• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
 দিল্লী চৰকাৰক আক্ৰমণ, লগতে তাত বাস কৰা অসমীয়া লোকৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰী শৰ্মাৰ

 দিল্লী চৰকাৰক আক্ৰমণ, লগতে তাত বাস কৰা অসমীয়া লোকৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰী শৰ্মাৰ

1 year ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

2 minutes ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

55 minutes ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

2 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

2 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

3 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

12 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

12 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

13 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

13 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

14 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

14 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

 দিল্লী চৰকাৰক আক্ৰমণ, লগতে তাত বাস কৰা অসমীয়া লোকৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰী শৰ্মাৰ

editor by editor
January 30, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
 দিল্লী চৰকাৰক আক্ৰমণ, লগতে তাত বাস কৰা অসমীয়া লোকৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰী শৰ্মাৰ
0
SHARES
207
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লী চৰকাৰক আক্ৰমণ, লগতে তাত বাস কৰা অসমীয়া লোকৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰী শৰ্মাৰ

দিল্লীৰ বস্তি এলেকাৰ বাসিন্দাসকলৰ বৰ্তমানৰ জীৱন ধাৰণৰ সমস্যা আৰু দুৰ্দশা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেঁওলোকৰ জীৱন ধাৰণৰ পৰিৱেশ উন্নত কৰিবলৈ গ্ৰহণ কৰা সংকল্পৰ বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজি নিৰ্বাচনী প্ৰচাৰ সভাৰ জৰিয়তে দিল্লীৰ জনসাধাৰণক অৱগত কৰে। দেশৰ ৰাজধানী দিল্লীৰ কাৰৱাল নগৰ, ঘোণ্ডা আৰু চান্দনী চ’কত ৩ খন নিৰ্বাচনী জনসভাত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই বাংলাদেশৰ শেহতীয়া অস্থিৰতাৰ পটভূমিত বাংলাদেশী অনুপ্ৰৱেশৰ ফলত সৃষ্টি হোৱা ভাবুকিৰ পৰা ভাৰতক সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তা আৰু কাৰ জৰিয়তে নিৰ্যাতিত সংখ্যালঘুসকলক নাগৰিকত্ব প্ৰদানৰ বিজেপিৰ দূৰদৰ্শী নীতিগত প্ৰচেষ্টাৰ বিষয়ে কয়।

মুখ্যমন্ত্ৰীয়ে অৰবিন্দ কেজৰিৱালৰ চৰ্চিত বাসগৃহ ‘চিচমহল’ক সমালোচনা কৰি কয় যে যিতিয়া দিল্লীয়ে কভিডৰ সময়ত সংকটৰ সৈতে যুঁজ দি আছিল, সেই সময়ত কেজৰিৱালে চিচমহল নিৰ্মাণ কৰিছিল। লগতে তেঁও দিল্লীৰ মোহল্লা ক্লিনিকৰ বিফল আৰ্হি সম্পৰ্কে আলোকপাত কৰে। ড০ শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ে উল্লেখ কৰি কয় যে বিজেপি গৈছে এনে এটা দল যিয়ে প্ৰতিটো নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি আহিছে। অসমত মহিলাৰ প্ৰতি চৰকাৰে আগবঢ়োৱা সাহায্য, ৰাজসাহায্যযুক্ত ৰন্ধন গেছ প্ৰদান কৰি থকাৰ বিষয়ে ব্যক্ত কৰে। ড০ শৰ্মাই দিল্লীক আৱৰ্জনা আৰু প্ৰদূষণমুক্ত চহৰ হিচাপে গঢ়ি তুলিবলৈ দলটোৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে আৰু ক্ষমতালৈ আহিলে সকলো নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাৰ সংকল্পৰ কথা উল্লেখ কৰে। দিনটোৰ ব্যস্ততা সামৰি মুখ্যমন্ত্ৰীয়ে দিল্লীত বাস কৰা অসমীয়া লোকসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু নৈশ আহাৰত মিলিত হয়। শেষত ড০ শৰ্মাই অসমৰ পৰম্পৰা -ঐতিহ্যক জীয়াই ৰখাৰ বাবে দিল্লীবাসী অসমীয়া সমাজক কৃতজ্ঞতা জ্ঞাপন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: arvind kejriwalassam cmHimanta-bishwa-sarmaKejriwal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
Next Post
কাইলৈ মাহৰ শেষৰটো দিনত মালব্য ৰাজযোগ, মা লক্ষ্মীৰ কৃপাত ৫ ৰাশিৰ ভাগ্যলৈ বিপুল টকা

কাইলৈ মাহৰ শেষৰটো দিনত মালব্য ৰাজযোগ, মা লক্ষ্মীৰ কৃপাত ৫ ৰাশিৰ ভাগ্যলৈ বিপুল টকা

প্ৰেমিকাৰ কথা মতেই কাম, এটকাও খৰচ নকৰাকৈ ব্যৱসায় কৰি মহাকুম্ভত হাজাৰ হাজাৰ টকা উপাৰ্জন

প্ৰেমিকাৰ কথা মতেই কাম, এটকাও খৰচ নকৰাকৈ ব্যৱসায় কৰি মহাকুম্ভত হাজাৰ হাজাৰ টকা উপাৰ্জন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.