• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৃষ্ণা দ্বিতীয়াত ৰেৱতী নক্ষত্ৰ, উজলি উঠিব এই ৫ৰাশিৰ ভাগ্য

কৃষ্ণা দ্বিতীয়াত ৰেৱতী নক্ষত্ৰ, উজলি উঠিব এই ৫ৰাশিৰ ভাগ্য

2 years ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

42 seconds ago
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

28 minutes ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

56 minutes ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

1 hour ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

3 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

3 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

4 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

5 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

5 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

5 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

6 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কৃষ্ণা দ্বিতীয়াত ৰেৱতী নক্ষত্ৰ, উজলি উঠিব এই ৫ৰাশিৰ ভাগ্য

কৃষ্ণা দ্বিতীয়াত ৰেৱতী নক্ষত্ৰ, উজলি উঠিব এই ৫ৰাশিৰ ভাগ্য

editor by editor
September 19, 2024
in অসম, উত্তৰ-পূব, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কৃষ্ণা দ্বিতীয়াত ৰেৱতী নক্ষত্ৰ, উজলি উঠিব এই ৫ৰাশিৰ ভাগ্য
0
SHARES
861
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯ ছেপ্টেম্বৰ ২০২৪ বৃহস্পতিবাৰে চন্দ্ৰই পুৱা ৫বাজি ১৫ মিনিটত মীন ৰাশি ত্যাগ কৰি মেষ ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি সৰ্বাৰ্থ সিদ্ধি যোগ আৰু ধ্ৰুৱ যোগৰ প্ৰভাৱ৷ আজি পুৱা ৮ বাজি ৪ মিনিট পৰ্যন্ত থাকিব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰু ৰেৱতী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে নাৰায়ণৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কোনো কোনো ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰাৰ যোগ আছে৷ জানি থওক আজিৰ ভাগ্যবান ৰাশিৰ তালিকা৷

মেষ ৰাশি

পিতৃপক্ষৰ আৰম্ভণি বিশেষ উল্লেখযোগ্য হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ আজি আপুনি নিজৰ জ্ঞান বুদ্ধি কামত লগাই কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ পৰিয়ালৰ কোনো সদস্য, যিয়ে দীৰ্ঘদিন ঘৰৰ পৰা দূৰৈত আছিল, তেওঁ ঘৰলৈ যাব পাৰে৷ ইয়াৰ ফলত আজি আপোনাৰ সংসাৰত সুখৰ পৰিবেশ বৰ্তি থাকিব৷

সিংহ ৰাশি

আজি পিতৃপুৰুষৰ আশীৰ্বাদত মনৰ সকলো ইচ্ছা পূৰ্ণ হ’ব সিংহ ৰাশিৰ জাতকৰ৷ জীৱনত বহু সমস্যাৰ সমাধান হ’ব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম এইবাৰ সম্পূৰ্ণ হ’ব৷ আৰ্থিকভাৱে লাভৱান হোৱাৰ যোগ আছে সিংহ ৰাশিৰ জাতকৰ সন্মুখত৷ বিদেশ যাত্ৰাৰ ইচ্ছা সফল হ’ব৷ স্বাস্থ্য পূৰ্বতকৈ ভাল হ’ব৷ নতুন কোনো চাকৰি লাভ কৰিব পাৰে৷

তুলা ৰাশি

আজি সৰ্বাৰ্থ সিদ্ধি যোগৰ প্ৰভাৱত সকলো কামেই সফলভাৱে কৰিব পাৰিব তুলা ৰাশিৰ জাতকে৷ নিজৰ বুদ্ধিৰে বহু কঠিন কামো আপুনি সহজে সম্পন্ন কৰিব পাৰিব৷ সমাজত আপুনি ধনী ব্যক্তি হিচাপে পৰিচিত হ’ব৷ বিলাসিতাময় জীৱন কটোৱাৰ সুযোগ পাব আপুনি৷ আপোনাৰ ব্যক্তিত্বৰ টানত আপোনাৰ প্ৰতি আকৃষ্ট বোধ কৰিব৷ সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক উন্নত হ’ব৷

বৃশ্চিক ৰাশি

ধ্ৰুৱ যোগৰ প্ৰভাৱত আজিৰ দিনটো লাভজনক হ’ব বৃশ্চিক ৰাশিৰ জাতকৰ বাবে৷ আজি আপুনি পাবলগীয়া ধন লাভ কৰিব৷ কোনো চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হ’ব পাৰে বৃশ্চিক ৰাশিৰ জাতকে৷ শত্ৰুৱে চেষ্টা কৰিও আজি আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰে৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান হ’ব পাৰে৷ কেৰিয়াৰত উন্নতি কৰাৰ যোগ আছে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকে উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে৷ আপুনি বহু দিন ধৰি বেংকৰ পৰা ঋণ লোৱাৰ চেষ্টা কৰিলে সফল হ’ব৷ কোনো আইনী জটিলতাৰ পৰা মুক্তি লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে৷ আজি আপুনি যি কামতেই হাত দিয়ে তাতেই সফলতা পাব৷ আপোনাৰ আশেপাশে পৰিস্থিতি অনুকূল থাকিব৷ পৰিয়ালৰ সৈতে সম্পৰ্ক ভালে থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?
জীৱনশৈলী

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

April 13, 2026
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি
জীৱনশৈলী

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

April 13, 2026
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?
জীৱনশৈলী

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

April 13, 2026
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?
জীৱনশৈলী

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

April 13, 2026
Next Post
UPI লেনদেনত ভুলতে অন্য কৰোবাত ধন গুচি গ’ল! এটা মাত্ৰ ফোনকলতে কেনেকৈ ওভতাই পাব ধন?

UPI লেনদেনত ভুলতে অন্য কৰোবাত ধন গুচি গ’ল! এটা মাত্ৰ ফোনকলতে কেনেকৈ ওভতাই পাব ধন?

কোনোৱে যদি ঔষধৰ দোকানত কাম কৰিছিল, কোনোৱে আকৌ কফিশ্ব’পত। টাটা-আম্বানী-আদানীৰ প্ৰথম চাকৰি কি আছিল জানেনে?

কোনোৱে যদি ঔষধৰ দোকানত কাম কৰিছিল, কোনোৱে আকৌ কফিশ্ব’পত। টাটা-আম্বানী-আদানীৰ প্ৰথম চাকৰি কি আছিল জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.