভাগ্যৰ বন্ধ দৰ্জা, কাৰ্তিক কৃষ্ণা পক্ষৰ বাবে অহা ৩ দিনলৈ লাভেই লাভ ৫ ৰাশিৰ

খোল খাব ভাগ্যৰ বন্ধ দৰ্জা, কাৰ্তিক কৃষ্ণা পক্ষৰ বাবে অহা ৩ দিনলৈ লাভেই লাভ ৫ ৰাশিৰ

‘লৈ যোৱা মোৰ এই দুই বক্ষ ‘- নিজেই নিজৰ বক্ষ কাটি দিয়া সেই নাৰী, এগৰাকীয়ে দেশৰ নামত শত্ৰুৰ হাতত হেৰুৱাইছিল বক্ষ

'লৈ যোৱা মোৰ এই দুই বক্ষ '- নিজেই নিজৰ বক্ষ কাটি দিয়া সেই নাৰী, এগৰাকীয়ে দেশৰ নামত শত্ৰুৰ হাতত হেৰুৱাইছিল বক্ষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.