• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকাৰ কথা মতেই কাম, এটকাও খৰচ নকৰাকৈ ব্যৱসায় কৰি মহাকুম্ভত হাজাৰ হাজাৰ টকা উপাৰ্জন

প্ৰেমিকাৰ কথা মতেই কাম, এটকাও খৰচ নকৰাকৈ ব্যৱসায় কৰি মহাকুম্ভত হাজাৰ হাজাৰ টকা উপাৰ্জন

1 year ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

51 minutes ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

2 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

2 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

3 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

4 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

5 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

5 hours ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

6 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

6 hours ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

7 hours ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

8 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেমিকাৰ কথা মতেই কাম, এটকাও খৰচ নকৰাকৈ ব্যৱসায় কৰি মহাকুম্ভত হাজাৰ হাজাৰ টকা উপাৰ্জন

editor by editor
January 30, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
প্ৰেমিকাৰ কথা মতেই কাম, এটকাও খৰচ নকৰাকৈ ব্যৱসায় কৰি মহাকুম্ভত হাজাৰ হাজাৰ টকা উপাৰ্জন
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমিকাৰ কথা মতেই কাম, এটকাও খৰচ নকৰাকৈ ব্যৱসায় কৰি মহাকুম্ভত হাজাৰ হাজাৰ টকা উপাৰ্জন

প্ৰয়াগৰাজ মহাকুম্ভত প্ৰথম দিনৰে পৰা ভিৰ কৰিছে লাখ লাখ কোটি কোটি সংখ্যক ভক্তই। পৰিস্থিতি এনে হৈ পৰিছে যে মহাকুম্ভ থলীত এতিয়া মানুহৰ ভিৰৰ বাবে পদপিষ্ট হৈ প্ৰাণ হেৰুৱাব লগা হৈছে বহু ভক্তই। সেই মহাকুম্ভই আন একাংশ লোকক দিছে উপাৰ্জনৰ পথ।

তাৰেই মাজৰ এগৰাকী যুৱকৰৰ ভিডিঅ’ বৰ্তমানে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। যুৱকগৰাকীৰ কথাৰ বাবেই ভাইৰেল হৈ পৰিছে। কাৰণ যুৱকগৰাকীয়ে এটকাও খৰচ নকৰাকৈ এক বিশেষ ব্যৱসায় কৰি উপাৰ্জন কৰিছে হাজাৰ হাজাৰ টকা।

ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে যুৱকজনে দাঁতুন তথা দাঁত ঘহা গছৰ ঠানি বিক্ৰী কৰি আছে। আৰু এটা টকাও খৰচ নকৰাকৈ সেই ঠানি বিক্ৰী কৰিয়ে মাত্ৰ চাৰিদিনতে ত্ৰিশৰ পৰা চল্লিশ হাজাৰ টকা উপাৰ্জন কৰিছে।

https://www.instagram.com/reel/DFR21_CzImt/?utm_source=ig_web_copy_link

সবাতোকৈ বিশেষ কথাটো হল, যুৱকগাৰকীয়ে এইদৰে এটা টকাও খৰচ নকৰাকৈ ব্যৱসায় কৰাৰ বুদ্ধি পাইছিল প্ৰেমিকাৰ পৰা। প্ৰেমিকাৰ কথা মতেই প্ৰেমিক যুৱক নামি পৰিছিল এই দৰে দাঁত ঘহাৰ যতন বিক্ৰী কৰাৰ বাবে।

যি ব্যৱসায় বৰ্তমানে লাভজনক হিচাপে থিয় দিছে যুৱকৰ বাবে। মেলাত ঘূৰি ফুৰি পৰিশ্ৰম কৰি চাৰি দিনতে বহু হাজাৰ টকা উপাৰ্জন কৰিছে। এই যুৱকগৰাকীয়ে ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’ত বহু লোকেই কমেণ্ট কৰি যুৱকক প্ৰশংসা কৰাৰ লগতে যুৱকৰ প্ৰেমিকাৰো প্ৰশংসা কৰে। লগতে এনে বুদ্ধিমত্তা প্ৰেমিকাক বিয়া বাৰু কৰাই সুন্দৰ ভৱিষ্যতৰ বাবে পৰামৰ্শ দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BusinessMahakumbhMahakumbh Melaviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য
ভাৰত

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

July 16, 2026
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?
জীৱনশৈলী

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

July 16, 2026
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা
বিশ্ব

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

July 16, 2026
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা
নিয়োগ

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

July 16, 2026
Next Post
দৈনিক ৰাশিফল- কেনে যাব আজি মাহৰ শেষৰটো দিন, ৫ ৰাশিৰ আজি জয়জয় ময়ময়

দৈনিক ৰাশিফল- কেনে যাব আজি মাহৰ শেষৰটো দিন, ৫ ৰাশিৰ আজি জয়জয় ময়ময়

অতিকে শোকাৱহ, গোৱালপাৰাত আল্ট্ৰা বাছ-অটোৰ ভয়ংকৰ সংঘৰ্ষ

অতিকে শোকাৱহ, গোৱালপাৰাত আল্ট্ৰা বাছ-অটোৰ ভয়ংকৰ সংঘৰ্ষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.