• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, গোৱালপাৰাত আল্ট্ৰা বাছ-অটোৰ ভয়ংকৰ সংঘৰ্ষ

অতিকে শোকাৱহ, গোৱালপাৰাত আল্ট্ৰা বাছ-অটোৰ ভয়ংকৰ সংঘৰ্ষ

2 years ago
প্ৰকৃততে কি কাৰণ মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণ মৃত্যু হৈছিল নানা পাটেকাৰৰ?

16 minutes ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

46 minutes ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

2 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

3 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

3 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

3 hours ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

21 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

21 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

22 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

22 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অতিকে শোকাৱহ, গোৱালপাৰাত আল্ট্ৰা বাছ-অটোৰ ভয়ংকৰ সংঘৰ্ষ

editor by editor
January 31, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
অতিকে শোকাৱহ, গোৱালপাৰাত আল্ট্ৰা বাছ-অটোৰ ভয়ংকৰ সংঘৰ্ষ
0
SHARES
216
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, গোৱালপাৰাত আল্ট্ৰা বাছ-অটোৰ ভয়ংকৰ সংঘৰ্ষ

কালি নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। যি দুৰ্ঘটনাত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই এজন লোকে। আনহাতে অন্য কেইবাজনৰো অৱস্থা অতিকে সংকটজনক।

গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত কোঠাকুঠিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা৷ দুৰ্ঘটনাটো সন্দৰ্ভত জানিব পৰা অনুসৰি, কোঠাকুঠিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন আল্ট্ৰা বাছ আৰু এখন অটোৰ মাজত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো ৷

দুৰ্ঘটনাত অটোৰ এগৰাকী লোক নিহত হোৱাৰ বিপৰীতে শিশু সহ তিনিজন লোক গুৰুতৰ ভাৱে আহত হয় ৷ আহত লোক সকলক উন্নত চিকিৎসাৰ বাবে নিশাতেই গুৱাহাটী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷

নিহত লোকজনৰ ৰংজুলি কাহিবাৰীৰ উৎপল ৰাভা বুলি জানিব পৰা গৈছে ৷ আনহাতে মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা ব্যক্ত কৰিছে দুৰ্ঘটনা প্ৰত্যক্ষদৰ্শীয়ে।

জানিব পৰা মতে, অটোখনত যাত্ৰা কৰি অহা লোক সকল ৰংজুলি কাহিবাৰীৰ পৰা ধূপধৰাত অনুষ্ঠিত হোৱা দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ বাৰ্ষিক অধিৱেশনলৈ গৈ আছিল। সেই সময়তে এই শোকাৱহ পথ দুৰ্ঘটনাটি সংঘটিত হয় ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentGoalpara Accidentroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!
অসম

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

October 11, 2026
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ
উত্তৰ-পূব

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

October 10, 2026
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ
অসম

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

October 9, 2026
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট
অসম

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

October 9, 2026
Next Post
সংবাদমাধ্যমৰ সৈতে ব্যস্ত থকাৰ সময়তে আৰক্ষীয়ে আহি আটক কৰে কংগ্ৰেছ সাংসদক, দুষ্কৰ্মৰ অভিযোগ

সংবাদমাধ্যমৰ সৈতে ব্যস্ত থকাৰ সময়তে আৰক্ষীয়ে আহি আটক কৰে কংগ্ৰেছ সাংসদক, দুষ্কৰ্মৰ অভিযোগ

কোন হয় বিশ্বজুৰি চৰ্চিত ছালৱান মমিকা, টিকটকত লাইভ ষ্ট্ৰীমিঙৰ সময়তে ঘটে ঘটনা

কোন হয় বিশ্বজুৰি চৰ্চিত ছালৱান মমিকা, টিকটকত লাইভ ষ্ট্ৰীমিঙৰ সময়তে ঘটে ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.