• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংবাদমাধ্যমৰ সৈতে ব্যস্ত থকাৰ সময়তে আৰক্ষীয়ে আহি আটক কৰে কংগ্ৰেছ সাংসদক, দুষ্কৰ্মৰ অভিযোগ

সংবাদমাধ্যমৰ সৈতে ব্যস্ত থকাৰ সময়তে আৰক্ষীয়ে আহি আটক কৰে কংগ্ৰেছ সাংসদক, দুষ্কৰ্মৰ অভিযোগ

1 year ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

20 minutes ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

42 minutes ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

2 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

3 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

3 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

4 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

5 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

6 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

6 hours ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

6 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

7 hours ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সংবাদমাধ্যমৰ সৈতে ব্যস্ত থকাৰ সময়তে আৰক্ষীয়ে আহি আটক কৰে কংগ্ৰেছ সাংসদক, দুষ্কৰ্মৰ অভিযোগ

editor by editor
January 31, 2025
in ভাৰত, ৰাজনীতি
0
সংবাদমাধ্যমৰ সৈতে ব্যস্ত থকাৰ সময়তে আৰক্ষীয়ে আহি আটক কৰে কংগ্ৰেছ সাংসদক, দুষ্কৰ্মৰ অভিযোগ
0
SHARES
249
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সংবাদমাধ্যমৰ সৈতে ব্যস্ত থকাৰ সময়তে আৰক্ষীয়ে আহি আটক কৰে কংগ্ৰেছ সাংসদক, দুষ্কৰ্মৰ অভিযোগ

সংবাদ মেল চলি থকাৰ মাজৰ পৰাই এগৰাকী কংগ্ৰেছ সাংসদক হঠাতে আৰক্ষীয়ে আহি আটক কৰি লৈ যায়। যি ঘটনাই বৰ্তমানে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ধৰ্ষণৰ অভিযোগত আটক কৰে সাংসদ গৰাকীক। ধৰ্ষণৰ অভিযোগৰ সন্মুখীন হোৱা উত্তৰ প্ৰদেশৰ সীতাপুৰ লোকসভা আসনৰ কংগ্ৰেছৰ সাংসদ ৰাকেশ ৰাথোৰক বৃহস্পতিবাৰে নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে যেতিয়া ৰাকেশ ৰাথোৰক গ্ৰেপ্তাৰ কৰিছিল তেতিয়া তেওঁ নিজৰ বাসগৃহত সংবাদ মাধ্যমৰ সৈতে কথা পাতি আছিল। প্ৰত্যাশিত জামিন আবেদন উচ্চ ন্যায়ালয়ে নাকচ কৰাৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে যোৱা ১৭ জানুৱাৰীত ৰাকেশ ৰাথোৰৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি দলৰ এগৰাকী মহিলা কৰ্মীয়ে গোচৰ ৰুজু কৰিছিল। ৰাজনীতিত কেৰিয়াৰৰ প্ৰতিশ্ৰুতিৰে প্ৰলোভিত কৰি সাংসদ ৰাকেশ ৰাথোৰে ধৰ্ষণ কৰাৰ অভিযোগ ভুক্তভোগী মহিলাগৰাকীৰ।

ইয়াৰ পিছত ৰাকেশ ৰাথোৰে আগতীয়া জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও উচ্চ ন্যায়ালয়ে তেওঁক ১০ দিনৰ ভিতৰত সাংসদ-বিধায়ক আদালতত আত্মসমৰ্পণ কৰিবলৈ কয়। উচ্চ ন্যায়ালয়ৰ পৰা সকাহ নোপোৱাৰ পিছত অৱশেষত কোটৱালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: congress mlaCongresssRape Allegation
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য
ভাৰত

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

July 16, 2026
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা
বিশ্ব

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

July 16, 2026
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা
নিয়োগ

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

July 16, 2026
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’
বিনোদন

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

July 16, 2026
Next Post
কোন হয় বিশ্বজুৰি চৰ্চিত ছালৱান মমিকা, টিকটকত লাইভ ষ্ট্ৰীমিঙৰ সময়তে ঘটে ঘটনা

কোন হয় বিশ্বজুৰি চৰ্চিত ছালৱান মমিকা, টিকটকত লাইভ ষ্ট্ৰীমিঙৰ সময়তে ঘটে ঘটনা

সৰস্বতী পূজাৰ পাছতে ভাগ্য জিলিকি উঠিব ৫ ৰাশিৰ লোকৰ

সৰস্বতী পূজাৰ পাছতে ভাগ্য জিলিকি উঠিব ৫ ৰাশিৰ লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.