• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমগ্ৰ দেশ জাগিছে, ক্ৰিকেটৰ পৰা বলীউডলৈ সকলোৱে অপাৰেচন সিন্দূৰক দিলে চেল্যুট

সমগ্ৰ দেশ জাগিছে, ক্ৰিকেটৰ পৰা বলীউডলৈ সকলোৱে অপাৰেচন সিন্দূৰক দিলে চেল্যুট

1 year ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

2 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

3 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

3 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

3 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

4 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

4 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

5 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

6 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

8 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

8 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সমগ্ৰ দেশ জাগিছে, ক্ৰিকেটৰ পৰা বলীউডলৈ সকলোৱে অপাৰেচন সিন্দূৰক দিলে চেল্যুট

editor by editor
May 7, 2025
in ভাৰত, ৰাজনীতি
0
সমগ্ৰ দেশ জাগিছে, ক্ৰিকেটৰ পৰা বলীউডলৈ সকলোৱে অপাৰেচন সিন্দূৰক দিলে চেল্যুট
0
SHARES
361
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

anupam-kher-to-riteish-deshmukh-reaction-on-operation-sindoor-indian-army-air-strike-
সমগ্ৰ দেশ জাগিছে, ক্ৰিকেটৰ পৰা বলীউডলৈ সকলোৱে অপাৰেচন সিন্দূৰক দিলে চেল্যুট

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে ভাৰতে। ভাৰতে পাকিস্তান আৰু PoK ৰ ৯ টা স্থানত বিমান আক্ৰমণ চলাইছে। এই আক্ৰমণত লস্কৰ আৰু জৈছৰ ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে।

ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে এই অভিযানৰ নাম ৰাখিছে ‘অপাৰেচন সিন্দুৰ’। ভাৰতৰ এই বৃহৎ পদক্ষেপক লৈ সমগ্ৰ দেশে গৌৰৱ অনুভৱ কৰিছে। যেন জাগি উঠিছে ভাৰত।

ক্ৰিকেটৰ পৰা বলীউডলৈ বহু তাৰকাই ‘অপাৰেচন সিন্দুৰ’ক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে জয় হিন্দৰ শ্লোগানো দিছে।

প্ৰবীণ খেলুৱৈ বীৰেন্দ্ৰ ছেহৱাগ, সুৰেশ ৰাইনা, বৰুণ চক্ৰৱৰ্তী, বৈভৱ সূৰ্যবংশীকে ধৰি বহু ভাৰতীয় ক্ৰিকেটাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বলীউডৰো প্ৰবীণ অভিনেতা অমিতাভ বচ্চন, অনুপম খেৰ, অক্ষয় কুমাৰ, ৰীতেশ দেশমুখ, পৰিচালক তথা সাহিত্যিক মধুৰ ভাণ্ডাৰকাৰ. অভিনেত্ৰী নিম্ৰিত কৌৰ আদিয়েও এক্স একাউণ্টত ‘অপাৰেচন সিন্দুৰ’ সন্দৰ্ভত টুইট কৰি লিখিছে, ভাৰত মাতা কি জয়!

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India PakistanOperation Sindoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

September 27, 2026
ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan
বিনোদন

ফেণ্টাচী আৰু ছুপাৰনেচাৰেল একচনৰ সংমিশ্ৰণৰে- The Vvaan

September 27, 2026
দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’
অপৰাধ

দলবদ্ধ ধ*ৰ্ষণ গোচৰ: ‘মোৰ পুত্ৰক চৰম শাস্তি দিয়ক’

September 27, 2026
Next Post
পঞ্চায়ত নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ৯.৩০ বজালৈ কিমান পৰিল ভোট

পঞ্চায়ত নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ৯.৩০ বজালৈ কিমান পৰিল ভোট

কৰ্ণেল ছোফিয়া কুৰেচী – উইংগ কমাণ্ডাৰ ভূমিকা সিং, ২১ মিনিটতে পাকিস্তানৰ নিদ্ৰা কাঢ়ে এই দুই মহিলাই

কৰ্ণেল ছোফিয়া কুৰেচী - উইংগ কমাণ্ডাৰ ভূমিকা সিং, ২১ মিনিটতে পাকিস্তানৰ নিদ্ৰা কাঢ়ে এই দুই মহিলাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.